• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 10, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

দৰঙত ১০০ গৰাকী হিতাধিকাৰীলৈ এলপিজি সংযোগ

ময়ূখ গোস্বামী by ময়ূখ গোস্বামী
April 21, 2018 11:00 am
mangaldai-lpg-570x320

মঙলদৈৰ বিধায়ক গুৰুজ্যোতি দাস আৰু অন্যান্য বিশিষ্ট ব্যক্তিসকলে উজলা দিৱসত এলপিজি সংযোগ হিতাধিকাৰীসকলৰ মাজত বিতৰণ কৰে। ফটো : ময়ূখ গোস্বামী

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

দেশৰ ১৫,০০০ এলপিজি পঞ্চায়তত গ্ৰাম স্বৰাজ অভিযানৰ অংশ হিচাপে পালন কৰা উজলা দিৱসৰ লগত সংগতি ৰাখি দৰং জিলাৰ সাতখন গাওঁ পঞ্চায়তকো এলপিজি পঞ্চায়ত হিচাপে ঘোষণা কৰা হৈছে।

পঞ্চায়ত কেইখনৰ পি এম এ ৱাই-গ্ৰামীণ আৰু অন্ত্যদয়া অন্ন যোজনাৰ অনুসূচীত শ্ৰেণীৰ ১০০ গৰাকী হিতাধিকাৰীক শুকুৰবাৰে বিনামূলীয়াকৈ এলপিজি সংযোগ আগবঢ়োৱা হয়।

Apply Now

এই উপলক্ষে খাদ্য, অসামৰিক যোগান আৰু উপভোক্তা পৰিক্ৰমা, গুৱাহাটী শোধানাগাৰ  আৰু ভাৰতীয় তেল নিগমৰ সহযোগত দৰং জিলাৰ আগশাৰীৰ এলপিজি বিতৰক উজ্বল জ্যোতি গেছ হাউছে  ৰঙামাটি গাওঁ পঞ্চায়ত কাৰ্যালয়ৰ চৌহদত এখন জনসভাৰ আয়োজন কৰে।

অনুষ্ঠানত উপস্থিত থাকি গুৱাহাটী শোধানাগাৰৰ উপ-মহাপ্ৰৱন্ধক (চিকিৎসা) ড০ জিতা খাউণ্ড আৰু ভাৰতীয় তেল নিগমৰ (অসম তৈল খণ্ডৰ) সহকাৰী পৰিচালক( বিক্ৰী) সত্যকাম শৰ্মাই উজলা দিৱস উদযাপনৰ তাৎপৰ্য সম্পৰ্কে বিশদভাৱে বাখ্যা আগবঢ়ায় আৰু লগতে হিতাধিকাৰীসকলক গৃহিনীসকলে ৰন্ধনৰ সময়ত গ্ৰহণ কৰিবলগীয়া সুৰক্ষামূলক ব্যৱস্থাসমূহৰ বিষয়েও অৱগত কৰে।

মঙলদৈ সমষ্টিৰ বিধায়ক গুৰুজ্যোতি দাসে সভাত ভাষণ দি এলপিজি সংযোগৰ আৱেদন কৰোতে ৰাজনৈতিক দলকে ধৰি কোনো এজেন্টৰ সৈতে লেনদেন নকৰিবলৈ ৰাইজক আহ্বান জনায়।

দৰং জিলা বিজেপিৰ সভাপতি আৰু সাধাৰণ সম্পাদক  ক্ৰমে নীলিমা দেৱী আৰু শেৱালী গোস্বামী কলিতায়ো অনুষ্ঠানত ভাষণ দিয়ে।

ইয়াৰ পূৰ্বে খাদ্য, অসামৰিক যোগান আৰু উপভোক্তা পৰিক্ৰমা বিভাগৰ অধীক্ষক ডিম্বেশ্বৰ দাসে চৰকাৰে সাধাৰণ লোকৰ সহায়ৰ বাবে চৰকাৰে গ্ৰহণ কৰা আঁচনিখনৰ বিষয়ে উপস্থিত ৰাইজক বিৱৰি কয়।

অনুষ্ঠানৰ আঁত ধৰে বিশিষ্ট কণ্ঠশিল্পী প্ৰাঞ্জল শৰ্মাই। উজ্বল জ্যোতি গেছ হাউছৰ স্বত্ত্বাধিকাৰী ললিতা দেৱী দাসে অতিথিসকলৰ লগতে হিতাধিকাৰীসকলকো আদৰণি জনায়।

 

ময়ূখ গোস্বামী

ময়ূখ গোস্বামী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

উচ্চতম ন্যায়ালয়ত উত্তপ্ত পৰিস্থিতি: ন্যায়াধীশৰ ফালে কাগজ দলিয়ালে আবেদনকাৰীয়ে, মুখ্য ন্যায়াধীশক অসভ্য আচৰণ

উচ্চতম ন্যায়ালয়ত উত্তপ্ত পৰিস্থিতি: ন্যায়াধীশৰ ফালে কাগজ দলিয়ালে আবেদনকাৰীয়ে, মুখ্য ন্যায়াধীশক অসভ্য আচৰণ

July 10, 2026 5:29 pm
মৃত্যুৰ ভয় নাই, ডিচেম্বৰত বাংলাদেশলৈ উভতি গৈ আদালতত আত্মসমৰ্পণ কৰিব শ্বেখ হাছিনাই

মৃত্যুৰ ভয় নাই, ডিচেম্বৰত বাংলাদেশলৈ উভতি গৈ আদালতত আত্মসমৰ্পণ কৰিব শ্বেখ হাছিনাই

July 10, 2026 4:56 pm
প্ৰথমে এগৰাকী নিপুণ মাতৃ হওক তাৰ পিছত আইএএছ-ৰ সপোন দেখক: উত্তৰ প্ৰদেশৰ ৰাজ্যপালৰ পৰামৰ্শ

প্ৰথমে এগৰাকী নিপুণ মাতৃ হওক তাৰ পিছত আইএএছ-ৰ সপোন দেখক: উত্তৰ প্ৰদেশৰ ৰাজ্যপালৰ পৰামৰ্শ

July 10, 2026 4:06 pm
অসম বাজেট ২০২৬-২৭: লাচিত বৰফুকন, কুশল কোঁৱৰৰ ওপৰত চলচ্চিত্ৰ নিৰ্মাণৰ বাবে ধন আগবঢ়াব চৰকাৰে

অসম বাজেট ২০২৬-২৭: লাচিত বৰফুকন, কুশল কোঁৱৰৰ ওপৰত চলচ্চিত্ৰ নিৰ্মাণৰ বাবে ধন আগবঢ়াব চৰকাৰে

July 10, 2026 3:38 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

উচ্চতম ন্যায়ালয়ত উত্তপ্ত পৰিস্থিতি: ন্যায়াধীশৰ ফালে কাগজ দলিয়ালে আবেদনকাৰীয়ে, মুখ্য ন্যায়াধীশক অসভ্য আচৰণ

উচ্চতম ন্যায়ালয়ত উত্তপ্ত পৰিস্থিতি: ন্যায়াধীশৰ ফালে কাগজ দলিয়ালে আবেদনকাৰীয়ে, মুখ্য ন্যায়াধীশক অসভ্য আচৰণ

July 10, 2026 5:29 pm
মৃত্যুৰ ভয় নাই, ডিচেম্বৰত বাংলাদেশলৈ উভতি গৈ আদালতত আত্মসমৰ্পণ কৰিব শ্বেখ হাছিনাই

মৃত্যুৰ ভয় নাই, ডিচেম্বৰত বাংলাদেশলৈ উভতি গৈ আদালতত আত্মসমৰ্পণ কৰিব শ্বেখ হাছিনাই

July 10, 2026 4:56 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd