• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 17, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বিজেপি নেতা-কৰ্মীক পৰিষদৰ নিৰ্বাচনৰ বাবে সাজু হ’বলৈ আহ্বান মন্ত্ৰী চুম ৰংহাঙৰ

পংকজ কুমাৰ দেব by পংকজ কুমাৰ দেব
June 11, 2018 7:23 am
চুম ৰংহাং, হাফলং
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্ত শাসিত পৰিষদৰ সাধাৰণ নিৰ্বাচনৰ কাৰণে প্ৰস্তুত হ’বলৈ বিজেপি নেতাকৰ্মী সকলক আহ্বান জনালে মন্ত্ৰী চুম ৰংহাঙে। দেওবাৰে মাইবাঙত আৱৰ্ত ভৱনৰ দ্বাৰ মুকলি কৰি এখন কৰ্মী সভাত দিয়া ভাষণত মন্ত্ৰীগৰাকীয়ে এই আহ্বান জনায়। মন্ত্ৰীগৰাকীয়ে লগতে ডকমকা কাণ্ডৰ তীব্ৰ ভাষাৰে গৰিহণা দিয়ে।

অসম মন্ত্ৰীসভাৰ সদস্য পদ লাভ কৰাৰ লগতে পাৰ্বত্য এলেকা উন্নয়ন বিভাগৰ  দায়িত্ব চমজি লোৱাৰ পাছত দেওবাৰে প্ৰথমবাৰৰ কাৰণে পাৰ্বত্য জিলাখনত উপস্থিত হয় মন্ত্ৰী চুম ৰংহাঙ। দিনৰ এটা বজাত মাইবাঙত উপস্থিত হৈ ডিমালিক পুৰত মাইবাঙ আৱৰ্ত ভৱনৰ দ্বাৰ মুকলি কৰে।

Apply Now

আৱৰ্ত ভৱনৰ দ্বাৰ মুকলি কৰা অনুষ্ঠানত উপস্থিত আছিল উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্ত শাসিত পৰিষদৰ চিইএম দেবলাল গাৰ্লচা, পৰিষদৰ অধ্যক্ষা ৰাণু লাংথাচা, হাফলঙৰ বিধায়ক বীৰভদ্ৰ হাগজেৰ, কাৰ্বি আংলং স্বায়ত্ত শাসিত পৰিষদৰ ইএম লুঙচিঙ তেৰণ আদি।

আৱৰ্ত ভৱন মুকলি কৰাৰ পাছত অনুষ্ঠিত সভাত বক্তব্য আগবঢ়াবলৈ গৈ চিইএম দেবলাল গাৰ্লচায় কয় যে বিজেপি শাসিত পৰিষদৰ ইতিমধ্যে দুই বছৰ হৈছে। কিন্তু দুই বছৰত বৰ্তমান পৰিষদে ৰাজ্য চৰকাৰৰ সহযোগিতাৰে পাৰ্বত্য জিলাৰ উন্নয়নৰ হকে কাম কৰাত সক্ষম হৈছে। গাৰ্লচায় লগতে কয় যে পাৰ্বত্য পৰিষদৰ ৰাজহ সংগ্ৰহ বছৰি চৌব্বিছ কোটি হ’লেও দৰমহাৰ কাৰণে প্ৰায় আশী কোটিৰ প্ৰয়োজন হয়। তদুপৰি, উমৰাঙচুৰ নীপকোৰ পৰা স্বায়ত্ত শাসিত পৰিষদে এটকাও ৰাজহ লাভ নকৰে বুলিও ক্ষোভ ব্যক্ত কৰে গাৰ্লচায়।

আনহাতে,পাৰ্বত্য এলেকা উন্নয়ন বিভাগৰ মন্ত্ৰী চুম ৰংহাঙে তেওঁ অনুষ্ঠানত উপস্থিত থাকিব পাৰি উৎফুল্লিত বুলি ব্যক্ত কৰে। তেওঁ লগতে উন্নয়নমূলক কামকাজ চাই পৰিষদৰ প্ৰশংসা কৰে। মন্ত্ৰীগৰাকীয়ে উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্ত শাসিত পৰিষদৰ সাধাৰণ নিৰ্বাচনৰ কাৰণ সাজু হবলৈ বিজেপি নেতাকৰ্মী সকলক আহ্বান জনায়। কিয়নো ছমাহৰ ভিতৰত পৰিষদৰ নিৰ্বাচন অনুষ্ঠিত হ’ব।

ইপিনে সাংবাদিকৰ লগত হোৱা বাৰ্তালাপত তেওঁ ডকমকাৰ ঘটনাৰ তীব্ৰ ভাষাৰে গৰিহণা দি কয় যে এই ঘটনাৰ আঁৰত দুষ্কৃতিকাৰীৰ দল জড়িত। তেওঁ লগতে পাৰ্বত্য পৰিষদৰ অধীনৰ বিভাগৰ কৰ্মচাৰী সকলৰ দৰমহা সমস্যাৰ সমাধানৰ কাৰণে চৰকাৰে ব্যৱস্থা ল’ব বুলি জানিব দিয়ে।

পংকজ কুমাৰ দেব

পংকজ কুমাৰ দেব

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

পুনৰ ইৰানৰ ওপৰত ভয়ংকৰ আক্ৰমণ : ক্ষতিগ্ৰস্ত চাবাহাৰ বন্দৰ আৰু কেইবাখনো গুৰুত্বপূৰ্ণ দলং ধ্বংস

পুনৰ ইৰানৰ ওপৰত ভয়ংকৰ আক্ৰমণ : ক্ষতিগ্ৰস্ত চাবাহাৰ বন্দৰ আৰু কেইবাখনো গুৰুত্বপূৰ্ণ দলং ধ্বংস

July 17, 2026 4:28 pm
‘মহাপ্ৰভু জগন্নাথ’ এনিমেটেড ছবিখন মুক্তিৰ অনুমতি উচ্চতম ন্যায়ালয়ৰ

‘মহাপ্ৰভু জগন্নাথ’ এনিমেটেড ছবিখন মুক্তিৰ অনুমতি উচ্চতম ন্যায়ালয়ৰ

July 17, 2026 4:14 pm
মধ্যপ্ৰদেশৰ ঐতিহাসিক নৰৱাৰ দুৰ্গৰ পৰা ৪০০ বছৰ পুৰণি বৰটোপ চুৰি

মধ্যপ্ৰদেশৰ ঐতিহাসিক নৰৱাৰ দুৰ্গৰ পৰা ৪০০ বছৰ পুৰণি বৰটোপ চুৰি

July 17, 2026 4:06 pm
“আপোনাৰ নামৰ আগত ডাক্তৰ লিখাৰ কোনো অধিকাৰ নাই”: ৪ বছৰীয়া ধৰ্ষিতা শিশুক চিকিৎসা নিদিয়াৰ গোচৰত উচ্চতম ন্যায়ালয়ৰ কঠোৰ সকিয়নী

“আপোনাৰ নামৰ আগত ডাক্তৰ লিখাৰ কোনো অধিকাৰ নাই”: ৪ বছৰীয়া ধৰ্ষিতা শিশুক চিকিৎসা নিদিয়াৰ গোচৰত উচ্চতম ন্যায়ালয়ৰ কঠোৰ সকিয়নী

July 17, 2026 4:06 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

পুনৰ ইৰানৰ ওপৰত ভয়ংকৰ আক্ৰমণ : ক্ষতিগ্ৰস্ত চাবাহাৰ বন্দৰ আৰু কেইবাখনো গুৰুত্বপূৰ্ণ দলং ধ্বংস

পুনৰ ইৰানৰ ওপৰত ভয়ংকৰ আক্ৰমণ : ক্ষতিগ্ৰস্ত চাবাহাৰ বন্দৰ আৰু কেইবাখনো গুৰুত্বপূৰ্ণ দলং ধ্বংস

July 17, 2026 4:28 pm
‘মহাপ্ৰভু জগন্নাথ’ এনিমেটেড ছবিখন মুক্তিৰ অনুমতি উচ্চতম ন্যায়ালয়ৰ

‘মহাপ্ৰভু জগন্নাথ’ এনিমেটেড ছবিখন মুক্তিৰ অনুমতি উচ্চতম ন্যায়ালয়ৰ

July 17, 2026 4:14 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd