• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, July 5, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বোকাখাতৰ বেংক অব বৰোডাৰ পৰা ২৩৩১গৰাকী চাহশ্ৰমিকৰ ধন জন যোজনাৰ একাউণ্টৰ ৫৩,২৭,৫০০ টকা হৰণলুকি

উত্তম শইকীয়া by উত্তম শইকীয়া
July 24, 2018 9:22 pm
BankofBoroda
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বেংক অব বৰোদাৰ বোকাখাত শাখাৰ পৰা ২৩৩১গৰাকী চাহ শ্ৰমিকৰ ধন জন যোজনাৰ একাউণ্টৰ পৰা মুঠ ৫৩,২৭,৫০০ টকা হৰণলুকি হোৱাত এক প্ৰকাৰৰ চাঞ্চল্যৰ সৃষ্টি হৈছে অঞ্চলটোত।

বেংকটোৰ বোকাখাত শাখাত থকা ২৩৩১গৰাকী হিতাধিকাৰীৰ একাউণ্টৰ পৰা তেওঁলোকে গম নোপোৱাকৈয়ে কোনো দুস্কৃতিকাৰীয়ে উলিয়াই নিলে প্ৰধান মন্ত্ৰী ধন জন যোজনাৰ ধন৷ প্ৰায় নিৰক্ষৰ এই দুৰ্ভগীয়া হিতাধিকাৰী শ্ৰমিকসকলে প্ৰৱঞ্চনাৰ এই ঘটনাটোৰ বিষয়ে কোনো উমঘামে নাপালে।

Apply Now

জানিব পৰামতে, বোকাখাতৰ বৰচাপৰি আৰু লখৌজান চাহ বাগিচাৰ মুঠ ২৩৩১গৰাকী  শ্ৰমিকে চলিত বৰ্ষৰ ফেব্ৰুৱাৰি মাহত  প্ৰধানমন্ত্ৰী ধন জন যোজনাৰ আঁচনিৰ অধীনত একাউণ্ট খুলি গাইপতি ২৫০০কৈ টকা লাভ কৰিছিল।  সূত্ৰটোৱে জনোৱামতে বেংক কৰ্তৃপক্ষই এই সকল শ্ৰমিকক  সময় মতে পাছবুক আৰু এ টি এম কাৰ্ড দিব পৰা নাছিল৷

বেংক কৰ্তৃপক্ষই পাছবুকৰ বাবে হস্তাক্ষৰ কৰিব নজনা শ্ৰমিকৰ পৰা টিপ চহী লৈয়েই দুয়োখন বাগিচাৰ মুঠ ২৩৩১গৰাকীৰ শ্ৰমিকৰ প্ৰতিজনৰ একাউণ্টত ২৫০০ টকাকৈ মুঠ ৫৩,২৭,৫০০ টকা যোৱা  ২০ ফেব্ৰুৱাৰিত ভৰাই দিছিল৷ কিন্তু আচৰিত কথা আটাইকেইজন শ্ৰমিকৰ একাউণ্টৰ পৰাই এই ২৫০০ টকাটো অন্তৰ্ধান হয় ৷

ৰহস্যজনক কথাটো হ’ল, এ টি এম কাৰ্ড লাভ নকৰা শ্ৰমিকৰ একাউণ্টৰ পৰা এ টি এমৰ জৰিয়তে প্ৰথমে ২০০০ টকা আৰু পৰৱৰ্তী সময়ত ৫০০ টকা উলিয়াই নিয়া বুলি বেংকৰ তথ্যত দেখুওৱা হয়। বৃহৎ প্ৰৱঞ্চনাৰ এই ঘটনাটোৰ বিষয়ে আজিহে শ্ৰমিকসকলে জানিব পাৰে।

আজি বাগিচা দুখনৰ শ্ৰমিকসকল বেংকত উপস্থিত হৈ পাছবুক লাভ কৰি পাছবুক আপডেইট কৰাৰ পাছতে তেওঁলোকে কথাটো জানিব পাৰে।

আনহাতে এই সন্দৰ্ভত বেংকটোৰ পৰিচালকগৰাকীয়ে চাহ মজদুৰ সংঘৰ বৰচাপৰি চাহ বাগিচাৰ সম্পাদক সত্যজিত বাউৰী আৰু লখৌজান চাহ বাগিচাৰ সম্পাদক লচমন বাউৰী এই ধনৰ লেনদেনত জড়িত থকা বুলি জনোৱাত পৰিস্থিতি উত্তপ্ত হৈ পৰে৷ প্ৰধান মন্ত্ৰী ধন জন যোজনা আঁচনিৰ ধনৰ পৰা বঞ্চিত শ্ৰমিকে প্ৰাপ্য ধন বিচাৰি আৰু ধন হৰণলুকি কৰা দুষ্কৃতিকাৰীক কৰায়ত্ত কৰি উচিত শাস্তিৰ দাবী জনাই বাগিচা দুখনৰ শ্ৰমিক সকলে গৈ বোকাখাত আৰক্ষী থানাত এজাহাৰ দাখিল কৰে ৷

এই এজাহাৰত বাগিচা সংঘৰ সম্পাদক দুগৰাকীৰ লগতে বেংক অব বৰোদাৰ শাখা পৰিচালকজনো এই ধন হৰণলুকিত জড়িত থকা বুলি উল্লেখ কৰিছে ৷ এজাহাৰৰ আধাৰত বোকাখাত আৰক্ষীয়ে ইতিমধ্যেই সমগ্ৰ ঘটনাৰ প্ৰাথমিক তদন্ত আৰম্ভ কৰিছে ৷

উত্তম শইকীয়া

উত্তম শইকীয়া

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

চিনেমা আৰু অ’টিটিৰ কন্টেন্ট চুৰিৰ অভিযোগত টেলিগ্ৰামলৈ কেন্দ্ৰৰ জাননী, ১৫ দিনৰ ভিতৰত বিচাৰিলে উত্তৰ

চিনেমা আৰু অ’টিটিৰ কন্টেন্ট চুৰিৰ অভিযোগত টেলিগ্ৰামলৈ কেন্দ্ৰৰ জাননী, ১৫ দিনৰ ভিতৰত বিচাৰিলে উত্তৰ

July 4, 2026 9:04 pm
স্পেইনৰ তাৰকাৰ প্ৰশংসাত ভিয়া, সৰুতে হকী খেলি গ’লৰ গোন্ধ চিনিবলৈ শিকিছিল মিকেল অয়াৰজাবালে

স্পেইনৰ তাৰকাৰ প্ৰশংসাত ভিয়া, সৰুতে হকী খেলি গ’লৰ গোন্ধ চিনিবলৈ শিকিছিল মিকেল অয়াৰজাবালে

July 4, 2026 8:46 pm
ভাৰত এতিয়া বিশ্বৰ দ্বিতীয় বৃহত্তম ম’বাইল নিৰ্মাণ আৰু ৰপ্তানি কৰা দেশ: প্ৰধানমন্ত্ৰী মোদী

ভাৰত এতিয়া বিশ্বৰ দ্বিতীয় বৃহত্তম ম’বাইল নিৰ্মাণ আৰু ৰপ্তানি কৰা দেশ: প্ৰধানমন্ত্ৰী মোদী

July 4, 2026 7:38 pm
ফ্লিপকাৰ্টৰ গ’ট চেলত ৫৯ হাজাৰ টকাতকৈও কম মূল্যত আইফোন ১৬

ফ্লিপকাৰ্টৰ গ’ট চেলত ৫৯ হাজাৰ টকাতকৈও কম মূল্যত আইফোন ১৬

July 4, 2026 7:10 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

চিনেমা আৰু অ’টিটিৰ কন্টেন্ট চুৰিৰ অভিযোগত টেলিগ্ৰামলৈ কেন্দ্ৰৰ জাননী, ১৫ দিনৰ ভিতৰত বিচাৰিলে উত্তৰ

চিনেমা আৰু অ’টিটিৰ কন্টেন্ট চুৰিৰ অভিযোগত টেলিগ্ৰামলৈ কেন্দ্ৰৰ জাননী, ১৫ দিনৰ ভিতৰত বিচাৰিলে উত্তৰ

July 4, 2026 9:04 pm
স্পেইনৰ তাৰকাৰ প্ৰশংসাত ভিয়া, সৰুতে হকী খেলি গ’লৰ গোন্ধ চিনিবলৈ শিকিছিল মিকেল অয়াৰজাবালে

স্পেইনৰ তাৰকাৰ প্ৰশংসাত ভিয়া, সৰুতে হকী খেলি গ’লৰ গোন্ধ চিনিবলৈ শিকিছিল মিকেল অয়াৰজাবালে

July 4, 2026 8:46 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd