• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, June 6, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

বোকাখাতত বনকৰা যুৱতীক যৌন নিৰ্যাতন কৰা মালিকক গ্ৰেপ্তাৰ : উত্তেজিত জনতাৰ সমদল

উত্তম শইকীয়া by উত্তম শইকীয়া
May 31, 2018 8:25 pm
Bokakhat rapist arrested
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ঘৰৰ বনকৰা যুৱতীক যৌন নিৰ্যাতন চলাই আত্মহত্যা কৰিবলৈ বাধ্য কৰোৱা বোকাখাতৰ তীৰ্থ শৰ্মা ওৰফে জোন শৰ্মাক অৱশেষত আজি বোকাখাত আৰক্ষীয়ে কৰায়ত্ত কৰে।

উল্লেখযোগ্য যে বোকাখাতৰ গোলাপ টকিজৰ কাষৰ বদন শৰ্মা নামৰ ব্যক্তিজনৰ কনিষ্ঠ পুত্ৰ তীৰ্থ শৰ্মাই ঘৰৰ বনকৰা যুৱতীগৰাকীক  দীৰ্ঘদিন ধৰি চলাই অহা যৌন নিৰ্যাতনত অতিষ্ঠ হৈ মানসিকভাৱে ভাগি পৰা যুৱতীগৰাকীয়ে বুধবাৰে গাত কেৰাচিন ঢালি তীৰ্থ শৰ্মা ঘৰৰ চোতালতে আত্মহত্যাৰ চেষ্টা চলাইছিল।

Apply Now

অগ্নিদগ্ধ যুৱতীগৰাকীক যোৰহাট চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰা হৈছিল যদিও চিকিৎসালয়তে বুধবাৰে বিয়লি মৃত্যু হয় ৷ মৃত্যুৰ প্ৰাকক্ষণত তীৰ্থ শৰ্মাই তেওঁৰ ওপৰত চলোৱা যৌন নিৰ্যাতনৰ কথা সকলোকে কৈ থৈ যায় ৷

ইয়াৰ পিছতে সমগ্ৰ বোকাখাততে এক উত্তেজনাময় পৰিৱেশ বিৰাজ কৰে। আনহাতে আজি দুপৰীয়া যুৱতীগৰাকীৰ মৃতদেহ বোকাখাত আহি পোৱাৰ পিছতে নগৰখনত পৰিস্থিতি পুনৰ উত্তপ্ত হৈ পৰাত ঘটনাস্থলীত আৰক্ষী আৰু অৰ্ধ সামৰিক বাহিনী মোতায়েন কৰা হয়।

উত্তজিত লোকে মৃতদেহটো লৈ তীৰ্থ শৰ্মাৰ বাসগৃহলৈ বুলি যাত্ৰা কৰি তেওঁৰ ঘৰৰ চোতালতে মৃতদেহটোক দাহ কৰিব খোজাত আৰক্ষীয়ে বাধা প্ৰদান কৰাত পৰিস্থিতি অধিক উত্তপ্ত হৈ পৰে। উত্তেজিত জনতাই তীৰ্থ শৰ্মাক শাস্তি দিয়াৰ লগতে ১ কোটি টকাৰ ক্ষতিপূৰণৰ দাবী তোলে।

পিছত মহকুমাধিপতি বিবেক শ্যাম, অতিৰিক্ত আৰক্ষী অধীক্ষক ধ্ৰুৱজ্যোতি বৰা, মহকুমা আৰক্ষী বিষয়া বিতুল চেতিয়া, ৰাজহ চক্ৰ বিষয়া খনিন্দ্ৰ দাস আৰু ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ৰূপজ্যোতি দত্ত ঘটনাস্থলীত উপস্থিত হয় ৷

মহকুমাধিপতি গৰাকীয়ে উত্তেজিত জনতাক তেওঁলোকৰ দাবী সমুহৰ সন্দৰ্ভত ১ জুনৰ দিনৰ ১১ বজাত আলোচনাত বহাৰ লিখিত প্ৰতিশ্ৰুতি দিয়াতহে পৰিস্থিতি কিছু শাম কাটে।

ঘটনাস্থলীতেই অসম জাতিয়তাবাদী যুৱ ছাত্ৰ পৰিষদ আৰু জিপাল নামৰ সংগঠনটোৱে মহকুমাধিপতিক  একোখনকৈ স্মাৰকপত্ৰ প্ৰদান কৰে।

আনহাতে, কালি নিশা কনকলতা মহিলা সমিতিয়েও বোকাখাত থানা ঘেৰাও কৰি দোষিক শাস্তি দিবৰ বাবে এখন দাবীপত্ৰ অাৰক্ষী বিষয়াৰ হাতত দাখিল কৰিছিল ৷

পিছত উত্তেজিত জনতাই দুৰ্ভগীয়া যুৱতীগৰাকীৰ মৃতদেহ লৈ বোকাখাত চহৰ পৰিভ্ৰমন কৰি শ্মসানত তেওঁৰ শেষকৃত্য সম্পন্ন কৰে।

উত্তম শইকীয়া

উত্তম শইকীয়া

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

যন্তৰ মন্তৰত প্ৰতিবাদৰ অনুমতি পালে কক্ৰোচ জনতা পাৰ্টিয়ে: নিৰাপত্তাৰ বাবে মোতায়েন ২,০০০ আৰক্ষী

যন্তৰ মন্তৰত প্ৰতিবাদৰ অনুমতি পালে কক্ৰোচ জনতা পাৰ্টিয়ে: নিৰাপত্তাৰ বাবে মোতায়েন ২,০০০ আৰক্ষী

June 6, 2026 11:21 am
লণ্ডনত মুখ্য ন্যায়াধীশ সূৰ্য কান্তৰ অনুষ্ঠানত বাধা ছাত্ৰৰ, ক্ষুব্ধ ভাৰতীয় উচ্চায়ুক্ত

লণ্ডনত মুখ্য ন্যায়াধীশ সূৰ্য কান্তৰ অনুষ্ঠানত বাধা ছাত্ৰৰ, ক্ষুব্ধ ভাৰতীয় উচ্চায়ুক্ত

June 6, 2026 10:53 am
২০ বছৰ ধৰি চলি আছে গোচৰ! গুজৰাট আৰক্ষীক তীব্ৰ ককৰ্থনা উচ্চতম ন্যায়ালয়ৰ

২০ বছৰ ধৰি চলি আছে গোচৰ! গুজৰাট আৰক্ষীক তীব্ৰ ককৰ্থনা উচ্চতম ন্যায়ালয়ৰ

June 6, 2026 9:39 am
আমেৰিকাৰ পৰা বহিষ্কৃত হেজাৰ হেজাৰ ভাৰতীয়! চলিত বৰ্ষত ১,০৭৬ জনক স্বদেশলৈ প্ৰত্যাৱৰ্তন

আমেৰিকাৰ পৰা বহিষ্কৃত হেজাৰ হেজাৰ ভাৰতীয়! চলিত বৰ্ষত ১,০৭৬ জনক স্বদেশলৈ প্ৰত্যাৱৰ্তন

June 6, 2026 9:28 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

যন্তৰ মন্তৰত প্ৰতিবাদৰ অনুমতি পালে কক্ৰোচ জনতা পাৰ্টিয়ে: নিৰাপত্তাৰ বাবে মোতায়েন ২,০০০ আৰক্ষী

যন্তৰ মন্তৰত প্ৰতিবাদৰ অনুমতি পালে কক্ৰোচ জনতা পাৰ্টিয়ে: নিৰাপত্তাৰ বাবে মোতায়েন ২,০০০ আৰক্ষী

June 6, 2026 11:21 am
লণ্ডনত মুখ্য ন্যায়াধীশ সূৰ্য কান্তৰ অনুষ্ঠানত বাধা ছাত্ৰৰ, ক্ষুব্ধ ভাৰতীয় উচ্চায়ুক্ত

লণ্ডনত মুখ্য ন্যায়াধীশ সূৰ্য কান্তৰ অনুষ্ঠানত বাধা ছাত্ৰৰ, ক্ষুব্ধ ভাৰতীয় উচ্চায়ুক্ত

June 6, 2026 10:53 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd