• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, July 7, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বিজেপি চৰকাৰেই প্ৰসাৰ ঘটাই আছে অন্ধবিশ্বাসৰ : ‘ব্ৰাদাৰ্ছ’ৰ মুখ্য সচিব দিব্যজ্যোতি শইকীয়া

মুকুট দাস by মুকুট দাস
June 26, 2018 10:35 pm
Shahoj Bhosle, Chief Secretary of Maharastra Ardha Sradhan Nirmulan Samitee showing skills through which Shadus attract devotees and spreading wrong beliefs in presence of media persons during a press conference demanding to enact anti beliefs act held at Guwahati Press Club on 26-06-18. Pix by UB Photos
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

দেশত হিন্দুত্ববাদী দলৰ শাসন চলি থকাৰ পৰতে হিন্দু ধৰ্মীয় উৎসৱ অম্বুবাচী মেলাক অন্ধবিশ্বাস বুলি সমালোচনা কৰিছে ব্ৰাদাৰ্ছ নামৰ সামাজিক সংগঠনটোৱে। অসম চৰকাৰে শেহতীয়াকৈ অন্ধবিশ্বাসৰ বিৰুদ্ধে সজাগতা অভিযান আৰম্ভ কৰিব বুলি ঘোষণা কৰাৰ পৰতে চৰকাৰেই অন্ধবিশ্বাসৰ প্ৰসাৰ ঘটাইছে বুলি অভিযোগ তুলিছে সংগঠনটোৱে।

বিজেপি চৰকাৰে নিজেই অন্ধবিশ্বাসৰ প্ৰসাৰ কৰি আছে বুলি অভিযোগ কৰি ব্ৰাদাৰ্ছৰ মুখ্য সচিব দিব্যজ্যোতি শইকীয়াই কয় ‘অম্বুবাচী মেলাৰ আয়োজন অন্ধবিশ্বাসৰ প্ৰচাৰেই নহয়, ই এটা অপৰাধ।’

Apply Now

শইকীয়াই লগতে কয় ‘অম্বুবাচী মেলাত আমি অতবছৰে দেখি অহা উলংগ বাবাৰ তন্ত্ৰ-মন্ত্ৰবোৰ সব অন্ধবিশ্বাস। চৰকাৰে এইবোৰৰ প্ৰসাৰ কৰানুচিত।’

সমাজত প্ৰচলিত অন্ধবিশ্বাস, উৰাবাতৰি আৰু ভুল কামবোৰ সন্দৰ্ভত সজাগতা সৃষ্টিৰ বাবে ব্ৰাদাৰ্ছে ৰাজ্যজুৰি মাহজোৰা অভিযান চলাব।

উল্লেখযোগ্য যে অন্ধবিশ্বাসৰ বিৰুদ্ধে চলাব লগা অভিযানৰ বিষয়ে সদৰী কৰিবলৈ আয়োজন কৰা আজিৰ সংবাদমেলতে মহাৰাষ্ট্ৰৰ অন্ধশ্ৰাদ্ধ নিৰ্মূলন সমিতিৰ মুখ্য সম্পাদক শাহাজি ভোচালেই বিভিন্ন অলৌকিক কৰ্ম-কাণ্ড প্ৰদৰ্শন কৰি সেইবোৰ যে কৌশলহে সেয়া দেখুৱায়।

‘প্ৰথম পৰ্য্যায়ত আমি ২০ খন জিলা সামৰি ল’ম। কাৰ্বি আংলঙতো আমি প্ৰচাৰ চলাম,’ ব্ৰাদাৰ্ছৰ মুখ্য সম্পাদক দিব্যজ্যোতি শইকীয়াই জনায়।

শইকীয়াই লগতে জনাই ‘আমি গাঁৱৰ মাজটুকুৰাত পাতিম সজাগতা সভা, য’ত গাওঁবুঢ়া আৰু গাওঁৰক্ষী বাহিনীৰ সদস্যসকলক সমাজত প্ৰচলিত অন্ধবিশ্বাস আৰু উৰাবাতৰি সম্প্ৰকে প্ৰশিক্ষণ প্ৰদান কৰিম। মানুহবিলাকক সজাগ কৰিবলৈ আমি ৰাস্তাতে নাটক পাতিম।’

আনহাতে ৰাজ্যত অন্ধবিশ্বাস বিৰোধী আইনৰ প্ৰয়োগৰ দাবী জনাই শইকীয়াই কয় ‘ডাইনী হত্যাৰ বিৰুদ্ধে আইন প্ৰণয়নৰ দাবী জনাই আমি ২০১০ চনত তেতিয়াৰ মুখ্য মন্ত্ৰী তৰুণ গগৈক এখন খচৰা দাখিল কৰিছিলো। ২০১৫ চনৰ ১৩ আগষ্টত কংগ্ৰেছৰ ৰাজত্বকালত অসম বিধানসভাই ডাইনী হত্যাৰ বিৰুদ্ধে বিধেয়কখন গৃ্হীত কৰিছিল, কিন্তু কোনো চৰকাৰে বিধেয়কখন প্ৰয়োগ নকৰিলে।’

অন্ধবিশ্বাস, উৰাবাতৰি আৰু চ’চিয়েল মিডিয়া ব্যৱহাৰ সন্দৰ্ভতো বিদ্যালয় আৰু মহাবিদ্যালয়ৰ গুণগত শিক্ষাৰ ওপৰত শইকীয়াই গুৰুত্ব দিয়ে যাতে ছাত্ৰগণ সজাগ হয়।

তেওঁ কয় ‘দেশৰ শিক্ষা ব্যৱস্থাটোত বহুটো ফুটা আছে। চৰকাৰে এই লৈ কাম কৰিব লাগে।’

অন্ধবিশ্বাস আৰু উৰাবাতৰিৰ কাৰণত সংঘটিত ঘৃণনীয় ঘটনাবোৰৰ স্থায়ী সমাধান বিচাৰি উলিয়াবলৈও চৰকাৰক শইকীয়াই আৰু দাবী জনায়।

যোৱা ২৩ বছৰ ধৰি মহাৰাষ্ট্ৰত অন্ধবিশ্বাসৰ বিৰুদ্ধে ধৰ্মযোদ্ধা শাহাজি ভোচালেয়ো ব্ৰাদাৰ্ছৰ এই সজাগতা অভিযানত সংগ দিব।

মুকুট দাস

মুকুট দাস

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ভাৰতীয় পুতলা নিৰ্মাতাসকলক বিশ্বৰ বৃহৎ বজাৰ দখল কৰিবলৈ আহ্বান নিৰ্মলা সীতাৰমণৰ

ভাৰতীয় পুতলা নিৰ্মাতাসকলক বিশ্বৰ বৃহৎ বজাৰ দখল কৰিবলৈ আহ্বান নিৰ্মলা সীতাৰমণৰ

July 7, 2026 8:43 pm
প্ৰকৃত তৃণমূল কোনটো? উত্তৰৰ বাবে ঋতব্ৰত গোটক সময়সীমা বান্ধি দিলে নিৰ্বাচন আয়োগে

প্ৰকৃত তৃণমূল কোনটো? উত্তৰৰ বাবে ঋতব্ৰত গোটক সময়সীমা বান্ধি দিলে নিৰ্বাচন আয়োগে

July 7, 2026 8:41 pm
তাজমহল আচলতে হিন্দু মন্দিৰ ‘তেজো মহালয়’ নেকি? কেন্দ্ৰীয় চৰকাৰৰ পৰা উত্তৰ বিচাৰিলে এলাহাবাদ উচ্চ ন্যায়ালয়ে

তাজমহল আচলতে হিন্দু মন্দিৰ ‘তেজো মহালয়’ নেকি? কেন্দ্ৰীয় চৰকাৰৰ পৰা উত্তৰ বিচাৰিলে এলাহাবাদ উচ্চ ন্যায়ালয়ে

July 7, 2026 8:22 pm
পুৰণি গাড়ীৰ মটৰ আৰু ৰবৰৰ অংশ নষ্ট কৰিব পাৰে ই ২০ ইন্ধনে, পোহৰলৈ আহিল এআৰএআইৰ গোপন প্ৰতিবেদন

পুৰণি গাড়ীৰ মটৰ আৰু ৰবৰৰ অংশ নষ্ট কৰিব পাৰে ই ২০ ইন্ধনে, পোহৰলৈ আহিল এআৰএআইৰ গোপন প্ৰতিবেদন

July 7, 2026 7:33 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ভাৰতীয় পুতলা নিৰ্মাতাসকলক বিশ্বৰ বৃহৎ বজাৰ দখল কৰিবলৈ আহ্বান নিৰ্মলা সীতাৰমণৰ

ভাৰতীয় পুতলা নিৰ্মাতাসকলক বিশ্বৰ বৃহৎ বজাৰ দখল কৰিবলৈ আহ্বান নিৰ্মলা সীতাৰমণৰ

July 7, 2026 8:43 pm
প্ৰকৃত তৃণমূল কোনটো? উত্তৰৰ বাবে ঋতব্ৰত গোটক সময়সীমা বান্ধি দিলে নিৰ্বাচন আয়োগে

প্ৰকৃত তৃণমূল কোনটো? উত্তৰৰ বাবে ঋতব্ৰত গোটক সময়সীমা বান্ধি দিলে নিৰ্বাচন আয়োগে

July 7, 2026 8:41 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd