• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, September 17, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home প্ৰতিৱেশী নেপাল

বাণিজ্যিক ভাৰসাম্যহীনতা হ্ৰাস কৰাৰ বাবে ভাৰতীয় বিনিয়োগ বিচাৰিলে নেপালে

এন ই নাও নিউজ by এন ই নাও নিউজ
August 9, 2018 6:53 pm
handshake-570x320
3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

কাঠমাণ্ডু পোষ্টত প্ৰকাশিত এটা প্ৰতিৱেদনত কোৱা হৈছে যে আজি নতুন দিল্লীত অনুষ্ঠিত ভাৰত আৰু নেপালৰ মাজৰ দ্বিপাক্ষিক বাণিজ্যিক চুক্তিৰ এটা পুনৰীক্ষণৰ সময়ত  বাণিজ্যিক ভাৰসাম্যহীনতা হ্ৰাস কৰাৰ বাবে নেপালে ভাৰতৰ বিনিয়োগ আকৰ্ষণ কৰাৰ প্ৰস্তাৱ ৰাখিছে।

প্ৰতিৱেদনটোত কোৱা হৈছে যে ৯-১০ তাৰিখে অনুষ্ঠিত হোৱাদ্বিপাক্ষিক বাণিজ্যিক আলোচনাচক্ৰখনত  দুয়ো দেশৰ মাজৰ বাণিজ্যিক ভাৰসাম্যতা বজাই ৰখাৰ বাবে নেপালে ভাৰতৰ বিনিয়োগৰ ওপৰত বিশেষ মনোযোগ দিছে।

Apply Now

চৰকাৰী বিষয়াৰ উদ্ধৃতিৰে প্ৰতিৱেদনটোত আৰু কোৱা হৈছে যে যদিহে নেপালে বাৰতৰ পৰা অধিক বিনিয়োগ আকৰ্ষণ কৰিব পাৰে তেন্তে ভাৰত-নেপালৰ বাণিজ্যিক ঘাটী পূৰ্ণ হ’ব। বিষয়াসকলে আৰু কৈছে যে ভাৰতৰ বিনিয়োগ অবিহনে ভাৰতৰ সৈতে নেপালৰ আমদানি বিকল্প আৰু বাণিজ্যিক ঘাটী পূৰ্ণ কৰা সম্ভৱ নহয়।

বাণিজ্য চুক্তি পুনৰীক্ষণ কাৰিকৰী সমিতিৰ (Trade Treaty Review Technical Committee) অধ্যক্ষ ৰবি শংকৰ সৈঞ্জুৱে কৈছে, ‘‘নেপালত ভাৰতীয় বিনিয়োগে আমাক ভাৰতীয় মূল্য-শৃখলা আৰু বজাৰত উজু প্ৰৱেশাধিকাৰ প্ৰদান কৰিব।’’

দুয়োখন দেশৰ মাজত ক্ৰমান্বয়ে বৃদ্ধি পাই অহা বাণিজ্যিক ব্যৱধান হ্ৰাস কৰাৰ বাবে নেপালে ভাৰতৰ সাহায্য বিচাৰিছে।

বিগত বিত্তীয় বছৰৰ প্ৰথম ১১ মাহত নেপালে ভাৰতলৈ ৪২.৩৪ বিলিয়ন টকাৰ সামগ্ৰী ৰপ্তানি কৰাৰ বিপৰীতে ভাৰতৰ পৰা নেপালে কৰা আমদানি সামগ্ৰীৰ মূল্য আছিল ৭৩১ বিলিয়ন টকা।

প্ৰতিৱেদনটোত আৰু কোৱা হৈছে যে দীৰ্ঘ দিন ধৰি নেপালে প্ৰস্তুতকাৰী খণ্ডটোত ভাৰতৰ পৰা বিদেশী প্ৰত্যক্ষ বিনিয়োগ লাভ কৰা নাই।  ৯০ৰ দশকত প্ৰস্তুতকাৰী খণ্ডটোত নেপালৰ বহুজাতিক কোম্পানী যেনে ডাবুৰ, এছিয়ান পেইণ্টছ, য়ুনিলিভাৰ আদিয়ে নেপালত বিৰাট পৰিমাণৰ বিনিয়োগ কৰি যৌথ ব্যৱসায় নহয় নিজস্ব মালিকাধীন আনুসংগিক ব্যৱসায় আৰম্ভ কৰিছিল।

নেপালত ভাৰতৰ প্ৰস্তুতকাৰী খণ্ডটো মুঠ ভাৰতীয় বিদেশী প্ৰত্যক্ষ বিনিয়োগৰ   ২০ শতাংশ যদিও শেহতীয়া দশকটোত অধিক পৰিমাণৰ বিনিয়োগ শক্তি খণ্ডত কৰা হৈছে।

নেপালৰ প্ৰাক্তন বিত্ত সচিব ৰামেশ্বৰ খানালে চৰকাৰৰ এই প্ৰস্তাৱত ইতিবাচক দৃষ্টিভংগীৰে গ্ৰহণ কৰিছে।

খানানে কৈছে, ‘‘বিৰাট বাণিজ্যিক ঘাটী হ্ৰাস কৰা, নিয়োগ সৃষ্টি কৰা আৰু বহনক্ষম বিকাশৰ বাবে নেপালে ভাৰতৰ মূল্য-শৃখলৰ সৈতে জড়িত হৈ থাকিব লাগিব।

উল্লেখ্য যে  চলিত বৰ্ষৰ এপ্ৰিলত বাণিজ্য, স্থানান্তৰ আৰু সহযোগিতামূলক ভাৰত-নেপাল আন্তঃচৰকাৰী সচিব পৰ্যায়ৰ আলোচনাচক্ৰত নেপাল আৰু ভাৰতে চলিত দ্বিপাক্ষিক বাণিজ্যিক চুক্তি পুনৰীক্ষণ কৰাত সন্মত হৈছিল।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

বিজ্ঞান আৰু পৰিৱেশ্য কলাৰ অপূৰ্ব সংমিশ্ৰণ! নাছাৰ ‘কচি’ অভিযানত অসমৰ দুই প্ৰখ্যাত শিল্পী জয় বৰুৱা আৰু সমুদ্ৰ কাজল শইকীয়া

বিজ্ঞান আৰু পৰিৱেশ্য কলাৰ অপূৰ্ব সংমিশ্ৰণ! নাছাৰ ‘কচি’ অভিযানত অসমৰ দুই প্ৰখ্যাত শিল্পী জয় বৰুৱা আৰু সমুদ্ৰ কাজল শইকীয়া

September 17, 2026 10:07 am
অৰণ্যত ঘাটি পাতি কূটাঘাতৰ চেষ্টা! কাশ্মীৰত নিশা সেনাৰ সৈতে হোৱা সংঘৰ্ষত নিহত ২ জইছ সন্ত্ৰাসবাদী

অৰণ্যত ঘাটি পাতি কূটাঘাতৰ চেষ্টা! কাশ্মীৰত নিশা সেনাৰ সৈতে হোৱা সংঘৰ্ষত নিহত ২ জইছ সন্ত্ৰাসবাদী

September 17, 2026 9:30 am
১২ বছৰৰ সংসাৰৰ ভয়ংকৰ পৰিণতি : পৰকীয়া প্ৰেমৰ সন্দেহত শুই থকা অৱস্থাত পত্নীৰ শিৰচ্ছেদ কৰিলে স্বামীয়ে

১২ বছৰৰ সংসাৰৰ ভয়ংকৰ পৰিণতি : পৰকীয়া প্ৰেমৰ সন্দেহত শুই থকা অৱস্থাত পত্নীৰ শিৰচ্ছেদ কৰিলে স্বামীয়ে

September 17, 2026 8:41 am
মোদীৰ পুৰণি বন্ধুৰ মাটিতেই চকু পৰিছিল বিজেপি বিধায়কৰ! অভিযোগৰ পাছতেই অৱসান ঘটিল ১৫ বছৰীয়া বিবাদৰ

মোদীৰ পুৰণি বন্ধুৰ মাটিতেই চকু পৰিছিল বিজেপি বিধায়কৰ! অভিযোগৰ পাছতেই অৱসান ঘটিল ১৫ বছৰীয়া বিবাদৰ

September 17, 2026 8:27 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

বিজ্ঞান আৰু পৰিৱেশ্য কলাৰ অপূৰ্ব সংমিশ্ৰণ! নাছাৰ ‘কচি’ অভিযানত অসমৰ দুই প্ৰখ্যাত শিল্পী জয় বৰুৱা আৰু সমুদ্ৰ কাজল শইকীয়া

বিজ্ঞান আৰু পৰিৱেশ্য কলাৰ অপূৰ্ব সংমিশ্ৰণ! নাছাৰ ‘কচি’ অভিযানত অসমৰ দুই প্ৰখ্যাত শিল্পী জয় বৰুৱা আৰু সমুদ্ৰ কাজল শইকীয়া

September 17, 2026 10:07 am
অৰণ্যত ঘাটি পাতি কূটাঘাতৰ চেষ্টা! কাশ্মীৰত নিশা সেনাৰ সৈতে হোৱা সংঘৰ্ষত নিহত ২ জইছ সন্ত্ৰাসবাদী

অৰণ্যত ঘাটি পাতি কূটাঘাতৰ চেষ্টা! কাশ্মীৰত নিশা সেনাৰ সৈতে হোৱা সংঘৰ্ষত নিহত ২ জইছ সন্ত্ৰাসবাদী

September 17, 2026 9:30 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd