• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, July 25, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব ছিকিম

পূৰ্ণ গতিত চলাই আছো বিধানসভা নিৰ্বাচনৰ প্ৰস্তুতি : বাইচুং ভূটীয়া

এন ই নাও নিউজ by এন ই নাও নিউজ
July 20, 2018 12:59 pm
hamro-bhaichung-570x320
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ভাৰতীয় ফুটবল দলৰ প্ৰাক্তন অধিনায়ক তথা অৰ্জুন বঁটা প্ৰাপকৰ লগতে  হামৰো ছিকিম পাৰ্টি (এইচ এচ পি)ৰ উপ সভাপতি বাইচুং ভুটীয়াই বৃহস্পতিবাৰে আত্মবিশ্বাসেৰে কয় যে দলটো গঠন হোৱাৰ প্ৰায় ডেৰ মাহ হৈছে। আৰু এই ডেৰ মাহতে আমি জনসাধাৰণৰ পৰা মৰম আৰু সম্পূৰ্ণ সহযোগিতা লাভ কৰিছো।

পূব ছিকিম জিলাৰ ৰংপো চহৰত সাংবাদিকৰে হোৱা সাক্ষাতৰ সময়ত ভূটীয়াই আত্মসন্তুষ্টিৰে মনৰ ভাৱ প্ৰকাশ কৰি কয় যে পশ্চিম আৰু দক্ষিণ জিলাত আমাৰ দলে তৃণমূল পৰ্যায়ত জনসাধাৰণৰ বিশ্বাস আহৰণ কৰিবলৈ সামৰ্থ হোৱাৰ লগতে দলৰ কাম-কাজে যথেষ্ট অগ্ৰগতি লাভ কৰিছে।

Apply Now

‘দলটোক জনপ্ৰিয় তথা দলটোৰ প্ৰতি জনসাধাৰণৰ আস্থা আহৰণৰ উদ্দেশ্যে আমি ৰাজ্যখনৰ প্ৰতিখন গাঁও, প্ৰতিটো পৰিয়ালৰ ওচৰকে যাম আৰু তেওঁলোকৰ সমস্যা সমূহ বুজাৰ চেষ্টা কৰিম’। এইদৰেও কয় দলটোৰ উপ সভাপতি বাইচুং ভূটীয়াই।

তেওঁ লগতে কয় যে এতিয়া আমাৰ দলে বিধানসভা নিৰ্বাচনৰ পূৰ্বে সাংগাঠনিক ভেটি শক্তিশালী কৰাৰ বাবে উত্তৰ আৰু পূব জিলাত কাম কৰি যাব। তাৰোপৰি তেওঁৰ দলে মূলতঃ ক্ৰীড়া ক্ষেত্ৰ আৰু যুৱ চামক অধিক প্ৰাধান্য দি ৰাজ্যখনৰ উন্নয়ন সাধন কৰিব বুলি জনায়।

আনহাতে সাংবাদিকে ছিকিম ডেম’ক্ৰেটিক ফ্ৰণ্ট নেতৃত্বাধীন চৰকাৰখনৰ কাম কাজ সম্পৰ্কত সোধা প্ৰশ্নৰ উত্তৰত প্ৰাক্তন ফুটবলাৰগৰাকীয়ে তাৎপৰ্যপূৰ্ণ মন্তব্য কৰি কয় যে বৰ্তমানৰ চৰকাৰখনে ক্ৰীড়া, সংগীত তথা ছিকিমৰ যুৱ চামৰ উন্নয়ন সাধনৰ বাবে একো কাম কৰা নাই। যিটো ছিকিমৰ বাবে দূৰ্ভাগ্যজনক।

উল্লেখ্য যে যোৱা ৩১ মে’ত বাইচুং ভূটীয়াৰ লগতে প্ৰাক্তন মন্ত্ৰী ৰন বাহাদুৰ চুব্বাই পশ্চিম ছিকিমৰ ডাৰামডিনত এক অনুষ্ঠানৰ আয়োজন কৰি আনুষ্ঠানিকভাৱে হামৰো ছিকিম পাৰ্টি নামেৰে ৰাজনৈতিক দল গঠন কৰি ছিকিমৰ ৰাজনীতিত প্ৰৱেশ কৰিছিল।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

মহাৰাষ্ট্ৰৰ চৰকাৰী চিকিৎসালয়ত মুকলি হ’ল ৫-ষ্টাৰ ৰেটিং ব্যৱস্থা

মহাৰাষ্ট্ৰৰ চৰকাৰী চিকিৎসালয়ত মুকলি হ’ল ৫-ষ্টাৰ ৰেটিং ব্যৱস্থা

July 25, 2026 8:05 am
জাল জিৰা পানী খোৱাৰ উপকাৰিতা

জাল জিৰা পানী খোৱাৰ উপকাৰিতা

July 25, 2026 6:39 am
সোনম ৱাংচুকৰ অনশন ভংগৰ পিছত যন্তৰ মন্তৰৰ ছাত্ৰ আন্দোলন

সোনম ৱাংচুকৰ অনশন ভংগৰ পিছত যন্তৰ মন্তৰৰ ছাত্ৰ আন্দোলন

July 24, 2026 9:40 pm
ককৰোজ জনতা পাৰ্টিৰ সংসদ অভিযানত আৰক্ষীৰ নিৰ্যাতনৰ গোচৰ শুনবলৈ সন্মত মুখ্য ন্যায়াধীশ সূৰ্য কান্ত, সোমবাৰে শুনানি

ককৰোজ জনতা পাৰ্টিৰ সংসদ অভিযানত আৰক্ষীৰ নিৰ্যাতনৰ গোচৰ শুনবলৈ সন্মত মুখ্য ন্যায়াধীশ সূৰ্য কান্ত, সোমবাৰে শুনানি

July 24, 2026 9:03 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মহাৰাষ্ট্ৰৰ চৰকাৰী চিকিৎসালয়ত মুকলি হ’ল ৫-ষ্টাৰ ৰেটিং ব্যৱস্থা

মহাৰাষ্ট্ৰৰ চৰকাৰী চিকিৎসালয়ত মুকলি হ’ল ৫-ষ্টাৰ ৰেটিং ব্যৱস্থা

July 25, 2026 8:05 am
জাল জিৰা পানী খোৱাৰ উপকাৰিতা

জাল জিৰা পানী খোৱাৰ উপকাৰিতা

July 25, 2026 6:39 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd