• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 24, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

নগৰিকত্ব বিধেয়ক বাতিলৰ আহ্বান জনাই মুখ্যমন্ত্ৰীক সকীয়ালে কবি নীলমনি ফুকনে

এন ই নাও নিউজ by এন ই নাও নিউজ
July 2, 2018 6:53 am
মুখ্যমন্ত্ৰী আরু কবি নীলমনি ফুকন

বিশিষ্ট কবি নীলমনি ফকুনৰ বাসগৃহত মুখ্যমন্ত্ৰী সোণোৱাল। ফটো : ইউ বি

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

কেন্দ্ৰত বিজেপি চৰকাৰৰ চাৰি বছৰ আৰু অসমত দুবছৰ পূৰ্ণ হোৱা উপলক্ষে ৰাজ্যিক বিজেপিয়ে আৰম্ভ কৰা ‘জনসম্পৰ্ক’ অভিযানৰ অংশ হিচাপে কালি নিশা প্ৰায় ৮ বজাত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে কবি নীলমনি ফুকনক তেওঁৰ বাসগৃহত সাক্ষাৎ কৰে।ৰাজ্যখনৰ যশস্বী কবি, বিশিষ্ট চিন্তাবিদ, সাহিত্যিকগৰাকীৰ মালিগাঁৱৰ নীলাচলপুৰৰ বাসগৃহত নিশা গৈ মুখ্যমন্ত্ৰী উপস্থিত হয়।

অশীতিপৰ কবি ফুকনে মুখ্যমন্ত্ৰী সোণোৱালক বিতৰ্কিত নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ আহ্বান জনায়। মুখ্যমন্ত্ৰীয়ে কেন্দ্ৰ চাৰি বছৰ আৰু ৰাজ্য চৰকাৰৰ দুবছৰীয়া কাৰ্যকালৰ কাম কাজৰ সন্দৰ্ভত প্ৰকাশ কৰি উলিওৱা কেইবাখনো পুস্তিকা ফুকনক দিয়ে।

Apply Now

সোণোৱালে তেওঁৰ চৰকাৰে বিগত দুবছৰত তেওঁৰ চৰকাৰে দুৰ্নীতিৰ বিৰুদ্ধে গ্ৰহণ কৰা স্থিতি তথা উন্নয়নমূলক কামৰ বিষয়ে ব্যাখ্যা আগবঢ়াই চৰকাৰৰ সামগ্ৰিক কাম কাজৰ বিষয়ে ফুকনক অৱগত কৰে। চৰকাৰৰ খতিয়ান দাঙি ধৰি মুখ্যমন্ত্ৰী সোণোৱালে ফুকনৰ পৰা আশীৰ্বাদ তথা পৰামৰ্শ বিচাৰে।

আনহাতে, বিশিষ্ট কবিগৰাকীয়ে প্ৰথমতেই পৰামৰ্শ হিচাপে মুখ্যমন্ত্ৰীক নাগৰিকত্ব সংশোধনী বিধেয়কখন বাতিলৰ আহ্বান জনায়। তেওঁ কয় যে এগৰাকী বুৰঞ্জীৰ ছাত্ৰ তথা শিক্ষক হিচাপে বিষয়টো অনুভৱ কৰি মুখ্যমন্ত্ৰীক বিধেয়কখন গ্ৰহণ কৰিলে জাতিটো বাচি নাথাকিব বুলি স্পষ্ট কৰি দিছে।

এতিয়াও সময় শেষ হৈ যোৱা নাই, কেন্দ্ৰীয় চৰকাৰক ৰাজ্য চৰকাৰে অসমৰ বিষয়টো অৱগত কৰক বুলি ফুকনে মুখ্যমন্ত্ৰীক আহ্বান জনায়। ফুকনে লগতে কয় যে যদি এই বিধেয়কখন গ্ৰহণ কৰা হয় তেতিয়াহ’লে অসমৰ মাটিও নাথাকিব। সেয়ে মুখ্যমন্ত্ৰীক ফুকনে অনুৰোধ কৰে, ‘’আমাক জীয়াই থাকিবলৈ দিয়ক। থাকিবলৈ মাটি দিয়ক। নহ’লে আমাৰ ভৱিষ্যৎ অতি দুখ লগা আৰু বেয়া হ’ব।‘

অসমৰ সামগ্ৰিক উন্নয়ন আৰু জাতিটোৰ সুৰক্ষাৰ বিষয়ত যাতে চিন্তা কৰিব পাৰে সেই বিষয়ে ফুকনে মুখ্যমন্ত্ৰীক বহু কথা স্পষ্ট কৰি দিয়ে। শেহতীয়াকৈ পিয়লৰ ভাষিক তথ্য উদ্বেগজনক বুলি উল্লেখ কৰি ফুকনে কয় যে ‘’আমি হিন্দী বা বাংলা ভাষাৰ বিদ্বেষী নহয়। আমি বাংলা আৰু হিন্দী ভাষাক শ্ৰদ্ধা কৰোঁ। কিন্তু এই দুটা ভাষাৰ আগ্ৰাসনে অসমীয়া ভাষাৰ অস্তিত্বৰ প্ৰতি ভাবুকি কঢ়িয়াই আনিছে। এনে এক উদ্বেগজনক পৰিৱেশৰ সময়ত যদি কেন্দ্ৰীয় চৰকাৰে নাগৰিকত্ব সংশোধনী বিধেয়কখন গ্ৰহণ কৰি হিন্দু বাংলাদেশীক নাগৰিকত্ব দিয়ে তেতিয়া জাতিটো চিৰদিনৰ বাবে বিছিন্ন হোৱাৰ সম্ভাৱনা আছে।‘

এই সমূহ কথা চিন্তা কৰি অসম চৰকাৰে কেন্দ্ৰীয় চৰকাৰক  নাগৰিকত্ব সংশোধনী বিধেয়কখন বাতিলৰ পৰামৰ্শ দিব লাগে বুলি মুখ্যমন্ত্ৰী সোণোৱালক ফুকনে স্পষ্টভাৱে অৱগত কৰে।

 

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

আন্দোলনকাৰী ছাত্ৰ-ছাত্ৰীৰ বিৰুদ্ধে ৰুজু কৰা নহয় গোচৰ : সোণম ৱাংছুকক লিখিত প্ৰতিশ্ৰুতি কেন্দ্ৰৰ

আন্দোলনকাৰী ছাত্ৰ-ছাত্ৰীৰ বিৰুদ্ধে ৰুজু কৰা নহয় গোচৰ : সোণম ৱাংছুকক লিখিত প্ৰতিশ্ৰুতি কেন্দ্ৰৰ

July 24, 2026 3:22 pm
‘বাৰে বাৰে একেটা ভুল হ’ব নোৱাৰে’, নীট পৰীক্ষা অনলাইন কৰাৰ সন্দৰ্ভত কেন্দ্ৰক প্ৰশ্ন উচ্চতম ন্যায়ালয়ৰ

‘বাৰে বাৰে একেটা ভুল হ’ব নোৱাৰে’, নীট পৰীক্ষা অনলাইন কৰাৰ সন্দৰ্ভত কেন্দ্ৰক প্ৰশ্ন উচ্চতম ন্যায়ালয়ৰ

July 24, 2026 3:02 pm
ভোকাতুৰ প্ৰতিবাদকাৰীলৈ ১৫০ খন পিজ্জা, নাগালেণ্ডৰ যুৱকৰ মানৱীয়তাই চুই গ’ল দেশবাসীৰ মন

ভোকাতুৰ প্ৰতিবাদকাৰীলৈ ১৫০ খন পিজ্জা, নাগালেণ্ডৰ যুৱকৰ মানৱীয়তাই চুই গ’ল দেশবাসীৰ মন

July 24, 2026 2:08 pm
অত্যাধিক সুৰা আৰু ড্ৰাগছ সেৱনৰ ভয়ংকৰ পৰিণতি, লণ্ডনত প্ৰাণ গ’ল চৌদি আৰবৰ ৰাজকুমাৰৰ

অত্যাধিক সুৰা আৰু ড্ৰাগছ সেৱনৰ ভয়ংকৰ পৰিণতি, লণ্ডনত প্ৰাণ গ’ল চৌদি আৰবৰ ৰাজকুমাৰৰ

July 24, 2026 1:00 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

আন্দোলনকাৰী ছাত্ৰ-ছাত্ৰীৰ বিৰুদ্ধে ৰুজু কৰা নহয় গোচৰ : সোণম ৱাংছুকক লিখিত প্ৰতিশ্ৰুতি কেন্দ্ৰৰ

আন্দোলনকাৰী ছাত্ৰ-ছাত্ৰীৰ বিৰুদ্ধে ৰুজু কৰা নহয় গোচৰ : সোণম ৱাংছুকক লিখিত প্ৰতিশ্ৰুতি কেন্দ্ৰৰ

July 24, 2026 3:22 pm
‘বাৰে বাৰে একেটা ভুল হ’ব নোৱাৰে’, নীট পৰীক্ষা অনলাইন কৰাৰ সন্দৰ্ভত কেন্দ্ৰক প্ৰশ্ন উচ্চতম ন্যায়ালয়ৰ

‘বাৰে বাৰে একেটা ভুল হ’ব নোৱাৰে’, নীট পৰীক্ষা অনলাইন কৰাৰ সন্দৰ্ভত কেন্দ্ৰক প্ৰশ্ন উচ্চতম ন্যায়ালয়ৰ

July 24, 2026 3:02 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd