• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, June 23, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

প্ৰাপ্য অধিকাৰৰ দাবীত শোনিতপুৰৰ বালিপৰাৰ ফুলবাৰী চাহ বাগিচাত শ্ৰমিকৰ উত্তাল প্ৰতিবাদ

ঋতুপৰ্ণ চক্ৰৱৰ্ত্তী by ঋতুপৰ্ণ চক্ৰৱৰ্ত্তী
June 18, 2018 1:43 pm
ATTACHMENT
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

প্ৰাপ্য সা- সুবিধাৰ পৰা বঞ্চিত প্ৰায় দুই সহস্ৰাধিক শ্ৰমিকৰ প্ৰতিবাদত আজি এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় শোনিতপুৰৰ বালিপৰাৰ ফুলবাৰী চাহ বাগিচাত। দীৰ্ঘদিনৰ পৰা বঞ্চিত তথা বাগিচা কৰ্তৃপক্ষৰ স্বেচ্ছাচাৰিতাৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে বাগিচাখনৰ সহস্ৰাধিক শ্ৰমিকে।

শ্ৰমিকসকলে কৰা অভিযোগ অনুসৰি বিগত প্ৰায় বহু বছৰ ধৰি বাগিচাখনৰ কৰ্তৃপক্ষই তেওঁলোকক প্ৰাপ্য সা-সুবিধা সমূহৰ পৰা বঞ্চিত কৰি আহিছে। এই সন্দৰ্ভত অভিযোগ দাখিল কৰিলেও কোনো গুৰুত্ব নিদিয়ে সংশ্লিষ্ট কৰ্তৃপক্ষই।

Apply Now

আনকি শ্ৰমিকসকলে যি সমূহ সা-সুবিধা পাব লাগিছিল সেই সুবিধা সমূহ কৰ্তন কৰি বাগিচা কৰ্তৃপক্ষই নিজৰ খেয়ালখুচি মতে নিয়ম কৰি শ্ৰমিক সকলক চৰম বঞ্চনা কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰিলে ভূক্তভোগী শ্ৰমিকসকলে। সেয়হে আজি পুৱা বাগিচাখনৰ কাৰখানৰ সন্মুখত প্ৰায় ২ সহস্ৰধাধিক শ্ৰমিকে সাব্যস্ত কৰে তীব্ৰ প্ৰতিবাদ।

ATTACHMENTকিনকিনিয়া বৰষুণৰ মাজতো শ্ৰমিক সকলে ছাতি লৈ বাগিচা কৰ্তৃপক্ষৰ বিৰুদ্ধে বিভিন্ন শ্ল’গান দি উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে যদিও এই ক্ষেত্ৰত বাগিচা কৰ্তৃপক্ষই কোনো ধৰণৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰা নাই। সেয়েহে শ্ৰমিক সকলে বিষয়টোত চৰকাৰৰ হস্তক্ষেপ কামনা কৰিছে।

ঋতুপৰ্ণ চক্ৰৱৰ্ত্তী

ঋতুপৰ্ণ চক্ৰৱৰ্ত্তী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

জুবিন গাৰ্গৰ মৃত্যুৰ তদন্তৰ মাজতে ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ নিৰ্দেশ! ফ্ৰীজ হৈ থকা বেংক একাউণ্ট পৰিচালনাৰ অনুমতি পালে পত্নী গৰিমা গাৰ্গে

জুবিন গাৰ্গৰ মৃত্যুৰ তদন্তৰ মাজতে ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ নিৰ্দেশ! ফ্ৰীজ হৈ থকা বেংক একাউণ্ট পৰিচালনাৰ অনুমতি পালে পত্নী গৰিমা গাৰ্গে

June 23, 2026 5:52 pm
“পৰীক্ষাতকৈ মোৰ বাবে বোৰ্খা বেছি গুৰুত্বপূৰ্ণ’’ : নীট পৰীক্ষাৰ্থীৰ মন্তব্যই চকু কপালত তুলিছে দেশবাসীৰ

“পৰীক্ষাতকৈ মোৰ বাবে বোৰ্খা বেছি গুৰুত্বপূৰ্ণ’’ : নীট পৰীক্ষাৰ্থীৰ মন্তব্যই চকু কপালত তুলিছে দেশবাসীৰ

June 23, 2026 5:04 pm
আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত জিলিকিল অসমৰ প্ৰতিভা! স্পেইনৰ চলচ্চিত্ৰ মহোৎসৱত শ্ৰেষ্ঠত্বৰ সন্মান আঁজুৰিলে কৌশিক শৰ্মাৰ ছবিয়ে

আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত জিলিকিল অসমৰ প্ৰতিভা! স্পেইনৰ চলচ্চিত্ৰ মহোৎসৱত শ্ৰেষ্ঠত্বৰ সন্মান আঁজুৰিলে কৌশিক শৰ্মাৰ ছবিয়ে

June 23, 2026 4:49 pm
৩৪ কোটিৰো অধিক টকাৰ হৰলুকি কৰি গ্ৰেপ্তাৰ গুৱাহাটীৰ ব্যৱসায়ী ঋষিৰাজ বৰকটকী

৩৪ কোটিৰো অধিক টকাৰ হৰলুকি কৰি গ্ৰেপ্তাৰ গুৱাহাটীৰ ব্যৱসায়ী ঋষিৰাজ বৰকটকী

June 23, 2026 3:40 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

জুবিন গাৰ্গৰ মৃত্যুৰ তদন্তৰ মাজতে ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ নিৰ্দেশ! ফ্ৰীজ হৈ থকা বেংক একাউণ্ট পৰিচালনাৰ অনুমতি পালে পত্নী গৰিমা গাৰ্গে

জুবিন গাৰ্গৰ মৃত্যুৰ তদন্তৰ মাজতে ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ নিৰ্দেশ! ফ্ৰীজ হৈ থকা বেংক একাউণ্ট পৰিচালনাৰ অনুমতি পালে পত্নী গৰিমা গাৰ্গে

June 23, 2026 5:52 pm
“পৰীক্ষাতকৈ মোৰ বাবে বোৰ্খা বেছি গুৰুত্বপূৰ্ণ’’ : নীট পৰীক্ষাৰ্থীৰ মন্তব্যই চকু কপালত তুলিছে দেশবাসীৰ

“পৰীক্ষাতকৈ মোৰ বাবে বোৰ্খা বেছি গুৰুত্বপূৰ্ণ’’ : নীট পৰীক্ষাৰ্থীৰ মন্তব্যই চকু কপালত তুলিছে দেশবাসীৰ

June 23, 2026 5:04 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd