• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, August 28, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ড০ হীৰেন গোহাঁইক পুনৰ অসমীয়া বিৰোধী আখ্যা মন্ত্ৰী ড০ হিমন্ত বিশ্বৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
June 10, 2018 10:49 am
Himanta-Biswa-Sarma-678x381-570x320

হিমন্ত বিশ্ব শৰ্মা। ফাইল ছবি।

2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ড০ গোহাঁইৰ বিৰুদ্ধে আক্ৰমণাত্মক মন্তব্য কৰি অহা অসম চৰকাৰৰ জ্যেষ্ঠ মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই পুনৰ তেওঁক সমালোচনাৰ লক্ষ্য কৰি লৈছে। শনিবাৰে পলাশবাৰী সমষ্টিৰ মিৰ্জাত অনুষ্ঠিত মহিলা সমাৰোহত বিশিষ্ট অতিথিৰূপে অংশগ্ৰহণ কৰা মন্ত্ৰীগৰাকীয়ে সমাৰোহৰ পাছত সংবাদ মাধ্যমৰ আগত ড০ হীৰেন গোহাঁইক বাওঁপন্থীৰ নেতৃত্বত গভীৰ ষড়যন্ত্ৰৰ অংশীদাৰ হিচাপে বিশিষ্ট বুদ্ধিজীৱীগৰাকীয়ে অসমীয়াবিৰোধী স্থিতি গ্ৰহণ কৰা বুলি বিস্ফোৰক মন্তব্য কৰে।

সংবাদ মাধ্যমৰ আগত মন্ত্ৰী শৰ্মাই কয়, ‘’মই হীৰেন গোহাঁইৰ বিৰুদ্ধে থিয় হোৱা নাই। হীৰেন গোহাঁয়ে অসমীয়াবিৰোধী স্থিতি গ্ৰহণ কৰা বাবেই মাত মাতি আহিছো। ব্যক্তিগতভাৱে তেওঁৰ বিৰুদ্ধে ক’বলগীয়া একো নাই যদিও বাওঁপন্থীসকলৰ নেতৃত্বত অসমখনক অশান্ত কৰাৰ এক গভীৰ ষড়যন্ত্ৰ চলাই অহা কথাটো সকলোৱে জানে। মাত্ৰ এই কথা সংবাদ মাধ্যমেহে নেদেখে।‘’

Apply Now

উল্লেখ্য যে সংবাদ মাধ্যমকো মন্ত্ৰী ড০ শৰ্মাই আক্ৰমণৰ লক্ষ্য কৰি এই প্ৰসংগত কয়, ‘’অসমৰ সকলোৱে এই কথা দেখিছে বা জলজল পটপট হৈছে। কিন্তু সংবাদ মাধ্যমে বুদ্ধিজীৱীৰ মাজতো শ্ৰেণী বিভাজন কৰি গোহাঁইৰ ওচৰত যোৱা কথাটো গুৰুত্বৰে গ্ৰহণ কৰে। ইয়াৰ বিপৰীতে কনকসেন ডেকাৰ ঘৰলৈ যোৱা কথাটোত গুৰুত্ব প্ৰদান নকৰে বুলি তিৰ্যক মন্তব্য কৰে।ধীৰেন্দ্ৰ নাথ বেজবৰুৱাৰ ঘৰলৈ যোৱা কথাটো নকয়।‘’

ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী সন্দৰ্ভত মন্ত্ৰী শৰ্মাই সংবাদ মাধ্যমক পৰোক্ষভাৱে আক্ৰমণৰ লক্ষ্য কৰি কয় যে  এন আৰ চি ওলালেহে অসমত কিমান অনুপ্ৰৱেশকাৰী আছে সেই কথা গম পাম। কিন্তু ডাটা নোলোৱাকৈ অসমৰ সংবাদ মাধ্যম, বাওঁপন্থী, বিভিন্ন দল সংগঠনে শূন্যত তীৰ মৰাত পাৰ্গত বাবে শূন্যতে তীৰ মাৰি আছে বুলি মন্তব্য কৰে। অসমৰ অনুপ্ৰৱেশকাৰীৰ বিকৃত ব্যাখ্যাৰে অসমখনক অশান্ত কৰাৰ ষড়যন্ত্ৰ  বাওঁপন্থীৰ নেতৃত্বত বহুদিনৰ পৰা চলি আছে। সেই কথা অসমৰ মানুহে জানে বুলি তেওঁ স্পষ্টভাৱে কয়।

উল্লেখ্য যে মহিলা সমাৰোহৰ ভাষণৰ সময়তো মন্ত্ৰী ড০ শৰ্মাই সংবাদ মাধ্যমক নীতিশিক্ষা দিয়াৰ পৰা বিৰত নাথাকিল। ভাষণ প্ৰসংগত মন্ত্ৰীগৰাকীয়ে মিডিয়াই ৰাইজৰ কামত অহা আঁচনিৰ কথা প্ৰথম পৃষ্ঠাত বৰ বৰ আখৰৰে ছপা নকৰে কিন্তু ছাত্ৰ-ছাত্ৰীয়ে ৰাজপথত আন্দোলন কৰিলে কাকত বেছিকৈ বিক্ৰী হ’ব বুলি ভাবি ডাঙৰ ডাঙৰকৈ লিখে বুলি মন্তব্য কৰে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

পুনৰ ৰক্তাক্ত হ’ল অশান্ত মণিপুৰ; বিদ্যালয়ৰ প্ৰধান শিক্ষককে ধৰি ৫ জনক হত্যা!

পুনৰ ৰক্তাক্ত হ’ল অশান্ত মণিপুৰ; বিদ্যালয়ৰ প্ৰধান শিক্ষককে ধৰি ৫ জনক হত্যা!

August 28, 2026 9:11 am
নেপালৰ প্ৰলয়ংকাৰী বানত মৃত্যুৰ সংখ্যা ৩৯২ লৈ বৃদ্ধি, ১৪৬৮জন সন্ধানহীন; এতিয়া কি পৰিস্থিতি?

নেপালৰ প্ৰলয়ংকাৰী বানত মৃত্যুৰ সংখ্যা ৩৯২ লৈ বৃদ্ধি, ১৪৬৮জন সন্ধানহীন; এতিয়া কি পৰিস্থিতি?

August 28, 2026 8:22 am
২২ হাজাৰ কোটিৰ ঋণ, মাত্ৰ ৬.৫ কোটি টকাত নিষ্পত্তি! সুভাষ চন্দ্ৰৰ ব্যক্তিগত দেউলীয়া প্ৰক্ৰিয়াত NCLT-ৰ সিদ্ধান্তক লৈ তীব্ৰ বিতৰ্ক

২২ হাজাৰ কোটিৰ ঋণ, মাত্ৰ ৬.৫ কোটি টকাত নিষ্পত্তি! সুভাষ চন্দ্ৰৰ ব্যক্তিগত দেউলীয়া প্ৰক্ৰিয়াত NCLT-ৰ সিদ্ধান্তক লৈ তীব্ৰ বিতৰ্ক

August 28, 2026 7:00 am
ৰাষ্ট্ৰীয় নিৰাপত্তা আইনত আটক প্ৰণৱ দলে: ১৪ ছেপ্টেম্বৰত অসম চৰকাৰক হাজিৰ হ’বলৈ নিৰ্দেশ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ

ৰাষ্ট্ৰীয় নিৰাপত্তা আইনত আটক প্ৰণৱ দলে: ১৪ ছেপ্টেম্বৰত অসম চৰকাৰক হাজিৰ হ’বলৈ নিৰ্দেশ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ

August 27, 2026 8:34 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

পুনৰ ৰক্তাক্ত হ’ল অশান্ত মণিপুৰ; বিদ্যালয়ৰ প্ৰধান শিক্ষককে ধৰি ৫ জনক হত্যা!

পুনৰ ৰক্তাক্ত হ’ল অশান্ত মণিপুৰ; বিদ্যালয়ৰ প্ৰধান শিক্ষককে ধৰি ৫ জনক হত্যা!

August 28, 2026 9:11 am
নেপালৰ প্ৰলয়ংকাৰী বানত মৃত্যুৰ সংখ্যা ৩৯২ লৈ বৃদ্ধি, ১৪৬৮জন সন্ধানহীন; এতিয়া কি পৰিস্থিতি?

নেপালৰ প্ৰলয়ংকাৰী বানত মৃত্যুৰ সংখ্যা ৩৯২ লৈ বৃদ্ধি, ১৪৬৮জন সন্ধানহীন; এতিয়া কি পৰিস্থিতি?

August 28, 2026 8:22 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd