• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, August 17, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

পৰিষদৰ সদস্যই উদঙালে তিৱা স্বায়ত্ত পৰিষদৰ দুৰ্নীতি

এন ই নাও নিউজ by এন ই নাও নিউজ
June 4, 2018 9:27 am
তিৱা স্বায়ত্ত পৰিষদ

প্ৰতিনিধিত্বমূলক চিত্ৰ

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

দীৰ্ঘদিন ধৰি ক্ষমতাৰ অৰিয়াঅৰি আৰু মুখ্য কাৰ্যবাহী সদস্যৰ পদক লৈ টনা আজোৰা চলি থকা মৰিগাঁও তিৱা স্বায়ত্ত পৰিষদত সংঘটিত এক বিয়াগোম দুৰ্নীতিৰ কথা পোহৰলৈ আহিছে। একমাত্ৰ মুখ্য কাৰ্যবাহী সদস্যৰ পদটোক লৈ চলি থকা টনা আজোৰাৰ বাবে তিৱা জনগোষ্ঠীৰ লোকসকল উন্নয়নৰ পৰা বঞ্চিত হোৱাৰ অভিযোগ উঠিছে।

এনে এক পৰিস্থিতিৰ মাজতে শেহতীয়াকৈ তিৱা স্বায়ত্ত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য পৱন মান্তাৰ বিৰুদ্ধে দুৰ্নীতি আৰু অনিয়মৰ অভিযোগ তুলি স্বয়ং পৰিষদৰে ৫ নং ঢেঁকীফালা পৰিষদীয় সমষ্টিৰ জন প্ৰতিনিধি বলোৰাম বৰদলৈয়ে উচ্চ ন্যায়ালয়ত এটা গোচৰ ৰুজু কৰিছে।

Apply Now

কাৰ্যবাহী সদস্য বৰদলৈয়ে দেওবাৰে ৰহাত সাংবাদিকৰ আগত মুখ্য কাৰ্যবাহী সদস্য পৱন মান্তাৰ বিৰুদ্ধে দুৰ্নীতি, অনিয়ম, আঁচনি সমবিতৰণ নকৰা আৰু নীতি বহিৰ্ভূতভাৱে আঁচনি ৰূপায়নৰ বাবদ ধন আৱন্টন দিয়া ইত্যাদি অভিযোগেৰে গুৱাহাটী উচ্চ ন্যায়ালয়ত গোচৰ তৰা বুলি জানিবলৈ দিয়ে।

বৰদলৈয়ে অভিযোগ কৰে যে ২০১৭-১৮ বৰ্ষত পৰিষদে অসম চৰকাৰৰ পৰা ৩৬ কোটি টকা আৱন্টন পাইছিল যদিও মুখ্য কাৰ্যবাহীগৰাকীয়ে নিজৰ খেয়াল খুচি মতে উন্নয়নমূলক কামৰ ধনসমূহ খৰচ কৰিছে। সদস্য গৰাকীয়ে উন্নয়নমূলক কামৰ ধন বিতৰণত বৈষম্যৰ অভিযোগো উত্থাপন কৰিছে। মুখ্য কাৰ্যবাহীগৰাকীয়ে কিছুমান সমষ্টিত ১ কোটি টকালৈকে আৱন্টন দিয়াৰ বিপৰীতে তেওঁৰ সমষ্টিত মাত্ৰ ৪০ লাখ টকাহে আগবঢ়োৱা বুলি উল্লেখ কৰে।

সদস্যগৰাকীয়ে মুখ্য কাৰ্যবাহীগৰাকীয়ে বিধি বহিৰ্ভূতভাৱে আঁচনিৰ কাম আৱন্টন দিয়াৰ লগতে কাম নকৰাকৈয়ে বিল আদায় দিয়াৰ অভিযোগো উত্থাপন কৰিছে। তেওঁ উল্লেখ কৰে যে বৰ্তমান জুন মাহ চলি আছে যদিও পৰিষদে এইবছৰৰ জুলাই আৰু আগষ্ট মাহৰ ৬৯৮২৩৯ আৰু ৬৯৮২৫৪ নম্বৰৰ দুখন চেক প্ৰদান কৰাৰ বিভ্ৰান্তিকৰ তথ্য দাঙি ধৰিছে আৰু ইয়ে পৰিষদখনত সংঘটিত দুৰ্নীতিৰ কথা উদঙাই দিছে।

সদস্য গৰাকীয়ে লগতে জানিব দিয়ে যে পৰিষদৰ অধীনৰ লাখ লাখ লোকৰ উন্নয়নৰ বাবে আৱন্টিত চৰকাৰী পুঁজি এনেদৰে ক্ষমতাৰ অপব্যৱহাৰেৰে লুণ্ঠন চলোৱা আৰু নিজে ৰাজকীয় জীৱন যাপন কৰি মুখ্য কাৰ্যবাহীগৰাকীয়ে ৰাইজৰ উন্নয়নলৈ পিঠি দি তিৱা স্বায়ত্ত পৰিষদখনক দুৰ্নীতিৰ ক্ষেত্ৰলৈ পৰিৱৰ্তন কৰাৰ বিৰুদ্ধে তেওঁ দুৰ্নীতি নিবাৰক শাখাৰ ওচৰ চাপিব।

সদস্য বৰদলৈয়ে কয় যে সকলো কাম (৫০ হাজাৰ টকাৰ ওপৰৰ) নিবিদা আহ্বান নকৰাকৈয়ে কাম আৱন্টন দি চৰকাৰী তথা পৰিষদৰ নীতি নিয়ম জলাঞ্জলি দিয়া কাৰ্যক তেওঁ কেতিয়াও মানি নলয়। তেওঁ লগতে তিৱা স্বায়ত্ত পৰিষদৰ এনে দুৰ্নীতিৰ বিৰুদ্ধে মুখ্যমন্ত্ৰীক উচিত তদন্ত কৰিবলৈ আহ্বান জনাইছে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ৰাজস্থানৰ চৰকাৰী স্কুলৰ দুৰৱস্থা ফাদিল হোৱাৰ ভয় নেকি? চিজেপিৰ ঘোষণাৰ পাছতেই স্কুলত সোমোৱাত নিষেধাজ্ঞা বিজেপি চৰকাৰৰ

ৰাজস্থানৰ চৰকাৰী স্কুলৰ দুৰৱস্থা ফাদিল হোৱাৰ ভয় নেকি? চিজেপিৰ ঘোষণাৰ পাছতেই স্কুলত সোমোৱাত নিষেধাজ্ঞা বিজেপি চৰকাৰৰ

August 17, 2026 4:41 pm
অসমৰ বান সমস্যাক ‘ৰাষ্ট্ৰীয় দুৰ্যোগ’ ঘোষণাৰ দাবীৰে প্ৰধানমন্ত্ৰীলৈ অখিল গগৈৰ বিশেষ পত্ৰ

অসমৰ বান সমস্যাক ‘ৰাষ্ট্ৰীয় দুৰ্যোগ’ ঘোষণাৰ দাবীৰে প্ৰধানমন্ত্ৰীলৈ অখিল গগৈৰ বিশেষ পত্ৰ

August 17, 2026 4:22 pm
বিদেশী সংবাদ মাধ্যমৰ আগত মুখ খুলিলেই বিপদ! নিজৰ নাগৰিকৰ ওপৰত কঠোৰ নিষেধাজ্ঞা জাপি দিলে ইৰাণে

বিদেশী সংবাদ মাধ্যমৰ আগত মুখ খুলিলেই বিপদ! নিজৰ নাগৰিকৰ ওপৰত কঠোৰ নিষেধাজ্ঞা জাপি দিলে ইৰাণে

August 17, 2026 3:15 pm
দিন দুপৰতে গুলীয়াই হত্যা জনপ্ৰিয় টিকটক তাৰকাক; চিচিটিভিত বন্দী হৈছে আক্ৰমণৰ শিহৰণকাৰী দৃশ্য

দিন দুপৰতে গুলীয়াই হত্যা জনপ্ৰিয় টিকটক তাৰকাক; চিচিটিভিত বন্দী হৈছে আক্ৰমণৰ শিহৰণকাৰী দৃশ্য

August 17, 2026 2:22 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ৰাজস্থানৰ চৰকাৰী স্কুলৰ দুৰৱস্থা ফাদিল হোৱাৰ ভয় নেকি? চিজেপিৰ ঘোষণাৰ পাছতেই স্কুলত সোমোৱাত নিষেধাজ্ঞা বিজেপি চৰকাৰৰ

ৰাজস্থানৰ চৰকাৰী স্কুলৰ দুৰৱস্থা ফাদিল হোৱাৰ ভয় নেকি? চিজেপিৰ ঘোষণাৰ পাছতেই স্কুলত সোমোৱাত নিষেধাজ্ঞা বিজেপি চৰকাৰৰ

August 17, 2026 4:41 pm
অসমৰ বান সমস্যাক ‘ৰাষ্ট্ৰীয় দুৰ্যোগ’ ঘোষণাৰ দাবীৰে প্ৰধানমন্ত্ৰীলৈ অখিল গগৈৰ বিশেষ পত্ৰ

অসমৰ বান সমস্যাক ‘ৰাষ্ট্ৰীয় দুৰ্যোগ’ ঘোষণাৰ দাবীৰে প্ৰধানমন্ত্ৰীলৈ অখিল গগৈৰ বিশেষ পত্ৰ

August 17, 2026 4:22 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd