• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, July 26, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

দেৰগাঁও ৰেদিয়েন্ট জুনিয়ৰ কলেজৰ পৰা বিজ্ঞানত সপ্তম আৰু অষ্টমস্থানত জিলিকিল অভিজ্ঞান আৰু অভিপ্সা

চামিম আলম হক by চামিম আলম হক
May 31, 2018 10:45 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

আজি ঘোষিত উচ্চতৰ মাধ্যমিকৰ বিজ্ঞান শাখাত অসমৰ বিভিন্ন স্থানৰ লগতে দেৰগাঁও ৰেদিয়েন্ট জুনিয়ৰ কলেজৰ পৰা বিজ্ঞান শাখাত অভিজ্ঞান শৰ্মা গগৈয়ে সবৰ্মুঠ ৪৭৪ নম্বৰ লাভ কৰি সপ্তমস্থান আৰু অভিপ্সা ফুকনয়ে সৰ্বমুঠ ৪৭৩ নম্বৰ লাভ কৰি অষ্টম স্থান দখল কৰিবলৈ সক্ষম হয়।

 ৰঙামাটি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ বিজ্ঞান শিক্ষক মুকুল গগৈ আৰু দেৰগাঁও বালিকা বিদ্যালয়ৰ ইংৰাজী শিক্ষক বিনীতা শৰ্মাৰ একমাত্ৰ সন্তান অভিজ্ঞানে ইংৰাজীত ৯০, বৈভাষিক ইংৰাজীত ৯৫, জীৱ বিজ্ঞানত ৯৬, ৰাসায়নিক বিজ্ঞানত ৯৬, গণিতত ৯৭ আৰু পদাৰ্থ বিজ্ঞানত ৯২ নম্বৰ লাভ কৰে।

আনহাতে দাধৰা শংকৰদেৱ বিদ্যালয়ৰ শিক্ষয়িত্ৰী জ্যোতি ৰাজখোৱা আৰু জ্যোতিৰ্ময় ফুকনৰ একমাত্ৰ সন্তান অভিপ্সা ফুকনে ইংৰাজীত ৯৩, অসমীয়াত ৯৮, পদাৰ্থ বিজ্ঞানত ৯২, জীৱ বিজ্ঞানত ৯৬, গণিতত ৯৪ আৰু ৰাসায়নিক বিজ্ঞানত ৮৬ নম্বৰ লাভ কৰে।

পিতৃ-মাতৃৰ সৈতে প্ৰিয়া নাথ

উল্লেখযোগ্য যে ৰেদিয়েন্ট জুনিয়ৰ কলেজে এশ শতাংশ উত্তীৰ্ণ হাৰৰে অভিলেখ স্থাপন কৰাৰ উপৰিও বিজ্ঞান শাখাত ৩২ গৰাকীয়ে ষ্টাৰ, ৫৬ গৰাকীয়ে প্ৰথম বিভাগ আৰু ৬ গৰাকীয়ে দ্বিতীয় বিভাগত উত্তীৰ্ণ হয়। কলা শাখাত ৭৫ গৰাকীৰ ১৬ গৰাকীয়ে ষ্টাৰ, ৪৪ গৰাকীয়ে প্ৰথম বিভাগ, ২৬ গৰাকীয়ে দ্বিতীয় বিভাগ আৰু ৫ গৰাকীয়ে তৃতীয় বিভাগত উত্তীৰ্ণ হয়।

আনহাতে মাত্ৰ ৩ নম্বৰৰ বাবে স্থান লাভৰ বঞ্চিত হ’বলগীয়া হ’ল দৰিদ্ৰ পৰিয়ালৰ মেধাবী ছাত্ৰী প্ৰিয়া নাথ। প্ৰিয়াৰ প্ৰতিভাৰ প্ৰতি লক্ষ্য ৰাখি ৰেদিয়েন্ট জুনিয়ৰ কলেজে প্ৰিয়াৰ অধ্যয়নৰ সকলো খৰচ বহন কৰিছিল। পেছাত এজন চালক বৈকুণ্ঠ নাথ আৰু শাৰিৰীক ভাৱে অসুস্থ মাতৃ বাবলি নাথৰ ইচ্ছা ছোৱালীক চিকিৎসক হিচাপে গঢ়ি তোলাৰ। উল্লেখযোগ্য যে প্ৰিয়া নাথ অইলৰ চুপাৰ ৩০ স্থান প্ৰাপক।

Apply Now
চামিম আলম হক

চামিম আলম হক

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ভাৰতত ভিন্নমত প্ৰকাশৰ পৰিসৰ সংকুচিত হৈছে: ন্যায়াধীশ উজ্জ্বল ভূঞা

ভাৰতত ভিন্নমত প্ৰকাশৰ পৰিসৰ সংকুচিত হৈছে: ন্যায়াধীশ উজ্জ্বল ভূঞা

July 25, 2026 11:27 pm
সমৰ্থন আৰু পৰামৰ্শৰ বাবে ধন্যবাদ, মমতাক ফোন দীপকেৰ, দিল্লীলৈ নাযায় তৃণমূল নেত্ৰী

সমৰ্থন আৰু পৰামৰ্শৰ বাবে ধন্যবাদ, মমতাক ফোন দীপকেৰ, দিল্লীলৈ নাযায় তৃণমূল নেত্ৰী

July 25, 2026 10:41 pm
প্ৰহ্লাদ যোশীৰ হাতত শিক্ষা মন্ত্ৰালয়ৰ দায়িত্ব অৰ্পণ মোদী চৰকাৰৰ

প্ৰহ্লাদ যোশীৰ হাতত শিক্ষা মন্ত্ৰালয়ৰ দায়িত্ব অৰ্পণ মোদী চৰকাৰৰ

July 25, 2026 8:56 pm
কাকজান চাহ বাগিচাৰ কেন্দ্ৰীয় চিকিৎসালয়

কাকজান চাহ বাগিচাৰ যক্ষ্মাৰোগৰ পৰিস্থিতিৰ পৰিৱৰ্তন: জীৱন ৰক্ষা কৰিছে বহুতৰ

July 25, 2026 8:27 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ভাৰতত ভিন্নমত প্ৰকাশৰ পৰিসৰ সংকুচিত হৈছে: ন্যায়াধীশ উজ্জ্বল ভূঞা

ভাৰতত ভিন্নমত প্ৰকাশৰ পৰিসৰ সংকুচিত হৈছে: ন্যায়াধীশ উজ্জ্বল ভূঞা

July 25, 2026 11:27 pm
সমৰ্থন আৰু পৰামৰ্শৰ বাবে ধন্যবাদ, মমতাক ফোন দীপকেৰ, দিল্লীলৈ নাযায় তৃণমূল নেত্ৰী

সমৰ্থন আৰু পৰামৰ্শৰ বাবে ধন্যবাদ, মমতাক ফোন দীপকেৰ, দিল্লীলৈ নাযায় তৃণমূল নেত্ৰী

July 25, 2026 10:41 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd