• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, June 23, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বিদ্যুতৰ স্থায়ী বিলৰ হাৰ বৃদ্ধি আৰু সঘনাই বিদ্যুৎ কৰ্তনৰ বিৰুদ্ধে নগাঁৱত কৃষক মুক্তিৰ প্ৰতিবাদত

মিন্টূ দাস by মিন্টূ দাস
June 18, 2018 8:08 am
KMSS nagaon

বিদ্যুতৰ স্থায়ী বিলৰ হাৰ বৃদ্ধি আৰু সঘন বিদ্যুৎ কৰ্তনৰ বিৰুদ্ধে নগাঁৱত কৃষক মুক্তিৰ প্ৰতিবাদ। ফটো : নৰ্থইষ্ট নাও

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

নগাঁও জিলাত বিদ্যুতৰ বিলৰ হাৰ (ফিক্সড চাৰ্জ) বৃদ্ধি আৰু সঘনাই বিদ্যুৎ সেৱা কৰ্তনৰ বিৰুদ্ধে দেওবাৰে নগাঁও জিলাৰ কৃষক মুক্তি সংগ্রাম সমিতিৰ সদস্যসকল ৰাজপথলৈ ওলাই আহি প্ৰতিবাদ সাৱ্যস্ত কৰে।

নগাঁৱৰ কৃষ্ণাইঘাটৰ ৰাজপথত নগাঁও জিলাৰ কৃষক মুক্তি সংগ্রাম সমিতিৰ সদস্যসকলে শক্তি মন্ত্রী তপন কুমাৰ গগৈৰ পুত্তলিকা দাহ কৰাৰ লগতে হাতে হাতে প্লে’ কাৰ্ড লৈ চৰকাৰ বিৰোধী শ্ল’গানেৰে উত্তাল কৰি তোলে কৃষ্ণাইঘাটৰ ৰাজপথ।

Apply Now

উল্লেখ্য যে, ২৪ ঘন্টা বিদ্যুৎ সেৱা যোগান ধৰাৰ বিজেপি চৰকাৰৰ প্ৰতিশ্ৰুতি এতিয়া ফুটুকাৰ ফেনত পৰিণত হৈছে। কৃষক মুক্তি সংগ্রাম সমিতিয়ে বিদ্যুৎ যোগান নিয়মিত কৰা আৰু স্থায়ী বিলৰ হাৰ শীঘ্ৰে কমোৱাৰ বাবে চৰকাৰক দাবী জনায়।

সংগঠনটোৱে কৰ্তৃপক্ষই শীঘ্ৰেই এইক্ষেত্ৰত ব্যৱস্থা গ্ৰহণ নকৰিলে জংগী আন্দোলন গঢ়ি তোলাৰ হুংকাৰ প্ৰদান কৰে।

ৰাজ্যত বিদ্যুৎ সেৱাৰ মান এতিয়াও উন্নত নোহোৱাৰ সমান্তৰালকৈ নগাঁও জিলাতো বিদ্যুৎ যোগানৰ নামত ভেকোভাওনা চলি থকাৰ বাবে ৰাইজ অতিষ্ঠ হৈ পৰিছে। পৰ্যাপ্ত বিদ্যুৎ যোগান ধৰাত ব্যৰ্থ হোৱা বিভাগটোৱে বিদ্যুৎ বিলৰ হাৰ বৃদ্ধি কৰি ৰাইজৰ ৰোষত পৰিছে।

মিন্টূ দাস

মিন্টূ দাস

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

জুবিন গাৰ্গৰ মৃত্যুৰ তদন্তৰ মাজতে ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ নিৰ্দেশ! ফ্ৰীজ হৈ থকা বেংক একাউণ্ট পৰিচালনাৰ অনুমতি পালে পত্নী গৰিমা গাৰ্গে

জুবিন গাৰ্গৰ মৃত্যুৰ তদন্তৰ মাজতে ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ নিৰ্দেশ! ফ্ৰীজ হৈ থকা বেংক একাউণ্ট পৰিচালনাৰ অনুমতি পালে পত্নী গৰিমা গাৰ্গে

June 23, 2026 5:52 pm
“পৰীক্ষাতকৈ মোৰ বাবে বোৰ্খা বেছি গুৰুত্বপূৰ্ণ’’ : নীট পৰীক্ষাৰ্থীৰ মন্তব্যই চকু কপালত তুলিছে দেশবাসীৰ

“পৰীক্ষাতকৈ মোৰ বাবে বোৰ্খা বেছি গুৰুত্বপূৰ্ণ’’ : নীট পৰীক্ষাৰ্থীৰ মন্তব্যই চকু কপালত তুলিছে দেশবাসীৰ

June 23, 2026 5:04 pm
আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত জিলিকিল অসমৰ প্ৰতিভা! স্পেইনৰ চলচ্চিত্ৰ মহোৎসৱত শ্ৰেষ্ঠত্বৰ সন্মান আঁজুৰিলে কৌশিক শৰ্মাৰ ছবিয়ে

আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত জিলিকিল অসমৰ প্ৰতিভা! স্পেইনৰ চলচ্চিত্ৰ মহোৎসৱত শ্ৰেষ্ঠত্বৰ সন্মান আঁজুৰিলে কৌশিক শৰ্মাৰ ছবিয়ে

June 23, 2026 4:49 pm
৩৪ কোটিৰো অধিক টকাৰ হৰলুকি কৰি গ্ৰেপ্তাৰ গুৱাহাটীৰ ব্যৱসায়ী ঋষিৰাজ বৰকটকী

৩৪ কোটিৰো অধিক টকাৰ হৰলুকি কৰি গ্ৰেপ্তাৰ গুৱাহাটীৰ ব্যৱসায়ী ঋষিৰাজ বৰকটকী

June 23, 2026 3:40 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

জুবিন গাৰ্গৰ মৃত্যুৰ তদন্তৰ মাজতে ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ নিৰ্দেশ! ফ্ৰীজ হৈ থকা বেংক একাউণ্ট পৰিচালনাৰ অনুমতি পালে পত্নী গৰিমা গাৰ্গে

জুবিন গাৰ্গৰ মৃত্যুৰ তদন্তৰ মাজতে ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ নিৰ্দেশ! ফ্ৰীজ হৈ থকা বেংক একাউণ্ট পৰিচালনাৰ অনুমতি পালে পত্নী গৰিমা গাৰ্গে

June 23, 2026 5:52 pm
“পৰীক্ষাতকৈ মোৰ বাবে বোৰ্খা বেছি গুৰুত্বপূৰ্ণ’’ : নীট পৰীক্ষাৰ্থীৰ মন্তব্যই চকু কপালত তুলিছে দেশবাসীৰ

“পৰীক্ষাতকৈ মোৰ বাবে বোৰ্খা বেছি গুৰুত্বপূৰ্ণ’’ : নীট পৰীক্ষাৰ্থীৰ মন্তব্যই চকু কপালত তুলিছে দেশবাসীৰ

June 23, 2026 5:04 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd