• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 30, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

তেজপুৰৰ ঠেলামৰাত বৈজ্ঞানিক আৰু ঔদ্যোগিক গৱেষণা পৰিষদৰ ‘সুগন্ধি অভিযান’

প্ৰণৱ কুমাৰ দাস by প্ৰণৱ কুমাৰ দাস
May 28, 2018 8:00 pm
CSIR-Aroma-at Thelamara photo_1
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ভাৰত চৰকাৰৰ অধীনস্থ বৈজ্ঞানিক আৰু ঔদ্যোগিক গৱেষণা পৰিষদে (Council of Scientific and Industrial Research) সুগন্ধি অভিযান (Aroma Mission) নামৰ এটা প্ৰকল্প আৰম্ভ কৰিছে। তেজপুৰ বিশ্ববিদ্যালয়ৰ সংবাদ কোষৰ অধ্যক্ষ ড০ ৰাজীৱ কে দ’লেই  জনাইছে যে ইয়াৰ দ্বাৰা নেমু-ঘাঁহ, চিত্ৰনেলা, জিৰেনিয়াম, ভেত্তিভেৰ (খুছ), গোলাপ আদি সুগন্ধি উদ্ভিদৰ খেতি কৰা কৃষকসকল লাভৱান হ’ব পাৰিব।

দ’লেই জনাইছে যে ২০১৭ চনৰ অক্টোবৰত এই প্ৰকল্পটো ভাৰত চৰকাৰৰ অধীনস্থ বৈজ্ঞানিক আৰু ঔদ্যোগিক গৱেষণা পৰিষদৰ সঞ্চালক প্ৰধান গিৰীশ সাহনী আৰু লক্ষ্ণৌৰ ঔষধি আৰু সুগন্ধী উদ্ভিদৰ কেন্দ্ৰীয় প্ৰতিষ্ঠানৰ (Central Institute of Medicinal and Aromatic Plants)সঞ্চালক অধ্যাপক অনীল কুমাৰ ত্ৰিপাঠীয়ে শোণিতপুৰৰ ঠেলামৰা গাঁওত উদ্বোধন কৰে। এই প্ৰকল্পৰ অধীনত ১২ একৰৰো অধিক ভূমি সামৰি লোৱা হৈছে।

Apply Now

উপলব্ধ আন্তঃগাঁথনি ব্যৱহাৰ কৰিয়েইই কৃষকসকলৰ ফচলৰ পৰা তেওঁলোকৰ উপাৰ্জন দুগুণ কৰাৰ উদ্দেশ্যে এই প্ৰকল্প আৰম্ভ কৰা হৈছে।।

প্ৰথমতে ঠেলামৰা গাঁওত  এটা জৰীপ আৰু সচেতনতা কাৰ্যসূচী আৰম্ভ কৰা হয়। এই  প্ৰকল্প অন্তৰ্গত  ‘ক্ষেত্ৰ শোধন যন্ত্ৰ’ (field distillation unit) স্থাপন কৰা হয়। ইয়াৰ সহায়ত ২৩-২৮ মে’ত সুগন্ধি শস্য চপোৱা আৰু শোধন প্ৰক্ৰিয়া এটা সফলতাৰে সম্পন্ন কৰা হয়।

বৰ্তমান নেমুঘাঁহ আৰু চিত্ৰনেলা তেলৰ প্ৰতি কেজিৰ মূল্য হৈছে ১১০০ টকাৰ পৰা ১২০০ টকা পৰ্যন্ত। বৈজ্ঞানিক আৰু ঔদ্যোগিক গৱেষণা পৰিষদ আৰু লক্ষ্ণৌস্থিত ঔষধি আৰু সুগন্ধী উদ্ভিদৰ কেন্দ্ৰীয় প্ৰতিষ্ঠানে বিক্ৰীৰ ব্যৱস্থা কৰিব। উল্লেখ্য যে এই প্ৰতিষ্ঠান দুটাই কৃষকসকলক উপকৃত কৰাৰ উদ্দেশ্য আগত ৰাখি আগশাৰীৰ উদ্যোগ আৰু ৰাখি সুগন্ধি দ্ৰব্য প্ৰস্তুতকৰ্তাসকলৰ সহযোগিতাত এই সামগ্ৰীসমূহৰ বাবে বজাৰৰ ব্যৱস্থা কৰিব।

এই প্ৰকল্পটো নিৰীক্ষকৰ দায়িত্বত আছিল সুগন্ধি অভিযানৰ প্ৰধান অনুসন্ধানকাৰী ড০ আলোক কালৰা আৰু উত্তৰ-পূব ভাৰতৰ সমন্বয়ক বিষয়া ড০ আৰ কে শ্ৰীবাস্তৱ। কাৰিকৰী আৰু ৰচদপাতিৰে সাহাৰ্য কৰিছিল তেজপুৰ বিশ্ববিদ্যালয়ৰ কেইগৰাকীমান ফেকাল্টি সদস্যই। ড০ ৰাজীৱ কে দ’লেই  জনাইছে যে অহা কেইবছৰমানত এই অভিযানৰ অধীনত আৰু অধিক এলেকা সামৰি লোৱা হ’ব।

প্ৰণৱ কুমাৰ দাস

প্ৰণৱ কুমাৰ দাস

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

July 30, 2026 7:27 pm
নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

July 30, 2026 6:46 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd