• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, July 5, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বিশিষ্ট সমালোচক, অনুবাদক আৰু সাহিত্য অকাডেমি বঁটা প্ৰাপক ড০ প্ৰফুল্ল কটকীৰ দেহাৱসান

এন ই নাও নিউজ by এন ই নাও নিউজ
June 6, 2018 7:22 am
DrPrafullaKataki
8
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ৰাজ্যখনৰ এজন বিশিষ্ট সমালোচক  আৰু অনুবাদক ড০ প্ৰফুল্ল কটকীৰ ৫ জুনত গুৱাহাটীৰ ডাউন টাউন হস্পিটেলত দেহাৱসান ঘটে। মৃত্যুৰ সময়ত তেওঁৰ বয়স হৈছিল ৮৫ বছৰ। অসমীয়া ভাষা আৰু সমালোচনা সাহিত্যলৈ বিশিষ্ট ধৰণৰ অৱদান আগ বঢ়াই যোৱা ড০ কটকীৰ জন্ম হৈছিল ১৯৩৪ চনত যোৰহাটৰ ডফলাটিং চাহ বাগিচাত।

যোৰহাটতে স্কুলীয়া জীৱন আৰম্ভ কৰি পিছত কটন কলেজৰ পৰা ১৯৫৫ চনত তেওঁ ইংৰাজীত স্নাতক ডিগ্ৰী লাভ কৰে। তাৰ পিছত গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা ১৯৫৮ চনত ইংৰাজীৰ স্নাতকোত্তৰ ডিগ্ৰী লয়। পিছত তেওঁ গুৱাহাটী বিশ্ববিদ্যালয়ৰে ইংৰাজী বিভাগৰ অধ্যাপক হিচাপে যোগদান কৰে আৰু ১৯৮৪ চনত তাৰ পৰাই অৱসৰ লৈছিল। তেওঁ বিশ্ব সাহিত্যৰ কেইবাখনো মহান আৰু জনপ্ৰিয় গ্ৰন্থ অনুবাদ কৰি অসমীয়া অনুবাদ সাহিত্যকো নতুন মাত্ৰা দি গৈছে।

Apply Now

তেওঁ বিশেষকৈ ইংৰাজী ভাষাৰ বহু মূল্যৱান গ্ৰন্থ অসমীয়ালৈ অনুবাদ কৰিছিল। ইয়াৰ ভিতৰত এলবাৰ্ট আইনষ্টাইন বিষয়ৰ শতাব্দীৰ সূৰ্য, ৰাছেলৰ প্ৰবন্ধ সংকলন, ছমাৰছেট মমৰ দ্য ৰেকৰ্ড এজৰ অনুবাদ, দ্য গুড আৰ্থ আদি। অনুবাদ কৰ্মৰ জৰিয়তে টমাছ হাৰ্ডি, ছেমুৱেল স্মাইল আদিৰ দৰে বিশ্ব সাহিত্যৰ উজ্জ্বল নাম আৰু সৃষ্টিৰ সৈতে তেওঁ অসমীয়া পাঠকক পৰিচয় কৰাই দিছিল। উল্লেখযোগ্য অনুবাদ গ্ৰন্থবোৰৰ ভিতৰত কেইখনমান আছিল– কৰ্তব্যবোধ, জীৱনবোধ, ওপজা মাটিৰ টান, যথাৰ্থ ভদ্ৰলোক, আশাবাদী চিন্তা, আত্মোৎকৰ্ষ, অলেখ চাকিৰ পোহৰ, অনাড়ম্বৰ জীৱন যাপন আৰু উচ্চ চিন্তন, সুখৰ বাসনা, পৰিয়ালটোৰ কথা, ঘৰখনৰ কথা, আলোকসন্ধানী সংগ্ৰামীৰ হাতপুথি, জীৱনচৰ্যা আদি।

৫০ খনতকৈ অধিক গ্ৰন্থ অসমীয়া ভাষালৈ অনুবাদ কৰা ড০ কটকীয়ে মান বিশিষ্ট অনুবাদৰ বাবে ২০০৫ চনত সাহিত্য অকাডেমি বঁটা লাভ কৰিছিল।

অনুবাদ সাহিত্যলৈ বৰঙনি দিয়াৰ উপৰি তেওঁ সমাৰ্থশব্দকোষ নামেৰে অসমীয়া ভাষাৰ শব্দবিলাকৰ সমাৰ্থক শব্দৰ এখন মূল্যৱান আৰু কষ্টসাধ্য সংকলন আগ বঢ়াই গৈছে। ইয়াৰ উপৰি অসমীয়া শব্দকোষ বুলি এখন অভিধানো তেওঁ সংকলন কৰিছিল।

তেওঁৰ সাহিত্যৰথী, ক্ৰমবিকাশত অসমীয়া কথাশৈলী, স্বৰাজোত্তৰ অসমীয়া উপন্যাস, প্ৰায়োগিক সমীক্ষা, শ্ৰী অৰবিন্দ- জীৱন আৰু সাধনা আদি গ্ৰন্থই গৱেষক, শিক্ষক-ছাত্ৰ-ছাত্ৰী, লেখকক বিভিন্ন প্ৰকাৰে সহায় কৰি আহিছে।

পৰিয়ালৰ সূত্ৰই জনোৱামতে তেওঁ প্ৰায় ছটা দিন চিকিৎসালয়খনত কমা অৱস্থাত আছিল। অনুবাদক-সাহিত্যিক-সমালোচকজনৰ মৃত্যুৰ বাতৰি বিয়পি পৰাৰ লগে লগে অসংখ্য গুণমুগ্ধই শোকপ্ৰকাশ কৰাৰ লগতে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি বিভিন্ন মাধ্যমেৰে প্ৰকাশ কৰা দেখা যায়।

ড০ কটকীয়ে ইহ সংসাৰত অভিযন্তা পুত্ৰ, দুগৰাকী কন্যা, নীতি-নাতিনীকে ধৰি অন্যান্য আত্মীয়-স্বজনক এৰি থৈ গৈছে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

চিনেমা আৰু অ’টিটিৰ কন্টেন্ট চুৰিৰ অভিযোগত টেলিগ্ৰামলৈ কেন্দ্ৰৰ জাননী, ১৫ দিনৰ ভিতৰত বিচাৰিলে উত্তৰ

চিনেমা আৰু অ’টিটিৰ কন্টেন্ট চুৰিৰ অভিযোগত টেলিগ্ৰামলৈ কেন্দ্ৰৰ জাননী, ১৫ দিনৰ ভিতৰত বিচাৰিলে উত্তৰ

July 4, 2026 9:04 pm
স্পেইনৰ তাৰকাৰ প্ৰশংসাত ভিয়া, সৰুতে হকী খেলি গ’লৰ গোন্ধ চিনিবলৈ শিকিছিল মিকেল অয়াৰজাবালে

স্পেইনৰ তাৰকাৰ প্ৰশংসাত ভিয়া, সৰুতে হকী খেলি গ’লৰ গোন্ধ চিনিবলৈ শিকিছিল মিকেল অয়াৰজাবালে

July 4, 2026 8:46 pm
ভাৰত এতিয়া বিশ্বৰ দ্বিতীয় বৃহত্তম ম’বাইল নিৰ্মাণ আৰু ৰপ্তানি কৰা দেশ: প্ৰধানমন্ত্ৰী মোদী

ভাৰত এতিয়া বিশ্বৰ দ্বিতীয় বৃহত্তম ম’বাইল নিৰ্মাণ আৰু ৰপ্তানি কৰা দেশ: প্ৰধানমন্ত্ৰী মোদী

July 4, 2026 7:38 pm
ফ্লিপকাৰ্টৰ গ’ট চেলত ৫৯ হাজাৰ টকাতকৈও কম মূল্যত আইফোন ১৬

ফ্লিপকাৰ্টৰ গ’ট চেলত ৫৯ হাজাৰ টকাতকৈও কম মূল্যত আইফোন ১৬

July 4, 2026 7:10 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

চিনেমা আৰু অ’টিটিৰ কন্টেন্ট চুৰিৰ অভিযোগত টেলিগ্ৰামলৈ কেন্দ্ৰৰ জাননী, ১৫ দিনৰ ভিতৰত বিচাৰিলে উত্তৰ

চিনেমা আৰু অ’টিটিৰ কন্টেন্ট চুৰিৰ অভিযোগত টেলিগ্ৰামলৈ কেন্দ্ৰৰ জাননী, ১৫ দিনৰ ভিতৰত বিচাৰিলে উত্তৰ

July 4, 2026 9:04 pm
স্পেইনৰ তাৰকাৰ প্ৰশংসাত ভিয়া, সৰুতে হকী খেলি গ’লৰ গোন্ধ চিনিবলৈ শিকিছিল মিকেল অয়াৰজাবালে

স্পেইনৰ তাৰকাৰ প্ৰশংসাত ভিয়া, সৰুতে হকী খেলি গ’লৰ গোন্ধ চিনিবলৈ শিকিছিল মিকেল অয়াৰজাবালে

July 4, 2026 8:46 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd