• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, September 18, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

পূৰ্বৰ শিক্ষা মন্ত্ৰীয়ে পৰিকল্পনাহীনভাৱে নিযুক্তি দিয়া শিক্ষকৰ চাকৰি নিয়মীয়া কৰিব নোৱাৰো : সিদ্ধাৰ্থ ভট্টাচাৰ্য্য

কাজি জেইদুল ইচলাম by কাজি জেইদুল ইচলাম
June 26, 2018 3:00 pm
SiddharthBhatta
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

“২০১০ চনত ঠিকাভিত্তিত যিসকল শিক্ষকক নিযুক্তি দিয়া হৈছিল, সেই সকলক পূৰ্বৰ শিক্ষা মন্ত্ৰীয়ে পৰিকল্পনাহীনভাৱে নিযুক্তি দিছিল। এইসকলৰ চাকৰি মই নিয়মীয়াকৰণ কৰিব নোৱাৰো। এই ৬৫০০গৰাকী শিক্ষকক বেতন দিবলৈ সামৰ্থ্য নাই বাবেই মই নিযুক্তি নিদিওঁ।” আজি এইদৰে কৈ পূৰ্বৰ শিক্ষা মন্ত্ৰীৰ দায়িত্বহীনতা উদঙাই দিয়ে শিক্ষা মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্য্যই।

আজি  বিশ্বনাথ মহাবিদ্যালয়ত উপস্থিত হৈ ৰাজ্যৰ শিক্ষা আৰু আইন মন্ত্ৰীজনে বিশ্বনাথ মহাবিদ্যালয়খনৰ প্ৰশাসনিক ভৱনৰ লগতে আন দুটা নিৰ্মাণকাৰ্য্য উদ্বোধন কৰাৰ সময়ত সাংবাদিকৰ আগত এইদৰে কয়। তেওঁ কয় যে পূৰ্বৰ শিক্ষা মন্ত্ৰীজনে এই শিক্ষকসকলক নিযুক্তি দিওঁতে প্ৰয়োজনীয় পৰিকল্পনাৰ মাজেৰে যোৱা নাছিল। ফলত এইসকলৰ বাবে পুঁজিৰ কোনো শিতান নাই।

উল্লেখযোগ্য যে তেতিয়া কংগ্ৰেছৰ চৰকাৰ আছিল যদিও বৰ্তমানৰ বিজেপি চৰকাৰৰ ক্ষমতাশালী মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই শিক্ষা মন্ত্ৰী আছিল। আনকি কেইমাহ মানৰ আগলৈকে এইখন চৰকাৰৰো শিক্ষা মন্ত্ৰী হৈ আছিল ড০ হিমন্ত বিশ্ব শৰ্মা।

তাৎপৰ্য্যপূৰ্ণভাৱে হিমন্ত বিশ্ব শৰ্মা শিক্ষা মন্ত্ৰী হৈ থাকোতে ঘোষণা কৰা উচ্চতৰ মাধ্যমিক পৰীক্ষাত কৃতিত্বৰে উত্তীৰ্ণ নিৰ্ধাৰিত সংখ্যক মেধাৱী ছাত্ৰীক  স্কুটি প্ৰদান সম্পৰ্কতো সিদ্ধাৰ্থ ভট্টাচাৰ্য্যই কয়, “মই স্কুটি নিদিওঁ। মই চাইকেল দিম। কাৰণ  ১৮-১৯ বছৰীয়া কম বয়সীয়া এজনী ছোৱালীয়ে কেনেকৈ স্কুটি চলাব লাগে সেই বিষয়ে নাজানে বা গতিবেগৰ বিষয়ে নজনা হেতু  বহু দুৰ্ঘটনাও সংঘটিত হৈছে।”

মন্ত্ৰীজনে জিলাখনৰ শিক্ষা মণ্ডলৰ বিষয়ববীয়াসকলৰ  লগতে বিভিন্ন দল-সংগঠনৰ প্ৰতিনিধিৰ সৈতেও বিভিন্ন অভিযোগ সম্পৰ্কে আলোচনাত বহে। চলিত বিত্তীয় বৰ্ষতে বিশ্বনাথত এখন অভিযান্ত্ৰিক মহাবিদ্যালয়, এখন আই টি আই  আৰু এখন বি এড কলেজৰ আধাৰশিলা স্থাপন কৰা হ’ব বুলি মন্ত্ৰীগৰাকীয়ে  ঘোষণা কৰে।

আজি মন্ত্ৰী গৰাকীৰ লগত কেৱিনেট মন্ত্ৰী ৰঞ্জিত দত্ত, বিধায়ক প্ৰমোদ বৰঠাকুৰ, উৎপল বৰাও উপস্থিতি আছিল।

কাজি জেইদুল ইচলাম

কাজি জেইদুল ইচলাম

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ট্ৰাম্পৰ পাছত পুটিনে ফোনযোগে মোদীক জনালে জন্মদিনৰ শুভেচ্ছা

ট্ৰাম্পৰ পাছত পুটিনে ফোনযোগে মোদীক জনালে জন্মদিনৰ শুভেচ্ছা

September 17, 2025 9:31 pm
কেগৰ প্ৰতিবেদনত উন্মোচিত হৈছে গুজৰাটৰ শ্ৰমিক কল্যাণ ব’ৰ্ডৰ বৃ্হৎ অনিয়ম

কেগৰ প্ৰতিবেদনত উন্মোচিত হৈছে গুজৰাটৰ শ্ৰমিক কল্যাণ ব’ৰ্ডৰ বৃ্হৎ অনিয়ম

September 17, 2025 8:36 pm
EVM বেলটত এতিয়াৰে পৰা থাকিব প্ৰাৰ্থীৰ ৰঙীণ ফটো! বিহাৰৰ পৰাই আৰম্ভ হ’ব এই ব্যৱস্থা

EVM বেলটত এতিয়াৰে পৰা থাকিব প্ৰাৰ্থীৰ ৰঙীণ ফটো! বিহাৰৰ পৰাই আৰম্ভ হ’ব এই ব্যৱস্থা

September 17, 2025 7:24 pm
ধীৰৌলি কয়লা খনি প্ৰকল্পৰ বিৰুদ্ধে উত্থাপিত অভিযোগ খণ্ডন কৰাৰ বাবে কেন্দ্ৰক তীব্ৰ সমালোচনা জয়ৰাম ৰমেশৰ

ধীৰৌলি কয়লা খনি প্ৰকল্পৰ বিৰুদ্ধে উত্থাপিত অভিযোগ খণ্ডন কৰাৰ বাবে কেন্দ্ৰক তীব্ৰ সমালোচনা জয়ৰাম ৰমেশৰ

September 17, 2025 7:04 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ট্ৰাম্পৰ পাছত পুটিনে ফোনযোগে মোদীক জনালে জন্মদিনৰ শুভেচ্ছা

ট্ৰাম্পৰ পাছত পুটিনে ফোনযোগে মোদীক জনালে জন্মদিনৰ শুভেচ্ছা

September 17, 2025 9:31 pm
কেগৰ প্ৰতিবেদনত উন্মোচিত হৈছে গুজৰাটৰ শ্ৰমিক কল্যাণ ব’ৰ্ডৰ বৃ্হৎ অনিয়ম

কেগৰ প্ৰতিবেদনত উন্মোচিত হৈছে গুজৰাটৰ শ্ৰমিক কল্যাণ ব’ৰ্ডৰ বৃ্হৎ অনিয়ম

September 17, 2025 8:36 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd