• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, June 26, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বৰপেটাত চূড়ান্ত খচৰাত পঞ্চায়তত শুনানি লোৱা ৯০শতাংশৰ নাম অন্তৰ্ভুক্ত নোহোৱাৰ অভিযোগ

পুলেন্দ্ৰ দাস by পুলেন্দ্ৰ দাস
July 31, 2018 7:04 am
বৰপেটা এন আৰ চি
3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

দীর্ঘদিনীয়া আশা-আকাংক্ষাৰ অন্তত সোমবাৰে প্ৰকাশ পালে এন আৰ চিৰ চূড়ান্ত খচৰা। পাইলট প্ৰজেক্টৰ কামত বৰপেটা জিলাত হিংসাত্মক ঘটনা সংঘটিত হোৱাৰ বাবে এন আৰ চিৰ কাম কাজত ৰাজ্যবাসীৰ দৃষ্টি নিবদ্ধ আছিল বৰপেটা জিলাৰ ওপৰত।

চূড়ান্ত খচৰা প্ৰকাশৰ পিছত জিলাখনত অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি হ’ব পাৰে বুলি আশংকা কৰি জিলা প্ৰশাসন আৰু আৰক্ষী প্ৰশাসন সষ্টম হৈ আছিল ৷ কিন্তু চূড়ান্ত খচৰা প্ৰকাশৰ পিছত  জিলাখনৰ কোনো প্ৰান্তত অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি হোৱা নাই ৷ কবলৈ গ’লে  জিলাখনত শান্তিপূৰ্ণভাবে প্ৰকাশ হয় এন আৰ চি ৰ চূড়ান্ত খচৰা ৷

Apply Now

আনহাতে, এন আৰ চি ৰ চূড়ান্ত খচৰাক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে অসম সংখ্যালঘু সংগ্ৰাম পৰিষদে ৷ সংবাদ মাধ্যমৰ জৰিয়তে পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ সাধাৰণ সম্পাদক মোৱাজ্জেম হুছেইনে জনায় যে, পঞ্চায়তত শুনানি লোৱা প্ৰায়  ৯০ শতাংশ লোকৰ নাম চূড়ান্ত খচৰাত অন্তৰ্ভূক্ত নহ’ল ৷

বৈধ নথি থকা প্ৰায় সকলোৰে  নাম এন আৰ চিত প্ৰকাশ পাইছে যদিও  কিছুমান বিষয়াৰ গা এৰা দিয়া কামৰ বাবে বহুত বৈধ নাগৰিকৰ নাম চূড়ান্ত খচৰাৰ পৰা বাদ পৰি ৰ’ল বুলি পৰিষদে উল্লেখ কৰে ৷ যিসকল লোকৰ  নিজ নিজ পঞ্চায়তত শুনানি গ্ৰহণ কৰা হৈছিল সেইসকলৰ প্ৰায় ৯০ শতাংশৰ নাম এন আৰ চি ৰ চূড়ান্ত খচৰাত অন্তৰ্ভূক্ত নহ’ল বুলি পৰিষদে জানিবলৈ দিয়ে ৷

এন আৰ চি কৰ্তৃপক্ষৰ একাংশৰ কৰ্তব্যত গা এৰা দিয়া মনোভাৱৰ বাবেই সেইসকল লোকৰ নাম বাদ পৰিল বুলি পৰিষদে অভিযোগ কৰে ৷ নিজ নিজ পঞ্চায়তত হোৱা শুনানিৰ ক্ষেত্ৰত আৰু জাননী প্ৰেৰণ কৰাৰ ক্ষেত্ৰত এন আৰ চি  কৰ্তৃপক্ষ আৰু ভি এল অ’ৰ গাফিলতিৰ কাৰণেই সোমবাৰে প্ৰকাশ পোৱা এন আৰ চি ৰ চূড়ান্ত খচৰাৰ পৰা লাখ লাখ বৈধ নাগৰিকৰ নাম বাদ পৰা বুলি অভিযোগ কৰে সংখ্যালঘু সংগ্ৰাম পৰিষদে ৷

পৰিষদে সকলো বৈধ ভাৰতীয়ৰ নাম পৰবৰ্তী সময়ত অন্তৰ্ভুক্ত হ’ব বুলি আশা ব্যক্ত কৰি চূড়ান্ত খচৰাত অন্তৰ্ভূক্ত নোহোৱা বৈধ লোক সকলৰ  চিন্তাৰ কোনো কাৰণ নাই বুলিও সদৰী কৰে ৷

পুলেন্দ্ৰ দাস

পুলেন্দ্ৰ দাস

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

অযোধ্যা ৰাম মন্দিৰৰ দানৰ ধন চুৰি কাণ্ড: নৈতিক দায়িত্ব স্বীকাৰ কৰি পদত্যাগ ন্যাসৰ প্ৰধান চম্পত ৰায় আৰু অনিল মিশ্ৰৰ

অযোধ্যা ৰাম মন্দিৰৰ দানৰ ধন চুৰি কাণ্ড: নৈতিক দায়িত্ব স্বীকাৰ কৰি পদত্যাগ ন্যাসৰ প্ৰধান চম্পত ৰায় আৰু অনিল মিশ্ৰৰ

June 26, 2026 2:44 pm
ব্যৱসায়ী কেতন  আগৰৱালাৰ হত্যা! প্ৰেমিকক লগত লৈ ছিয়াই ৰচিছিল ষড়যন্ত্ৰ; শিহৰণকাৰী ঘটনাৰ ৰহস্য ফাদিল

ব্যৱসায়ী কেতন আগৰৱালাৰ হত্যা! প্ৰেমিকক লগত লৈ ছিয়াই ৰচিছিল ষড়যন্ত্ৰ; শিহৰণকাৰী ঘটনাৰ ৰহস্য ফাদিল

June 26, 2026 1:46 pm
কেন্দ্ৰীয় মন্ত্ৰীসভাত বৃহৎ সালসলনিৰ জল্পনা-কল্পনা; নতুন মুখক লৈ বৃদ্ধি পাইছে ৰাজনৈতিক চৰ্চা

কেন্দ্ৰীয় মন্ত্ৰীসভাত বৃহৎ সালসলনিৰ জল্পনা-কল্পনা; নতুন মুখক লৈ বৃদ্ধি পাইছে ৰাজনৈতিক চৰ্চা

June 26, 2026 12:07 pm
উত্তেজনাপূৰ্ণ মেচত ৩-২ গ’লত পৰাস্ত কৰিলে তুৰস্কই; পৰাজয়ৰ পিছতো পৰৱৰ্তী ৰাউণ্ডলৈ আমেৰিকা

উত্তেজনাপূৰ্ণ মেচত ৩-২ গ’লত পৰাস্ত কৰিলে তুৰস্কই; পৰাজয়ৰ পিছতো পৰৱৰ্তী ৰাউণ্ডলৈ আমেৰিকা

June 26, 2026 11:17 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

অযোধ্যা ৰাম মন্দিৰৰ দানৰ ধন চুৰি কাণ্ড: নৈতিক দায়িত্ব স্বীকাৰ কৰি পদত্যাগ ন্যাসৰ প্ৰধান চম্পত ৰায় আৰু অনিল মিশ্ৰৰ

অযোধ্যা ৰাম মন্দিৰৰ দানৰ ধন চুৰি কাণ্ড: নৈতিক দায়িত্ব স্বীকাৰ কৰি পদত্যাগ ন্যাসৰ প্ৰধান চম্পত ৰায় আৰু অনিল মিশ্ৰৰ

June 26, 2026 2:44 pm
ব্যৱসায়ী কেতন  আগৰৱালাৰ হত্যা! প্ৰেমিকক লগত লৈ ছিয়াই ৰচিছিল ষড়যন্ত্ৰ; শিহৰণকাৰী ঘটনাৰ ৰহস্য ফাদিল

ব্যৱসায়ী কেতন আগৰৱালাৰ হত্যা! প্ৰেমিকক লগত লৈ ছিয়াই ৰচিছিল ষড়যন্ত্ৰ; শিহৰণকাৰী ঘটনাৰ ৰহস্য ফাদিল

June 26, 2026 1:46 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd