• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 17, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ব্ৰহ্মপুত্ৰৰ ওপৰত নিৰ্মীয়মাণ চতুৰ্থখন দলঙৰ নাম ‘বীৰাংগনা সাধনী সেঁতু’ নামাকৰণৰ দাবীত চুতীয়া জাতি সন্মিলনৰ প্ৰতিবাদ

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
February 16, 2018 2:41 pm
4
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অসমৰ ভূমিপুত্ৰ চুতীয়াসকলৰ মহীয়সী বীৰাংগনা সাধনীৰ নামেৰে নামাকৰণ কৰা, চুতীয়া জাতিক জনজাতিকৰণৰ লগতে ৭ বহাগৰ দিনটো সতী সাধনী দিৱস হিচাপে বন্ধ ঘোষণাৰ দাবীত আজি চুতীয়া জাতি সন্মিলনৰ উদ্যোগত দিচপুৰ লাষ্টগেটত এক ধৰ্ণা কাৰ্য্যসূচী ৰূপায়িত হয়।

প্ৰতিবাদকাৰী সকলে ব্ৰহ্মপুত্ৰৰ ওপৰত বগীবিলত নিৰ্মীয়মাণ চতুৰ্থখন দলঙৰ নাম ‘বীৰাঙ্গনা সাধনী সেঁতু’ নামেৰে নামাকৰণ কৰাৰ দাবী জনাই অসম চৰকাৰৰ জৰিয়তে কেন্দ্ৰীয় চৰকাৰক দাবী জনায়।

Apply Now

এই সন্দৰ্ভত দলীয় নেতৃবৰ্গই সদৰী কৰে যে কেন্দ্ৰীয় চৰকাৰক দলং নিৰ্মাণৰ প্ৰস্তাৱ গ্ৰহণৰ সময়ৰ পৰাই বীৰাংগনা সাধনীৰ নামেৰে নামাকৰণ কৰিবলৈ দাবী জনাই আহিছিল।

তেওঁলোকৰ মতে আহোম ৰাজবংশৰ নামত কলিয়াভোমোৰা সেঁতু স্থাপিত হোৱাৰ লগতে ব্ৰহ্মপুত্ৰৰ ওপৰৰ প্ৰথমখন নদীৰ নাম কোঁচ ৰজা নৰনাৰায়ণৰ নামেৰে নামাকৰণ কৰা হ’ল।

কিন্তু চুতীয়া সম্প্ৰদায়ৰ প্ৰতি কেন্দ্ৰীয় তথা ৰাজ্য চৰকাৰে অৱহেলা দৃষ্টিৰে চোৱাৰ বাবেই বৰ্তমানলৈকে চুতীয়া বংশৰ কোনো মহান ব্যক্তিৰ নামত দলঙৰ নামাকৰণ হোৱা নাই বুলি চুতীয়া জনগোষ্ঠীৰ দলীয় নেতৃবৰ্গই এক গুৰুতৰ অভিযোগ তোলে।

এই সন্দৰ্ভত চুতীয়া ছাত্ৰ সন্থাৰ পৰিয়াল বৰ্গৰ সভাপতি ক্ষীৰোদ শইকীয়াই নৰ্থ ইষ্ট নাওক জনাই যে দীৰ্ঘদিন ধৰি আমি এই বিষয়ে চৰকাৰক দাবী জনাই আহিছো। কিন্তু পূৰ্বৰ কংগ্ৰেছ চৰকাৰৰ দৰে বিজেপি চৰকাৰেও আমাৰ দাবীৰ প্ৰতি কোনো সঁহাৰি জনোৱা নাই।
লগতে এই বিষয়ত চৰকাৰে ব্যৱস্থা গ্ৰহণ নকৰিলে চুতীয়া জনগোষ্ঠীৰ দল-সংগঠন সমূহে বৃহৎ প্ৰতিবাদ সাব্যস্ত কৰাৰ হুংকাৰ প্ৰদান কৰে।

দ্বিতীয়তে চুতীয়া সকলে অনুসূচীত জনজাতি মৰ্যাদা প্ৰাপ্তিৰ বাবে ১৯৮০ চনৰ পৰাই সদৌ চুতীয়া জাতি সন্মিলনে দাবী জনাই আহিছে।
লক্ষণীয় যে নৰেন্দ্ৰ মোদীয়ে লোকসভাৰ নিৰ্বাচনৰ প্ৰাকক্ষণত ৬ জনগোষ্ঠীক জনজাতিকৰণৰ প্ৰস্তাৱ দিছিল।

কিন্তু ৪ টা বছৰ অতিক্ৰম কৰিবৰ পিছতো কোনো ব্যৱস্থা গ্ৰহণ নকৰাত অসন্তুষ্টি প্ৰকাশ কৰি কয় যে জনজাতিকৰণৰ বাবে মডেলিটি প্ৰস্তুত কৰাৰ বাবে গঠিত সমিতিখনে প্ৰতিবেদন দাখিল কৰাৰ ক্ষেত্ৰত প্ৰতাৰণা কৰি আহিছে। লগতে এই ক্ষেত্ৰত অসম চৰকাৰে দুমুখীয়া স্থিতি গ্ৰহণ কৰা বুলি তেওঁলোকে কটাক্ষ কৰে।

এই প্ৰতিবাদৰ পিছত তথা বাজেট অধিবেশন চলি থকাৰ সময়ছোৱাত তেওঁলোকৰ দাবী সমূহৰ ব্যৱস্থা নকৰিলে অহা ১২ মাৰ্চত কেন্দ্ৰীয় চৰকাৰৰ বাজেট অধিবেশন চলি থকা সময়ত দিল্লীৰ জন্তৰ-মন্তৰত ধৰ্ণা কাৰ্য্যসূচী ৰূপায়ণ কৰাৰ হুংকাৰ প্ৰদান কৰে।

তদুপৰি ৭ বহাগৰ দিনটো সতী সাধনী দিৱস হিচাপে পালন কৰাৰ লগতে এই দিনটোত চৰকাৰী বন্ধৰ দিন হিচাপে ঘোষণা কৰিবৰ বাবে চুতীয়া ছাত্ৰ সন্থাৰ পৰিয়ালবৰ্গৰ সভাপতি ক্ষীৰোদ শইকীয়াই জানিবলৈ দিয়ে।

আজিৰ এই প্ৰতিবাদী কাৰ্য্যসূচীত সদৌ চুতীয়া জাতি সন্মিলনৰ আহ্বানক্ৰমে চুতীয়া যুৱ সন্মিলন, সদৌ অসম চুতীয়া ছাত্ৰ সন্থা আৰু মহিলা সন্মিলনে অংশগ্ৰহণ কৰে।

 

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ইউক্ৰেইনৰ নতুন প্ৰধানমন্ত্ৰী হিচাপে দায়িত্বভাৰ গ্ৰহণ কৰিলে সফল ব্যৱসায়ী চেৰহি কোৰেটস্কিয়ে

ইউক্ৰেইনৰ নতুন প্ৰধানমন্ত্ৰী হিচাপে দায়িত্বভাৰ গ্ৰহণ কৰিলে সফল ব্যৱসায়ী চেৰহি কোৰেটস্কিয়ে

July 17, 2026 5:44 pm
পুনৰ ইৰানৰ ওপৰত ভয়ংকৰ আক্ৰমণ : ক্ষতিগ্ৰস্ত চাবাহাৰ বন্দৰ আৰু কেইবাখনো গুৰুত্বপূৰ্ণ দলং ধ্বংস

পুনৰ ইৰানৰ ওপৰত ভয়ংকৰ আক্ৰমণ : ক্ষতিগ্ৰস্ত চাবাহাৰ বন্দৰ আৰু কেইবাখনো গুৰুত্বপূৰ্ণ দলং ধ্বংস

July 17, 2026 4:28 pm
‘মহাপ্ৰভু জগন্নাথ’ এনিমেটেড ছবিখন মুক্তিৰ অনুমতি উচ্চতম ন্যায়ালয়ৰ

‘মহাপ্ৰভু জগন্নাথ’ এনিমেটেড ছবিখন মুক্তিৰ অনুমতি উচ্চতম ন্যায়ালয়ৰ

July 17, 2026 4:14 pm
মধ্যপ্ৰদেশৰ ঐতিহাসিক নৰৱাৰ দুৰ্গৰ পৰা ৪০০ বছৰ পুৰণি বৰটোপ চুৰি

মধ্যপ্ৰদেশৰ ঐতিহাসিক নৰৱাৰ দুৰ্গৰ পৰা ৪০০ বছৰ পুৰণি বৰটোপ চুৰি

July 17, 2026 4:06 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ইউক্ৰেইনৰ নতুন প্ৰধানমন্ত্ৰী হিচাপে দায়িত্বভাৰ গ্ৰহণ কৰিলে সফল ব্যৱসায়ী চেৰহি কোৰেটস্কিয়ে

ইউক্ৰেইনৰ নতুন প্ৰধানমন্ত্ৰী হিচাপে দায়িত্বভাৰ গ্ৰহণ কৰিলে সফল ব্যৱসায়ী চেৰহি কোৰেটস্কিয়ে

July 17, 2026 5:44 pm
পুনৰ ইৰানৰ ওপৰত ভয়ংকৰ আক্ৰমণ : ক্ষতিগ্ৰস্ত চাবাহাৰ বন্দৰ আৰু কেইবাখনো গুৰুত্বপূৰ্ণ দলং ধ্বংস

পুনৰ ইৰানৰ ওপৰত ভয়ংকৰ আক্ৰমণ : ক্ষতিগ্ৰস্ত চাবাহাৰ বন্দৰ আৰু কেইবাখনো গুৰুত্বপূৰ্ণ দলং ধ্বংস

July 17, 2026 4:28 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd