• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, June 21, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

নগাঁও আৰক্ষীয়ে উৎখাত কৰিলে বৃহৎ নিচাজাতীয় সামগ্ৰীৰ ঘাটি: গ্ৰেপ্তাৰ হ’ল চাৰিজন লোক

এন ই নাও নিউজ by এন ই নাও নিউজ
February 19, 2018 3:38 pm
Drug mafia, Abzor Ali aka Adom
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

গোপনে বৃহৎ নিচাজাতীয় সামগ্ৰীৰ সাম্ৰাজ্য চলাই থকা এটা গোটক নগাঁও আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হোৱাত সমগ্ৰ অঞ্চলযুৰি এক তীব্ৰ চাঞ্চল্যই বিৰাজ কৰে।আটক কৰা লোককেইজন এটা ড্ৰাগ ডিলিং এজেন্সীৰ কৰ্মচাৰী বুলি জানিবলৈ দিয়ে নগাঁও আৰক্ষীয়ে।

তথ্য অনুসৰি নগাঁও আৰক্ষী থানাত ৰুজু হৈ থকা গোচৰ নম্বৰ ২৪৩/ ১৮ ইউ/ এছ ২২(চি) এন ডি পি এছ এক্টৰ ভিত্তিত দেওবাৰে নগাঁও আৰক্ষীয়ে বিখ্যাত ড্ৰাগ মাফিয়া আবজৰ আলি ওৰফে আবদমক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়।

Apply Now

উল্লেখ যোগ্য যে আবজৰ আলিক গ্ৰেপ্তাৰ কৰাৰ পূৰ্বে নিচাজাতীয় সামগ্ৰীৰ সাম্ৰাজ্য চলোৱাত সহায় কৰা আন তিনিজন লোককো আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল। গ্ৰেপ্তাৰ কৰা লোককেইজন অঞ্জলী শইকীয়া, গোপাল দাস আৰু  বিজু দাস বুলি আৰক্ষীয়ে চিনাক্ত কৰিছে।

গ্ৰেপ্তাৰ হোৱা লোককেইজনৰ ভিতৰত গোপাল দাস আৰু বিজু দাস ড্ৰাগ ডিলিং এজেন্সীৰ কৰ্মচাৰী। এই কৰ্মচাৰী কেইজনো বৃহৎ ড্ৰাগ ৰেকেটৰ সৈতে জৰিত আছিল। উল্লেখ যোগ্য যে আৰক্ষীয়ে যোৱা জানুৱাৰি মাহৰ ২৩ তাৰিখতে নিচাজাতীয় সামগ্ৰীৰ এই বৃহৎ সাম্ৰাজ্যখন উৎখাত কৰিবলৈ সক্ষম হৈছিল। আৰক্ষীয়ে অভিযানৰ সময়ত ১৮,১৬০ টা নিচাজাতীয় টেবলেট আৰু ৪৭৩০ টা কফ চিৰাপ জব্দ কৰছিল।

স্মৰ্তব্য যে জিলাখনত নিচাজাতীয় সামগ্ৰীৰ বিৰুদ্ধে আৰক্ষীয়ে অভিযান তীব্ৰতৰ কৰি তোলাৰ সময়তে একেলগে ড্ৰাগছৰ বিৰুদ্ধে বিভিন্ন সজাগতামূলক ব্যৱস্থাও গ্ৰহণ কৰা পৰিলক্ষিত হৈছে।

 

আৰক্ষী সুত্ৰই জানিবলৈ দিয়া অনুসৰি দীৰ্ঘদিন ধৰি এই লোকজনে চোৰাংভাবে এই নিচাজাতীয় সামগ্ৰীৰ ব্যৱসায় চলাই নিছিল। আনহাতে ইয়াৰ ফলত এই অঞ্চলৰ বহুকেইজন যুৱক ড্ৰাগছৰ কবলত পৰি জীৱন ধ্বংস হোৱা বুলি স্থানীয় ৰাইজে এক অভিযোগ কৰিছে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ইংলেণ্ডৰ বিৰুদ্ধে ভাৰতীয় এদিনীয়া ক্ৰিকেট দল ঘোষণা, অধিনায়কৰ দায়িত্বত শুভমন গিল

ইংলেণ্ডৰ বিৰুদ্ধে ভাৰতীয় এদিনীয়া ক্ৰিকেট দল ঘোষণা, অধিনায়কৰ দায়িত্বত শুভমন গিল

June 21, 2026 6:15 pm
মৰণোত্তৰ পৰীক্ষাৰ নামত উৎকোচ! গোপন কেমেৰাত আৱদ্ধ নগাঁৱৰ জ্যেষ্ঠ চিকিৎসক মনোজ কুমাৰ সিনহা

মৰণোত্তৰ পৰীক্ষাৰ নামত উৎকোচ! গোপন কেমেৰাত আৱদ্ধ নগাঁৱৰ জ্যেষ্ঠ চিকিৎসক মনোজ কুমাৰ সিনহা

June 21, 2026 6:00 pm
গোৰেশ্বৰত ৰে’লৱে দলং পাৰ হওঁতে ৰে’লৰ খুন্দাত প্ৰাণ গ’ল নৱম শ্ৰেণীৰ ছাত্ৰীৰ! ১৫ বছৰে আধৰুৱা দলঙক লৈ উত্তপ্ত পৰিস্থিতি

গোৰেশ্বৰত ৰে’লৱে দলং পাৰ হওঁতে ৰে’লৰ খুন্দাত প্ৰাণ গ’ল নৱম শ্ৰেণীৰ ছাত্ৰীৰ! ১৫ বছৰে আধৰুৱা দলঙক লৈ উত্তপ্ত পৰিস্থিতি

June 21, 2026 5:23 pm
তামিলনাডুত ভয়ংকৰ গেছ দুৰ্ঘটনা: এম’নিয়া নিৰ্গত হৈ দুজনৰ মৃত্যু, ৬৫ জনতকৈ অধিক সংকটজনক, মুখ্যমন্ত্ৰী বিজয়ৰ তদন্তৰ নিৰ্দেশ

তামিলনাডুত ভয়ংকৰ গেছ দুৰ্ঘটনা: এম’নিয়া নিৰ্গত হৈ দুজনৰ মৃত্যু, ৬৫ জনতকৈ অধিক সংকটজনক, মুখ্যমন্ত্ৰী বিজয়ৰ তদন্তৰ নিৰ্দেশ

June 21, 2026 5:14 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ইংলেণ্ডৰ বিৰুদ্ধে ভাৰতীয় এদিনীয়া ক্ৰিকেট দল ঘোষণা, অধিনায়কৰ দায়িত্বত শুভমন গিল

ইংলেণ্ডৰ বিৰুদ্ধে ভাৰতীয় এদিনীয়া ক্ৰিকেট দল ঘোষণা, অধিনায়কৰ দায়িত্বত শুভমন গিল

June 21, 2026 6:15 pm
মৰণোত্তৰ পৰীক্ষাৰ নামত উৎকোচ! গোপন কেমেৰাত আৱদ্ধ নগাঁৱৰ জ্যেষ্ঠ চিকিৎসক মনোজ কুমাৰ সিনহা

মৰণোত্তৰ পৰীক্ষাৰ নামত উৎকোচ! গোপন কেমেৰাত আৱদ্ধ নগাঁৱৰ জ্যেষ্ঠ চিকিৎসক মনোজ কুমাৰ সিনহা

June 21, 2026 6:00 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd