• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, June 7, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

নিৰ্বাচনৰ পূৰ্বে আঁতৰাওক মেঘালয়ৰ আৰক্ষী সঞ্চালক প্ৰধানক : বিজেপি

ৰাজীব ৰয় by ৰাজীব ৰয়
February 15, 2018 10:56 pm
eci
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

মেঘালয়ৰ আৰক্ষী সঞ্চালকপ্ৰধান এচ বি সিঙক তৎকালে পদবীৰ পৰা আঁতৰ কৰাৰ দাবীত বিজেপিৰ ৫ জনীয়া প্ৰতিনিধি দল এটাই আজি নতুন দিল্লীত মুখ্য নিৰ্বাচন আয়ুক্তক লগ ধৰে।

দলটোৱে লগতে মুখ্য মন্ত্ৰী মুকুল চাংমাৰ সমষ্টিত মুক্ত আৰু নিকা নিৰ্বাচন অনুষ্ঠিত কৰাৰ বাবে বিশেষ ব্যৱস্থা লোৱাৰ বাবেও পৰামৰ্শ আগবঢ়ায়।

Apply Now

নিৰ্বাচন আয়োগক প্ৰতিনিধি দলটোৱে দিয়া স্মাৰক পত্ৰখনত ‘মেঘালয় আৰক্ষীৰ সঞ্চালক প্ৰধান এচ বি সিঙক তৎকালে গুচাই নিৰ্বাচন আয়োগে এজন নিৰপেক্ষ সঞ্চালকক নিয়োগ কৰাটো আমি বিচাৰিছো।’

নলিন ক’হলি, অ’ম প্ৰকাশ, দেৱিদ খাৰচাতি, বাচাইলাং খংগুৰ আৰু জি চি নংবেতৰ ৫ জনীয়া প্ৰতিনিধি দলটোৱে তেওঁলোকৰ স্মাৰকপত্ৰ খনত এনে কিছুমান ঘটনা উল্লেখ কৰিছে যিবোৰে গেৰুৱা দলটোৰ মতে আগলৈ আৰু নিৰ্বাচনৰ পিছত সমস্যাৰ সৃষ্টি কৰিব।

প্ৰতিনিধি দলটোৱে কয়, ‘অইন কিছুমান আৰক্ষী বিষয়াৰ লগতে সঞ্চালকজনে মেঘালয়ৰ মুখ্য মন্ত্ৰীৰ হৈ মুকলিকৈ প্ৰচাৰ চলাইছে। ঘটনাটো সংবাদ মাধ্যমত বহুলভাৱে প্ৰচাৰিত হৈছে।…মুখ্য মন্ত্ৰী গৰাকী যিহেতু গাৰো পাহাৰৰ আৰু তেওঁ গাৰো পাহাৰতে প্ৰতিদ্বন্দ্বিতা কৰিব সেয়ে নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত উগ্ৰপন্থী সমস্যাই পুনৰ মূৰ দাঙি উঠিছে। নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত উগ্ৰপন্থী সমস্যাৰ পুনৰোত্থান মুখ্য মন্ত্ৰীয়ে নিৰ্বাচন জিকিবৰ বাবে কৰা কূট কৌশল।’

ই লগতে কয় যে কংগ্ৰেছ দল আৰু ইয়াৰ জ্যেষ্ঠ নেতাসকলৰ ঘৃণাপূৰ্ণ ভাষণ সাধাৰণ ঘটনা হৈ পৰিছে। বিজেপিয়ে স্মাৰক পত্ৰখনত লগতে কয়, ‘ধৰ্মীয় গঢ়ত নিৰ্বাচনৰ সাম্প্ৰদায়িকীকৰণ কৰা জনপ্ৰতিনিধিত্ব আইন আৰু আৰ্হি আচৰণ বিধিৰ স্থূল উলংঘন।’

স্মাৰক পত্ৰখনত বিজেপিয়ে নিৰ্বাচন আয়োগক ৰাজ্যখনৰ আন্তঃৰাষ্ট্ৰীয় সীমান্ত বন্ধ কৰি দিয়াৰ বাবেও আহ্বান জনায়।

ৰাজীব ৰয়

ৰাজীব ৰয়

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

মৰিগাঁৱত উলহ-মালহেৰে বিশ্ব পৰিৱেশ দিৱস পালন আৰু ‘পবিতৰা’ আলোচনীৰ দশম সংখ্যা উন্মোচন

মৰিগাঁৱত উলহ-মালহেৰে বিশ্ব পৰিৱেশ দিৱস পালন আৰু ‘পবিতৰা’ আলোচনীৰ দশম সংখ্যা উন্মোচন

June 6, 2026 9:04 pm
দেশৰ ভিন্ন প্ৰান্তত অগ্ৰণী সামাজিক সংগঠন ‘ব্ৰাদাৰ্ছ’ৰ বিশ্ব পৰিৱেশ দিৱস উদযাপন

দেশৰ ভিন্ন প্ৰান্তত অগ্ৰণী সামাজিক সংগঠন ‘ব্ৰাদাৰ্ছ’ৰ বিশ্ব পৰিৱেশ দিৱস উদযাপন

June 6, 2026 8:52 pm
বিশ্বৰ বিজ্ঞান পত্ৰিকাত জুবিন গাৰ্গৰ হামিঙৰ ব্যাখ্যা: আৱেগ আৰু বিজ্ঞানৰ এক অপূৰ্ব মিলন

বিশ্বৰ বিজ্ঞান পত্ৰিকাত জুবিন গাৰ্গৰ হামিঙৰ ব্যাখ্যা: আৱেগ আৰু বিজ্ঞানৰ এক অপূৰ্ব মিলন

June 6, 2026 8:42 pm
মাত্ৰ পাঁচ দিনৰ তীব্ৰ গৰমতে প্ৰাণ হেৰুৱাব পাৰে ৩০ হাজাৰ লোকে : আটাইতকৈ ভয়াৱহ স্থিতি উত্তৰ প্ৰদেশৰ

মাত্ৰ পাঁচ দিনৰ তীব্ৰ গৰমতে প্ৰাণ হেৰুৱাব পাৰে ৩০ হাজাৰ লোকে : আটাইতকৈ ভয়াৱহ স্থিতি উত্তৰ প্ৰদেশৰ

June 6, 2026 8:39 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মৰিগাঁৱত উলহ-মালহেৰে বিশ্ব পৰিৱেশ দিৱস পালন আৰু ‘পবিতৰা’ আলোচনীৰ দশম সংখ্যা উন্মোচন

মৰিগাঁৱত উলহ-মালহেৰে বিশ্ব পৰিৱেশ দিৱস পালন আৰু ‘পবিতৰা’ আলোচনীৰ দশম সংখ্যা উন্মোচন

June 6, 2026 9:04 pm
দেশৰ ভিন্ন প্ৰান্তত অগ্ৰণী সামাজিক সংগঠন ‘ব্ৰাদাৰ্ছ’ৰ বিশ্ব পৰিৱেশ দিৱস উদযাপন

দেশৰ ভিন্ন প্ৰান্তত অগ্ৰণী সামাজিক সংগঠন ‘ব্ৰাদাৰ্ছ’ৰ বিশ্ব পৰিৱেশ দিৱস উদযাপন

June 6, 2026 8:52 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd