• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, August 2, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

নাগৰিকত্ব বিধেয়ক বতিলৰ আহ্বান জনোৱা কৰ্মচাৰী পৰিষদৰ বিৰুদ্ধে সৰৱ বৰাকৰ ছাত্ৰ সংগঠন

গৌতম তালুকদাৰ by গৌতম তালুকদাৰ
June 3, 2018 12:29 pm
ATTACHMENT

প্ৰতিনিধিত্বমূলক চিত্ৰ

96
VIEWS
Share on FacebookShare on Twitter

নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ বাতিলৰ দাবীত সদৌ অসম কৰ্মচাৰী পৰিষদৰ মুকলিকৈ আন্দোলন ঘোষণাৰ বিৰুদ্ধে সৰৱ হৈ পৰিছে বৰাক উপত্যকাৰ ছাত্র সংগঠন সদৌ কাছাৰ কৰিমগঞ্জ হাইলাকান্দি ছাত্র সংস্থা চমুকৈ আকছা।

শিলচৰত এখন সংবাদ মেল পাতি আকছাৰ মুখ্য উপদেষ্টা ৰূপম নন্দী পুৰকায়স্থই কয়— চৰকাৰী কৰ্মচাৰীৰ স্বার্থৰ বাবে গঠিত কৰ্মচাৰী পৰিষদৰ নেতাসকলৰ ৰাজহুৱাকৈ  বিধেয়কৰ বিৰোধীতা কৰা বিষয়টো সন্দৰ্ভত ৰাজ্য চৰকাৰে বিহীত ব্যৱস্থা লোৱা প্রয়োজন। কিয়নো কৰ্মচাৰী পৰিষদ হৈছে এটা অৰাজনৈতিক সংগঠন। সমগ্ৰ ৰাজ্যখনত বিভিন্ন জাতি আৰু জনগোষ্ঠীৰ লোক কৰ্মচাৰী হিচাপে কর্মৰত। পৰিষদৰ নেতাসকলৰ  যদি ৰাজনীতি কৰিবলৈ প্ৰয়োজন তেন্তে  তেওঁলোকে মুকলিকৈ ৰাজনৈতিক দল খুলি ৰাজনীতি কৰা উচিত।

ছাত্ৰ নেতাজনে লগতে কয় যে চৰকাৰী কৰ্মচাৰীয়ে এনে ধৰণৰ বিষয়ত মতামত দিলে সেয়া সৰ্বভাৰতীয় চৰকাৰী নীতি তথা ইণ্ডিয়া ছার্ভিচ ৰুল ১৯৬৮ৰ ৭নং ধাৰা অনুসৰি দ্ৰুত ব্যৱস্থা লোৱা উচিত। চৰকাৰে পৰিষদৰ নেতাসকলৰ বিৰুদ্ধে ‌শীঘ্ৰ ব্যৱস্থা গ্ৰহণ কৰক।

আনহাতে এনআৰচি ৰূপায়ণৰ ক্ষেত্ৰত বাঙালীসকলকৰ ওপৰত নিৰ্যাতন চলোৱা হৈছে বুলি উল্লেখ কৰি ছাত্ৰ নেতাজনে লগতে কয় যে এইক্ষেত্ৰত এনআৰচিৰ সমন্বয়ক প্ৰতীক হাজেলাৰ ভূমিকা সন্দেহজনক।

উল্লেখযোগ্য যে সংবাদ মেলখনত অধ্যাপক নিৰঞ্জন দত্ত, বিকাশ ভট্টাচাৰ্য, বিশ্বজিৎ দেৱ আদিয়েও বক্তব্য আগবঢ়ায়।

Recent News

বন সংৰক্ষণ আইনৰ উলংঘন! সোণাপুৰৰ সংৰক্ষিত বনাঞ্চলত অবৈধভাবে ৰিজৰ্টৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ

বন সংৰক্ষণ আইনৰ উলংঘন! সোণাপুৰৰ সংৰক্ষিত বনাঞ্চলত অবৈধভাবে ৰিজৰ্টৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ

চাইবাৰ অপৰাধৰ ঘটনাই অভিলেখ গঢ়িছে ভাৰতত! চাইবাৰ অপৰাধীয়ে ২০২৪ বৰ্ষত ভাৰতীয়ৰ পৰা সৰকালে ২৩ হাজাৰ কোটি টকা

চাইবাৰ অপৰাধৰ ঘটনাই অভিলেখ গঢ়িছে ভাৰতত! চাইবাৰ অপৰাধীয়ে ২০২৪ বৰ্ষত ভাৰতীয়ৰ পৰা সৰকালে ২৩ হাজাৰ কোটি টকা

মালেগাঁও বিস্ফোৰণ গোচৰত মোহন ভাগৱতক গ্ৰেপ্তাৰ কৰিবলৈ নিৰ্দেশ দিয়া হৈছিল! প্ৰাক্তন তদন্তকাৰী বিষয়াৰ দাবী

মালেগাঁও বিস্ফোৰণ গোচৰত মোহন ভাগৱতক গ্ৰেপ্তাৰ কৰিবলৈ নিৰ্দেশ দিয়া হৈছিল! প্ৰাক্তন তদন্তকাৰী বিষয়াৰ দাবী

প্ৰাক্তন মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড়ে খালী কৰিলে চৰকাৰী বাসগৃহ

প্ৰাক্তন মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড়ে খালী কৰিলে চৰকাৰী বাসগৃহ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd