• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, September 1, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

পোহৰলৈ আহিছে বটদ্ৰৱা সমষ্টিত আটা যোগানৰ নামত সংঘটিত ১১ কোটি টকাৰ কেলেংকাৰিৰ তথ্য

এন ই নাও নিউজ by এন ই নাও নিউজ
July 7, 2018 9:56 am
আটা যোগান

প্ৰতিনিধিত্বমূলক ফটো

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বিগত কংগ্ৰেছ চৰকাৰৰ শাসনকালত হিতাধিকাৰীক ৰাজহুৱা বিতৰণ ব্যৱস্থাৰ সামগ্ৰী যোগান ধৰাৰ নামত সংঘটিত বৃহৎ কেলেংকাৰিৰ তথ্য পোহৰলৈ আহিছে মুখ্যমন্ত্ৰীৰ বিশেষ তদাৰকী কোষৰ তদন্তত। মুখ্যমন্ত্ৰীৰ তদাৰকী কোষে ৰাজ্যৰ ১২৬টা বিধানসভা সমষ্টিৰ ভিতৰত মাত্ৰ এটা সমষ্টি বটদ্ৰবাত ৰাজহুৱা বিতৰণ ব্যৱস্থাৰ সামগ্ৰী যোগানৰ নামত হোৱা কেলেংকাৰিৰ তদন্ত আৰম্ভ কৰে।

তদন্তত ইয়াৰে এখন সমবায়ৰ অধীনতে বহু কোটি টকাৰ দুৰ্নীতি ধৰা পেলাবলৈ সক্ষম হৈছে তদন্তকাৰী দলে। তথ্য অনুসৰি কেৱল আটা যোগানৰ নামতে ১১ কোটি টকাৰ দুৰ্নীতি সংঘটিত হৈছিল। হিতাধিকাৰীক ৰাজহুৱা বিতৰণ ব্যৱস্থাৰ আটা যোগান নধৰাকৈয়ে কাগজে-পত্ৰই যোগান ধৰা দেখুৱাই ১১ কোটি টকা আত্মস্যাৎ কৰা হৈছিল।

Apply Now

মুখ্যমন্ত্ৰীৰ বিশেষ তদাৰকী কোষৰ পৰা লাভ কৰা তথ্য অনুসৰি নগাঁও জিলাৰ বটদ্ৰৱা বিধানসভা সমষ্টিৰ অন্তৰ্গত ‘বটদ্ৰৱা সত্ৰ সমবায় সমিতি’য়ে সংঘটিত কৰিছিল এই বৃহৎ কেলেংকাৰি। সমবায়খনৰ অধীনস্থ ৩৭খন সুলভমূল্যৰ দোকান তথা এজেণ্টৰ লগতে আটা যোগনিয়াৰ দুখন প্ৰতিষ্ঠানৰ লগত গোপন বুজাবুজি কৰি সমবায়খনে এই বৃহৎ কেলেংকাৰি সংঘটিত কৰিছিল।

প্ৰাৰম্ভিক তদন্তৰ তথ্য অনুসৰি উক্ত কেলেংকাৰিৰ সৈতে সমবায়খনৰ সভাপতিকে ধৰি কেইবাজনো বিষয়ববীয়া কেলেংকাৰিটোত জড়িত থকাৰ লগতে একাংশ ব্যৱসায়ী তথা ৰাজনৈতিক নেতা জড়িত হৈ আছিল। ইতিমধ্যে মুখ্যমন্ত্ৰীৰ তদাৰকী কোষে উক্ত কেলেংকাৰি সন্দৰ্ভত যাৱতীয় তথ্য অসমৰ বিশেষ ন্যায়াধীশৰ আদালতত দাখিল কৰিছে।

উল্লেখযোগ্য যে ২০১১ চনৰ পৰা ২০১৬ চন পৰ্যন্ত বটদ্ৰৱাত এই কেলেংকাৰি সংঘটিত হৈছিল । কেলেংকাৰি সংঘটিত হোৱাৰ সময়ত বটদ্ৰৱাৰ বিধায়ক আছিল গৌতম বৰা। ধাৰাবাহিকভাৱে সংঘটিত হোৱা এই বিয়াগোম কেলেংকাৰিৰ তদন্ত বিচাৰি বৰ্তমানৰ স্থানীয় বিধায়িকা আঙুৰলতা ডেকাৰ জৰিয়তে একাংশ স্থানীয় লোকে মুখ্যমন্ত্ৰীৰ বিশেষ তদাৰকী কোষত অভিযোগ দাখিল কৰিছিল। উক্ত অভিযোগৰ ভিত্তিত তদন্তকাৰী সংস্থাটোৰ ১/২০১৮ নম্বৰত গোচৰ ৰুজু কৰি তদন্ত আৰম্ভ কৰিছে।

 

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

২৬ লাখ লোকে চোৱাৰ পাছতেই কিয় নিষিদ্ধ কৰা হ’ল গুগলৰ ডাটা চেণ্টাৰৰ ভিডিঅ’?

২৬ লাখ লোকে চোৱাৰ পাছতেই কিয় নিষিদ্ধ কৰা হ’ল গুগলৰ ডাটা চেণ্টাৰৰ ভিডিঅ’?

August 31, 2026 9:33 pm
৫ ছেপ্টেম্বৰত দিল্লীত প্ৰতিবাদ হ’বই! জৰুৰী শুনানিৰ আবেদন নাকচ উচ্চতম ন্যায়ালয়ৰ

৫ ছেপ্টেম্বৰত দিল্লীত প্ৰতিবাদ হ’বই! জৰুৰী শুনানিৰ আবেদন নাকচ উচ্চতম ন্যায়ালয়ৰ

August 31, 2026 8:26 pm
দিল্লীত চলন্ত বাছত পুনৰ নিৰ্ভয়াকাণ্ডৰ দৰে জঘন্য ঘটনা: চালক আৰু কণ্ডাক্টৰৰ কামনাৰ বলি ১৭ বছৰীয়া কিশোৰী

দিল্লীত চলন্ত বাছত পুনৰ নিৰ্ভয়াকাণ্ডৰ দৰে জঘন্য ঘটনা: চালক আৰু কণ্ডাক্টৰৰ কামনাৰ বলি ১৭ বছৰীয়া কিশোৰী

August 31, 2026 7:33 pm
উপেক্ষিত হৈও ইতিহাস ৰচিলে মহম্মদ ছামীয়ে! পেছাদাৰী ক্ৰিকেটত দখল কৰিলে ৯০০ উইকেট

উপেক্ষিত হৈও ইতিহাস ৰচিলে মহম্মদ ছামীয়ে! পেছাদাৰী ক্ৰিকেটত দখল কৰিলে ৯০০ উইকেট

August 31, 2026 6:41 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

২৬ লাখ লোকে চোৱাৰ পাছতেই কিয় নিষিদ্ধ কৰা হ’ল গুগলৰ ডাটা চেণ্টাৰৰ ভিডিঅ’?

২৬ লাখ লোকে চোৱাৰ পাছতেই কিয় নিষিদ্ধ কৰা হ’ল গুগলৰ ডাটা চেণ্টাৰৰ ভিডিঅ’?

August 31, 2026 9:33 pm
৫ ছেপ্টেম্বৰত দিল্লীত প্ৰতিবাদ হ’বই! জৰুৰী শুনানিৰ আবেদন নাকচ উচ্চতম ন্যায়ালয়ৰ

৫ ছেপ্টেম্বৰত দিল্লীত প্ৰতিবাদ হ’বই! জৰুৰী শুনানিৰ আবেদন নাকচ উচ্চতম ন্যায়ালয়ৰ

August 31, 2026 8:26 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd