• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, July 11, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ দাবীত অগপৰ জোঁৰ সমদল

এন ই নাও নিউজ by এন ই নাও নিউজ
May 12, 2018 7:04 am
11-05-18 Guwahati- AGP torch light rally (2)
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

নাগৰিকত্ব সংশোধনী বিধেয়ক অতি শীঘ্ৰে বাতিল কৰাৰ দাবীত অসম গণ পৰিষদ দলে শুকুৰবাৰে সন্ধিয়া গুৱাহাটীত জোঁৰ সমদল কৰি প্ৰতিবাদ সাৱ্যস্ত কৰে। গুৱাহাটীৰ আমবাৰীৰ দলৰ মুখ্য কাৰ্যালয়ৰ পৰা দীঘলীপুখুৰী পাৰলৈ জোঁৰ লৈ দলটোৰ কেইবাশ নেতা-কৰ্মীয়ে অংশগ্ৰহণ কৰে।

জোঁৰ সমদত অংশগ্ৰহণ কৰে প্ৰাক্তন মুখ্য মন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্ত, প্ৰাক্তন সাংসদ দীপক কুমাৰ দাস, বিধায়ক ৰমেন্দ্ৰ নাৰায়ন কলিতাকে ধৰি নেতাসকলৰ লগতে দলৰ কৰ্মীসকলে।

Apply Now

অসম গণ পৰিষদ দলে যোৱা ৭ মে’ত গুৱাহাটীত যুটীয়া সংসদীয় সমিতিয়ে নাগৰিকত্ব সংশোধনী বিধেয়ক সন্দৰ্ভত গ্ৰহণ কৰা শুনানিত বিধেয়কখনৰ বিৰোধিতাৰে মতামত প্ৰদান কৰিছিল। সমিতিৰ আগত তেওঁলোকে বিধেয়কখন গৃহীত হ’লে ই অসমৰ স্বাৰ্থ বিঘ্নিত কৰিব বুলি শংকা ব্যক্ত কৰিছিল। বিধেয়কখনে অসমত সৃষ্টি কৰিব পৰা পৰিস্থিতি সম্পৰ্কত সকলো দিশ সামৰি অগপই সংসদীয় সমিতিক স্মাৰক পত্ৰ প্ৰদান কৰিছিল।

অগপই ইতিমধ্যে নাগৰিকত্ব সংশোধনী বিধেয়ক কেবিনেটত উত্থাপন কৰাৰ লগতে বিষয়টো আলোচনাৰ বাবে অসম বিধানসভাৰ এখন বিশেষ অধিৱেশনৰ কৰাৰ দাবী উত্থাপন কৰিছে।

উল্লেখযোগ্য যে অসমৰ বিজেপি মিত্ৰজোঁট চৰকাৰৰ অংশীদাৰ অসম গণ পৰিষদ দলে নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতা কৰাৰ বিপৰীতে বিজেপিয়ে ইয়াৰ প্ৰতি সমৰ্থন আগবঢ়াইছে। অৱশ্যে এই ক্ষেত্ৰত চৰকাৰৰ ফালৰ পৰা এতিয়ালৈ কোনো স্পষ্ট মতামত ব্যক্ত কৰা নাই।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

শিক্ষামন্ত্ৰীৰ পদত্যাগৰ দাবীত ১৪ দিন ধৰি অনশনত সোনম ৱাংচুক, ক’লে ‘মই গান্ধী নহয়’

শিক্ষামন্ত্ৰীৰ পদত্যাগৰ দাবীত ১৪ দিন ধৰি অনশনত সোনম ৱাংচুক, ক’লে ‘মই গান্ধী নহয়’

July 11, 2026 6:25 pm
ভিয়েটনামৰ ফু কুৱাক দ্বীপত ভয়ংকৰ নাও দুৰ্ঘটনা, ১৫ গৰাকী ভাৰতীয় পৰ্যটকৰ কৰুণ মৃত্যু

ভিয়েটনামৰ ফু কুৱাক দ্বীপত ভয়ংকৰ নাও দুৰ্ঘটনা, ১৫ গৰাকী ভাৰতীয় পৰ্যটকৰ কৰুণ মৃত্যু

July 11, 2026 6:08 pm
জনপ্ৰিয় অভিনেতা শেখৰ সুমনৰ সহযোগীৰ ঘৰত ইডিৰ তলাচী, ১৩ মহলাৰ পৰা দলিয়াই দিলে মোবাইল ফোন

জনপ্ৰিয় অভিনেতা শেখৰ সুমনৰ সহযোগীৰ ঘৰত ইডিৰ তলাচী, ১৩ মহলাৰ পৰা দলিয়াই দিলে মোবাইল ফোন

July 11, 2026 4:57 pm
সংজ্ঞাহাৰক বেজী দিয়াৰ পিছতে মৃত্যু ১৮ মহীয়া শিশুৰ : চিকিৎসকৰ বিৰুদ্ধে গাফিলতিৰ অভিযোগ অভিভাৱকৰ

সংজ্ঞাহাৰক বেজী দিয়াৰ পিছতে মৃত্যু ১৮ মহীয়া শিশুৰ : চিকিৎসকৰ বিৰুদ্ধে গাফিলতিৰ অভিযোগ অভিভাৱকৰ

July 11, 2026 4:51 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

শিক্ষামন্ত্ৰীৰ পদত্যাগৰ দাবীত ১৪ দিন ধৰি অনশনত সোনম ৱাংচুক, ক’লে ‘মই গান্ধী নহয়’

শিক্ষামন্ত্ৰীৰ পদত্যাগৰ দাবীত ১৪ দিন ধৰি অনশনত সোনম ৱাংচুক, ক’লে ‘মই গান্ধী নহয়’

July 11, 2026 6:25 pm
ভিয়েটনামৰ ফু কুৱাক দ্বীপত ভয়ংকৰ নাও দুৰ্ঘটনা, ১৫ গৰাকী ভাৰতীয় পৰ্যটকৰ কৰুণ মৃত্যু

ভিয়েটনামৰ ফু কুৱাক দ্বীপত ভয়ংকৰ নাও দুৰ্ঘটনা, ১৫ গৰাকী ভাৰতীয় পৰ্যটকৰ কৰুণ মৃত্যু

July 11, 2026 6:08 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd