• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, June 28, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

নাবালিকাক চুমা খাই বিতৰ্কত পাপন : পাপনৰ বিৰুদ্ধে অপপ্ৰচাৰ চলোৱা বুলি অনুৰাগীৰ এজাহাৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
February 22, 2018 7:04 pm
Papon
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ৰিয়েলিটি শ্ব’ এটাৰ শ্বুটিঙৰ সময়ত এগৰাকী নাবালিকক চুমা খাই অসমৰ এগৰাকী জনপ্ৰিয় গায়ক পাপন অংগৰাগ মহন্ত তীব্ৰ বিতৰ্কৰ মাজত সোমাই পৰিছে। পাপনৰ এই চুম্বনৰ দৃশ্য সম্বলিত ভিডিঅ’ ক্লিপ এটা কেইটামান ইলেক্ট্ৰনিক মাধ্যমত আৰু ছ’চিয়েল মিডিয়াত প্ৰচাৰিত হোৱাৰ পিছত বিভিন্ন পক্ষৰ পৰা ব্যাপক প্ৰতিক্ৰিয়া অহা দেখা গৈছে। আনকি তেওঁৰ এই অবাঞ্ছিত আচৰণ এতিয়া আদালতৰ মজিয়াও পাইছেগৈ।

ভিডিঅ’টোত দেখা মতে শ্বুটিঙৰ সময়ত পাপনে শিশু শিল্পীসকলৰ সৈতে আনন্দ কৰি থকাৰ মাজতে এগৰাকী ১১-১২ বছৰীয়া ছোৱালীৰ মুখখন নিজৰ ফালে টানি আনি গালত চুমা খায়, যিটোক আপত্তিজনক আচৰণ জ্ঞান কৰিব পাৰি। আনহাতে পাপনে চুমা খোৱাৰ সময়ত ছোৱালীজনীক গালত হাতৰ তলুৱাৰে স্পৰ্শ কৰি মৰম কৰা আৰু ৰং সনা দেখা যায়। জানিব পৰামতে, এই ঘটনা সংঘটিত হৈছিল যোৱা ২০ ফেব্ৰুৱাৰিত।

Apply Now

পাপনৰ এই আচৰণ আপত্তিকৰ বুলি তথা নাবালিকা ছোৱালীৰ প্ৰতি যৌন উৎপীড়নৰ সমপৰ্য্যায়ৰ বুলি গণ্য কৰিছে বহুতে।

ৰুণা ভূঞা নামৰ উচ্চতম ন্যায়ালয়ৰ এগৰাকী অধিবক্তাই এই ভিডিঅ’টোৰ বিষয়বস্তুৰ আধাৰত পাপনৰ আচৰণক নাবালিকাগৰাকীৰ প্ৰতি যৌন আতিশয্যৰ অভিযোগ তুলি national commission for protection of child rights ৰ অধ্যক্ষলৈ অভিযোগপত্ৰ দিছে। নিজৰ পত্ৰখনত তেওঁ পাপনৰ আচৰণত হতচকিত হোৱা বুলি আৰু এইটো এটা যৌন আতিশয্যৰ ঘটনা বুলি উল্লেখ কৰিছে।

Angarag_1
এডভোকেইট ৰুণা ভূঞাৰ অভিযোগপত্ৰখন।

আনহাতে ছ’চিয়েল মিডিয়াতো এই ভিডিঅ’টো ভাইৰেল হোৱাৰ লগতে পাপনক তীব্ৰ সমালোচনা কৰা হৈছে। প্ৰায়সকলকে পাপনক গৰিহণা দিয়া দেখা গৈছে।

 

ইয়াৰ বিপৰীতে পাপনৰ অনুৰাগী একাংশই পাপনৰ আচৰণক আপত্তিজনক নহয় বুলি প্ৰতিপন্নৰ চেষ্টা কৰিছে। সদৌ অসম পাপনিষ্ট নামৰ পাপনৰ অনুৰাগীসকলৰ এটা সংঘই ইলেকট্ৰনিক মাধ্যম আৰু ফেচবুক পেইজৰ বিৰুদ্ধে পাপনক বদনামী কৰাৰ চেষ্টা কৰা বুলি এজাহাৰ দাখিল কৰে। বাৰেপাচি ভুলেৰে অসমীয়াতে লিখা এই এজাহাৰত অৱশ্যে কোনো পক্ষকে নিৰ্দিষ্টকৈ দেখুৱাই দিয়া নাই।

Angarag_3
পাপনিষ্ট সকলে দিচপুৰ থানাত দাখিল কৰা এজাহাৰ।

 

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

বিশ্বৰ আটাইতকৈ বয়সীয়াল ১৯৪ বছৰীয়া কাছক খাদ্য খুৱালে প্ৰধানমন্ত্ৰীয়ে

বিশ্বৰ আটাইতকৈ বয়সীয়াল ১৯৪ বছৰীয়া কাছক খাদ্য খুৱালে প্ৰধানমন্ত্ৰীয়ে

June 27, 2026 11:23 pm
কেতনৰ সৈতে আঙুঠি পিন্ধোৱা পৰ্বৰ কেইদিনমান আগতেই চেতনৰ সৈতে ৰাজস্থানত পাঁচ দিন কটাই আহিছিল চিয়াই! কিয় কৰিলে হত্যা, পোহৰলৈ আহিল নতুন তথ্য

কেতনৰ সৈতে আঙুঠি পিন্ধোৱা পৰ্বৰ কেইদিনমান আগতেই চেতনৰ সৈতে ৰাজস্থানত পাঁচ দিন কটাই আহিছিল চিয়াই! কিয় কৰিলে হত্যা, পোহৰলৈ আহিল নতুন তথ্য

June 27, 2026 10:42 pm
‘আমাৰ সৈতে অন্যায় হৈছে’, ফিফাক ক্ষুৰধাৰ সমালোচনা ইৰানৰ প্ৰশিক্ষক আৰু অধিনায়কৰ

‘আমাৰ সৈতে অন্যায় হৈছে’, ফিফাক ক্ষুৰধাৰ সমালোচনা ইৰানৰ প্ৰশিক্ষক আৰু অধিনায়কৰ

June 27, 2026 9:34 pm
ভাৰতৰ হাতৰ পৰা ওলাই গ’ল মংলা বন্দৰৰ প্ৰকল্প! প্ৰথমখন বিদেশ ভ্ৰমণত চীনৰ সৈতে গুৰুত্বপূৰ্ণ চুক্তিত স্বাক্ষৰ বাংলাদেশৰ প্ৰধানমন্ত্ৰীৰ

ভাৰতৰ হাতৰ পৰা ওলাই গ’ল মংলা বন্দৰৰ প্ৰকল্প! প্ৰথমখন বিদেশ ভ্ৰমণত চীনৰ সৈতে গুৰুত্বপূৰ্ণ চুক্তিত স্বাক্ষৰ বাংলাদেশৰ প্ৰধানমন্ত্ৰীৰ

June 27, 2026 9:30 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

বিশ্বৰ আটাইতকৈ বয়সীয়াল ১৯৪ বছৰীয়া কাছক খাদ্য খুৱালে প্ৰধানমন্ত্ৰীয়ে

বিশ্বৰ আটাইতকৈ বয়সীয়াল ১৯৪ বছৰীয়া কাছক খাদ্য খুৱালে প্ৰধানমন্ত্ৰীয়ে

June 27, 2026 11:23 pm
কেতনৰ সৈতে আঙুঠি পিন্ধোৱা পৰ্বৰ কেইদিনমান আগতেই চেতনৰ সৈতে ৰাজস্থানত পাঁচ দিন কটাই আহিছিল চিয়াই! কিয় কৰিলে হত্যা, পোহৰলৈ আহিল নতুন তথ্য

কেতনৰ সৈতে আঙুঠি পিন্ধোৱা পৰ্বৰ কেইদিনমান আগতেই চেতনৰ সৈতে ৰাজস্থানত পাঁচ দিন কটাই আহিছিল চিয়াই! কিয় কৰিলে হত্যা, পোহৰলৈ আহিল নতুন তথ্য

June 27, 2026 10:42 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd