• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, July 18, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বৰপথাৰত বিষাক্ত সুৰা সেৱন কৰি সাতজন লোকৰ মৃত্যু, দহজন আক্ৰান্ত

এন ই নাও নিউজ by এন ই নাও নিউজ
June 4, 2018 7:16 am
সুৰা সেৱন কৰি মৃত্যু

প্ৰতিনিধিত্বমূলক ফটো

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ধনশিৰি মহকুমাৰ বৰপথাৰত বিষাক্ত সুৰা সেৱন কৰি সাতজনকৈ লোকৰ মৃত্যু হোৱাৰ ঘটনাই গোটেই অঞ্চলটোতে চাঞ্চল্যৰ সৃষ্টি কৰিছে। শুকুৰবাৰে আৰম্ভ হোৱা এই ঘটনাত শনিবাৰলৈকে সাত জন লোকে প্ৰাণ হেৰুৱাব লগা হৈছে। তদুপৰি আন দহজন লোক আক্ৰান্ত হৈছে।

জানিব পৰা মতে বৰপথাৰৰ নগৰৰ চাৰি নং ৱাৰ্ডৰ কালীবাড়ীৰ পিন্টু পাল নামৰ লোকজনৰ ছাট হাউছত অবৈধভাৱে বিক্ৰী কৰা চুলাই মদ সেৱন কৰাৰ পিছতেই লোককেইজনৰ মৃত্যু হৈছে। শৌচ, বমি, পেটৰ বিষত আক্ৰান্ত হৈ মুখেৰে ফেন ওলাই মৃত্যুবৰণ কৰা সুৰাপায়ী লোককেইজনে উক্ত ছাট হাউছৰ পৰা সুৰা ক্ৰয় কৰি খোৱাৰ পিছতেই এইদৰে প্ৰাণ হেৰুৱাবলগীয়া হৈছে বুলি সকলোৱে নিশ্চিত হৈছে।

Apply Now

উক্ত ছাট হাউছৰ সুৰা ক্ৰয় কৰি খাই প্ৰাণ হেৰুওৱা লোক কেইজন হ’ল- চানু দাস, কান্তা হৰিজন, ধৰণী দেৱী, দীপক দেৱ, প্ৰকাশ কৈৰী, প্ৰভু কুমাৰ আৰু বুধুৱা ৰাজপুত। লোককেইজন দৈনিক হাজিৰা কৰি খোৱা লোক আৰু আনদিনৰ দৰে সেইদিনা সন্ধিয়া ছাট হাউছখনৰ পৰা চুলাই মদ ক্ৰয় কৰি সেৱন কৰিছিল।

আনহাতে, সেই সুৰা সেৱন কৰি সৰুমাই তাঁতী নামৰ এগৰাকী মহিলা গুৰুতৰভাৱে অসুস্থ হৈ চিকিৎসাধীন হৈ আছে। দুৰ্ভাগ্যজনকভাৱে কান্তা হৰিজন নামৰ লোকজনে আগদিনা মাতৃৰ মৃতদেহ সৎকাৰ কৰি ঘৰলৈ অহাৰ পিছত মদ সেৱন কৰি মৃত্যুমুখত পৰে।

উক্ত ঘটনাৰ সম্ভেদ পাই বৰপথাৰ আঞ্চলিক ছাত্ৰ সন্থাই স্থানীয় ৰাইজৰ সহযোগত বৰপথাৰ থানাৰ ভাৰপ্ৰাপ্ত বিষয়াজনক ঘটনাটো অৱগত কৰাৰ পিছত শনিবাৰে নিশাই আৰক্ষীয়ে পিন্টু পালক আটক কৰে। আৰক্ষীয়ে লগতে পিন্টু পালৰ ঘৰৰ পৰা অবৈধ চুলাই মদৰ লগতে অবৈধভাৱে মজুত ৰখা বিলাতী সুৰাৰ বটল জব্দ কৰে। আৰক্ষীয়ে পালৰ স্বীকাৰোক্তিৰ ভিত্তিত চুলাই মদ যোগান ধৰা নাৰায়ন কোঁচ নামৰ ব্যক্তি এজনকো আটক কৰিছে।

বৰপথাৰৰ বিভিন্ন স্থানত বিশেষকৈ নগৰখনৰ উপকণ্ঠ অঞ্চলত বিগত কেইমাহ মানৰ পৰা আৰক্ষীৰ জ্ঞাতসাৰেই অবৈধ মদৰ ব্যৱসায় চলি থকাৰ অভিযোগ উত্থাপিত হৈছে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

বশিষ্ঠত নিশা সোণম ৱাংচুকৰ ছবি অঁকাৰ অপৰাধত দুই যুৱকক গ্ৰেপ্তাৰ আৰক্ষীৰ! চৰকাৰক কঠোৰ সমালোচনা ছাত্ৰ আৰু যুৱ সংগঠনৰ

বশিষ্ঠত নিশা সোণম ৱাংচুকৰ ছবি অঁকাৰ অপৰাধত দুই যুৱকক গ্ৰেপ্তাৰ আৰক্ষীৰ! চৰকাৰক কঠোৰ সমালোচনা ছাত্ৰ আৰু যুৱ সংগঠনৰ

July 18, 2026 9:06 pm
অসমৰ ৫গৰাকী ‘বিদেশী’ মহিলাৰ বিতাড়নত স্থগিতাদেশ বাহাল! শপতনামা দাখিলৰ বাবে ৰাজ্য চৰকাৰক দুসপ্তাহৰ সময় দিলে উচ্চতম ন্যায়ালয়ে

অসমৰ ৫গৰাকী ‘বিদেশী’ মহিলাৰ বিতাড়নত স্থগিতাদেশ বাহাল! শপতনামা দাখিলৰ বাবে ৰাজ্য চৰকাৰক দুসপ্তাহৰ সময় দিলে উচ্চতম ন্যায়ালয়ে

July 18, 2026 7:11 pm
বিতৰ্কৰ মাজতে আমিৰ খানলৈ হত্যাৰ ভাবুকি লৰেন্স বিষ্ণৈ গেঙৰ

বিতৰ্কৰ মাজতে আমিৰ খানলৈ হত্যাৰ ভাবুকি লৰেন্স বিষ্ণৈ গেঙৰ

July 18, 2026 5:41 pm
অসমত হ্ৰাস পালে নিট উত্তীৰ্ণৰ হাৰ! উত্তৰ-পূবৰ ভিতৰত শীৰ্ষত থাকিলেও পূৰ্বৰ তুলনাত পিছহুঁহকিলে ৰাজ্যৰ শিক্ষাৰ্থী

অসমত হ্ৰাস পালে নিট উত্তীৰ্ণৰ হাৰ! উত্তৰ-পূবৰ ভিতৰত শীৰ্ষত থাকিলেও পূৰ্বৰ তুলনাত পিছহুঁহকিলে ৰাজ্যৰ শিক্ষাৰ্থী

July 18, 2026 5:33 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

বশিষ্ঠত নিশা সোণম ৱাংচুকৰ ছবি অঁকাৰ অপৰাধত দুই যুৱকক গ্ৰেপ্তাৰ আৰক্ষীৰ! চৰকাৰক কঠোৰ সমালোচনা ছাত্ৰ আৰু যুৱ সংগঠনৰ

বশিষ্ঠত নিশা সোণম ৱাংচুকৰ ছবি অঁকাৰ অপৰাধত দুই যুৱকক গ্ৰেপ্তাৰ আৰক্ষীৰ! চৰকাৰক কঠোৰ সমালোচনা ছাত্ৰ আৰু যুৱ সংগঠনৰ

July 18, 2026 9:06 pm
অসমৰ ৫গৰাকী ‘বিদেশী’ মহিলাৰ বিতাড়নত স্থগিতাদেশ বাহাল! শপতনামা দাখিলৰ বাবে ৰাজ্য চৰকাৰক দুসপ্তাহৰ সময় দিলে উচ্চতম ন্যায়ালয়ে

অসমৰ ৫গৰাকী ‘বিদেশী’ মহিলাৰ বিতাড়নত স্থগিতাদেশ বাহাল! শপতনামা দাখিলৰ বাবে ৰাজ্য চৰকাৰক দুসপ্তাহৰ সময় দিলে উচ্চতম ন্যায়ালয়ে

July 18, 2026 7:11 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd