• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 30, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বাৰিষাৰ দিনত কাজিৰঙাৰ বন্যপ্ৰাণীক সুৰক্ষা দিয়াৰ বাবে বিভিন্ন বেচৰকাৰী সংগঠন, সংবাদকৰ্মীৰ বৈঠক

উত্তম শইকীয়া by উত্তম শইকীয়া
May 31, 2018 4:40 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

সম্ভাব্য বানপানী আহিলে বন্য  প্ৰাণীৰ সুৰক্ষা আৰু উদ্ধাৰ কৰাৰ বাবে কি কৰা উচিত বা কেনে ধৰণৰ কাৰ্যব্যৱস্থা লোৱা উচিত বা কৰ্তৃপক্ষই লোৱা ব্যৱস্থাৱলীৰ বিষয়ে অৱগত কৰিবৰ বাবে কাজিৰঙাৰ বিভিন্ন দল-সংগঠন, বেচৰকাৰী স্বেচ্ছাসেৱী সংগঠন, সংবাদকর্মী ,স্থানীয় ৰাইজ, পাৰিপাৰ্শ্বিক উন্নয়ন সমিতি সৈতে সোমবাৰে এক আলােচনাত মিলিত হয় উদ্যান কৰ্তৃপক্ষ।

কাজিৰঙাৰ শতবর্ষ সমাৰোহ প্ৰেক্ষাগৃহত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ সঞ্চালক আকাশ দ্বীপ বৰুৱাৰ সঞ্চালনাত অনুষ্ঠিত হােৱা এই বৈঠকত বন সংমণ্ডল বিয়য়া ৰােহিনী বল্লভ শইকীয়াই কাজিৰঙাত সম্ভাৱ্য বানপানীৰ সময়ত পূর্বৰ দৰে বিভিন্ন স্বেচ্ছাসেৱী সংগঠন, প্রকৃতিপ্রেমী ৰাইজ আৰু দল সংগঠন  আগবাঢ়ি আহি বন্যপ্রাণীক নিৰাপত্তা দিয়াৰ লগতে চোৰাংচিকাৰ ৰােধ কৰাত বন বিভাগক সহায় কৰিবৰ বাবে আহবান জনায়।

Apply Now

বৈঠকত বোকাখাতৰ মহকুমাধিপতি বিবেক শ্যাম, কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বন সংৰক্ষক জৰ্জ আহমেদ, উপ বন সংৰক্ষক মুকুট দাস, বনাঞ্চলিক বিষয়া পংকজ বৰা, পুস্পধৰ বুঢ়াগােহাঁই, বচাগাঁও পাৰিপাৰ্কি উন্নয়ন সমিতিৰ সভাপতি তৰুণ গগৈ, প্রহাদ বৈষ্ণৱ বৰুৱা, কাজিৰঙা জীপ ছাফাৰী সন্থাৰ সভাপতি তুলসী বৰদলৈ, বাইল্ড ভিউ ফাউণ্ডেচনৰ সভাপতি নীলপদ্ম শর্মা আদিয়ে বানপানীৰ সময়ত বন্যপ্রাণীৰ সুৰক্ষা সম্পর্কে ভালেমান কাৰ্য ব্যৱস্থাৰ পৰামৰ্শ দিয়ে।

ৰাষ্ট্ৰীয় উদ্যানখনৰ বন সংমণ্ডল বিষয়াই জানিবলৈ দিয়া অনুসৰি আগন্তুক বানপানীৰ সময়ত ব্যৱহাৰ কৰিব পৰাকৈ ইতিমধ্যে ২২৮ খন হাত নাও, ১৭ খন স্পীড ব’ট আৰু ১৪ খন ভ্রাম্যমান নাও উদ্যান কৰ্তৃপক্ষই সাজু কৰিছে। ইফালে বেচৰকাৰী সংগঠন ৱাইল্ড ভিউ ফাউণ্ডেচনৰ তৰফৰ পৰা কাজিৰঙাৰ বনকৰ্মীক বাৰিষা ব্যৱহাৰ কৰিব পৰাকৈ ২০ টা লাইফ জেকেট আৰু এখন হাত নাও প্রদান কৰিব বুলি সভাপতিয়ে বৈঠকত ঘােষণা কৰে।

এইবাৰৰ বানপানীৰ সময়ত বন্য প্রাণীৰ নিৰাপত্তাৰ স্বাৰ্থত ৩৭ নং ৰাষ্ট্ৰীয় পথৰ কলিয়াবৰ মহকুমাৰ আমগুৰিৰ পৰা বোকাখাত মহকুমাৰ পানবাৰীলৈকে যান-বাহনৰ গতিবেগ নিয়ন্ত্ৰণৰ বাবে ইলেকট্রনিক টাইম কার্ড ব্যৱহাৰ কৰা হ’ব। ইয়াৰ উপৰিও বন্যপ্রাণীবােৰে প্ৰাণৰক্ষাৰ তাড়ণাত ৩৭ নং ৰাষ্ট্ৰীয় পথ অতিক্ৰম কৰি কার্বি পাহাৰ দিশে যাওঁতে ৰাষ্ট্ৰীয় পথত পিছল খাই পৰি আঘাতপ্রাপ্ত হোৱাৰ সমস্যা কিছু লাঘৱ কৰাৰ উদ্দেশ্যে পৰীক্ষামূলকভাৱে বিশেষকৈ এনিমেল কৰিড’ৰবােৰত  ৰাষ্ট্ৰীয় পথৰ ওপৰত মেট বা ঢাৰি পাৰি দিয়াৰ ব্যৱস্থা কৰিব কৰ্তৃপক্ষই।

আনহাতে এনিমেল কৰিড’ৰবােৰত বন্যপ্রাণী অতিক্রম কৰাত সুবিধা হােৱাকৈ চুপি সদৃশ পর্দা বা জালো দিয়া হ’ব বুলি সঞ্চালকে জনায়। বানপানীৰ সময়ত সহযােগ আগবঢ়াবলৈ আন বন সংমণ্ডলৰ পৰাও বনকৰ্মী আৰু আৰক্ষীক আমন্ত্রণ কৰিছে কাজিৰঙাৰ কৰ্তৃপক্ষই।

লগতে ১ জুনৰ পৰা বােকাখাত আৰু কলিয়াবৰ মহকুমা প্রশাসনে জখলাবন্ধাৰ পৰা  বােকাখাতলৈকে ৩৭ নং ৰাষ্টীয় পথত ১৪৪ ধাৰা জাৰি কৰি যানবাহনৰ গতিবেগ নিয়ন্ত্রণ কৰিবৰ বাবেও বৈঠকত আহ্বান জনোৱা হয়।

উত্তম শইকীয়া

উত্তম শইকীয়া

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

সংসদত হাঁহি হাঁহি ইতিহাসৰ পাঠ পঢ়ালে প্ৰিয়ংকাই : দুষাৰ কথা ক’বলৈ গৈ বিপদত পৰিল নেকি এইগৰাকী নেতা?

সংসদত হাঁহি হাঁহি ইতিহাসৰ পাঠ পঢ়ালে প্ৰিয়ংকাই : দুষাৰ কথা ক’বলৈ গৈ বিপদত পৰিল নেকি এইগৰাকী নেতা?

July 30, 2026 5:42 pm
“ৰে’লৰ দৰে শিক্ষা ব্যৱস্থাও উন্নত হওক”, আওপকীয়াকৈ চৰকাৰক প্ৰশংসা সোণম ৱাংচুকৰ

“ৰে’লৰ দৰে শিক্ষা ব্যৱস্থাও উন্নত হওক”, আওপকীয়াকৈ চৰকাৰক প্ৰশংসা সোণম ৱাংচুকৰ

July 30, 2026 4:24 pm
মনত ৰাখিব অনুৰাগীয়ে! হঠাৎ ক্ৰিকেটৰ সকলো ফৰ্মেটৰ পৰা অৱসৰ ঘোষণা অজিংক্য ৰাহানেৰ

মনত ৰাখিব অনুৰাগীয়ে! হঠাৎ ক্ৰিকেটৰ সকলো ফৰ্মেটৰ পৰা অৱসৰ ঘোষণা অজিংক্য ৰাহানেৰ

July 30, 2026 4:23 pm
দেশত এতিয়া আৰু নাই এজনো মাওবাদী : সংসদত কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ ঐতিহাসিক ঘোষণা

দেশত এতিয়া আৰু নাই এজনো মাওবাদী : সংসদত কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ ঐতিহাসিক ঘোষণা

July 30, 2026 3:37 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

সংসদত হাঁহি হাঁহি ইতিহাসৰ পাঠ পঢ়ালে প্ৰিয়ংকাই : দুষাৰ কথা ক’বলৈ গৈ বিপদত পৰিল নেকি এইগৰাকী নেতা?

সংসদত হাঁহি হাঁহি ইতিহাসৰ পাঠ পঢ়ালে প্ৰিয়ংকাই : দুষাৰ কথা ক’বলৈ গৈ বিপদত পৰিল নেকি এইগৰাকী নেতা?

July 30, 2026 5:42 pm
“ৰে’লৰ দৰে শিক্ষা ব্যৱস্থাও উন্নত হওক”, আওপকীয়াকৈ চৰকাৰক প্ৰশংসা সোণম ৱাংচুকৰ

“ৰে’লৰ দৰে শিক্ষা ব্যৱস্থাও উন্নত হওক”, আওপকীয়াকৈ চৰকাৰক প্ৰশংসা সোণম ৱাংচুকৰ

July 30, 2026 4:24 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd