• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, July 7, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বৰপেটাৰোডত ঘোষণা কৰা হ’ব অসম সাহিত্য সভাৰ নিৰ্বাচনী ফলাফল

এন ই নাও নিউজ by এন ই নাও নিউজ
December 11, 2017 9:24 am
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বহু জল্পনা-কল্পনাৰ অন্তত চলিত মাহৰ ২৮ তাৰিখে ঘোষণা কৰা হ’ব অসম সাহিত্য সভাৰ সভাপতি-প্ৰধান সম্পাদকৰ নাম। জানিব পৰা মতে নিৰ্বাচনৰ প্ৰথম পৰ্য্যায়ত জিলা আৰু শাখা সাহিত্য সভা সমূহলৈ  বেলট পেপাৰ সমূহ প্ৰেৰণ কৰা হৈছিল । উল্লেখ্য যে ৰাজ্যৰ ৯০০ শাখা সাহিত্য সভা আৰু ২৬ খন জিলা সাহিত্য সভাই এই নিৰ্বাচনী প্ৰক্ৰিয়াত অংশগ্ৰহণ কৰিছিল। যোৱা ৩০ নৱেম্বৰত এই নিৰ্বাচনী প্ৰক্ৰিয়াৰ ভোটদান কাৰ্য্যসূচী সমাপ্ত হৈছিল। নিৰ্বাচনী প্ৰক্ৰিয়াৰ অন্তত বেলট পেপাৰ সমূহ যোৰহাটৰ প্ৰধান ডাকঘৰত সংৰক্ষণ কৰি ৰখা হৈছে।

সাহিত্য সভাৰ বৰ্তমানৰ সভাপতি ড০ ধ্ৰুৱজ্যোতি বৰাই কালি এক প্ৰেছ বিবৃত্তি যোগে জানিবলৈ দিয়ে যে নিৰ্বাচনী ফলাফল ঘোষণাৰ দিনটোত পুৱা ১০:৩০ বজাৰ পৰা অসম সাহিত্য সভাৰ বৰপেটাৰোড স্থিত কাৰ্য্যালয়ত সংবাদ মাধ্যমৰ সন্মুখত ভোট গণনা অনুষ্ঠিত হ’ব।  তেওঁ জানিবলৈ দিয়ে যে সেই দিনটোতে অনুষ্ঠিত হ’বলগীয়া সভাৰ পূৰ্ণাংগ কাৰ্য্যনিৰ্বাহকতে ভোটগণনা প্ৰক্ৰিয়া অনুষ্ঠিত হ’ব।

Apply Now

উল্লেখযোগ্য যে সাহিত্য সভাৰ মুখ্য নিৰ্বাচনী বিষয়া দাসো কলিতা আৰু বিজন মহাজন আৰু ভূপেন শৰ্মাৰ তত্বাৱধানত এই নিৰ্বাচনী প্ৰক্ৰিয়া আৰম্ভ হৈছিল। এক তথ্য অনুসৰি অহা ২৮ ডিচেম্বৰত ভোটগণনাৰ অন্তত নিৰ্বাচনী সমিতিৰ অধ্যক্ষৰ অনুমোদনৰ পিছতহে এই ফলাফল ৰাজহুৱা কৰা হ’ব। আনহাতে ফলাফল ঘোষণাৰ পিছত নিৰ্বাচনী সমিতিয়ে প্ৰথম তিনিটা স্থান প্ৰাপ্তৰ পৰা লিখিত প্ৰাপ্তি স্বীকাৰ গ্ৰহণ কৰিব আৰু এই ক্ষেত্ৰত প্ৰথম প্ৰাৰ্থী গৰাকীয়ে লিখিতভাৱে অসন্মতি প্ৰকাশ কৰিলে দ্বিতীয় গৰাকী প্ৰাৰ্থীৰ নাম বিবেচনালৈ অনা হ’ব।

লক্ষণীয় কথা যে এই নিৰ্বাচনত সভাপতি তথা অন্য পদবীৰ বাবে কোনো নিৰ্দিষ্ট পেনেল প্ৰকাশ পোৱা নাছিল। সেয়েহে বহু কেইগৰাকী বিশিষ্ট ব্যক্তিৰ নাম সভাপতি পদৰ প্ৰাৰ্থী হিচাপে চৰ্চালৈ আহিছিল। বিশিষ্ট সাহিত্যিক য়েছে দৰ্জি ঠাংচে, বৰ্তমানৰ প্ৰধান সম্পাদক পৰমানন্দ ৰাজবংশী, কৰবী ডেকা হাজৰিকা, নাহেন্দ্ৰ পাদুনৰ নাম বিভিন্ন শাখা সাহিত্য সভাই প্ৰস্তাৱ কৰিছে। উপ-সভাপতি পদৰ বাবে স্বাধীনতা মহন্ত, হেমন্ত কুমাৰ বৰুৱা আৰু নোমল গগৈৰ নাম উচ্চাৰিত হোৱাটো পৰিলক্ষিত হৈছে।আনহাতে প্ৰধান সম্পাদক পদৰ দাবীদাৰ হিচাপে পদুম ৰাজখোৱা, দেৱজিৎ বৰা আৰু উপেন্দ্ৰজিৎ  শৰ্মাৰ নাম চৰ্চিত হৈছে। এনে পৰিপ্ৰেক্ষিতত অহা ২৮ ডিচেম্বৰত ফলাফল ঘোষণাৰ অন্তত অসমৰ বৃহৎ জাতীয় অনুষ্ঠান অসম সাহিত্য সভাৰ সভাপতি, উপ-সভাপতি আৰু প্ৰধান সম্পাদকৰ দ্বায়িত্বভাৰ কাৰ হাতত অৰ্পিত হ’ব সেই কথা গম পোৱা যাব। নতুনকৈ  নিৰ্বাচিত বিষয়ববীয়া সকলৰ ওপৰতে সাহিত্য সভাৰ ভৱিষ্যত নিৰূপিত হ’ব বুলি অসমবাসীয়ে আশা প্ৰকাশ কৰিছে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

২০ বছৰৰ পাছত প্ৰথমবাৰলৈ তামিলনাডুত সুৰা বিপণীৰ কৰ্মচাৰীৰ ২৫ শতাংশ দৰমহা বৃদ্ধি, অতিৰিক্ত মূল্য লোৱা বন্ধ কৰাৰ লক্ষ্য

২০ বছৰৰ পাছত প্ৰথমবাৰলৈ তামিলনাডুত সুৰা বিপণীৰ কৰ্মচাৰীৰ ২৫ শতাংশ দৰমহা বৃদ্ধি, অতিৰিক্ত মূল্য লোৱা বন্ধ কৰাৰ লক্ষ্য

July 7, 2026 6:26 pm
আমদাবাদ বিস্ফোৰণ গোচৰত উচ্চ ন্যায়ালয়ৰ কঠোৰ ৰায়, ৩৮ জনৰ মৃত্যুদণ্ড বহাল

আমদাবাদ বিস্ফোৰণ গোচৰত উচ্চ ন্যায়ালয়ৰ কঠোৰ ৰায়, ৩৮ জনৰ মৃত্যুদণ্ড বহাল

July 7, 2026 4:12 pm
মহাৰাষ্ট্ৰত বৰষুণৰ তাণ্ডৱ, ১৬ জনৰ মৃত্যু : পুনেত ৰেড এলাৰ্ট, ভূমিস্খলনৰ বাবে ব্যাহত ৰে’ল আৰু পথ যোগাযোগ

মহাৰাষ্ট্ৰত বৰষুণৰ তাণ্ডৱ, ১৬ জনৰ মৃত্যু : পুনেত ৰেড এলাৰ্ট, ভূমিস্খলনৰ বাবে ব্যাহত ৰে’ল আৰু পথ যোগাযোগ

July 7, 2026 3:17 pm
২০০৮ চনৰ আহমেদাবাদ বিস্ফোৰণ গোচৰ; ৩৮ জনৰ মৃত্যুদণ্ডৰ ৰায় বাহাল ৰাখিলে উচ্চ ন্যায়ালয়ে

২০০৮ চনৰ আহমেদাবাদ বিস্ফোৰণ গোচৰ; ৩৮ জনৰ মৃত্যুদণ্ডৰ ৰায় বাহাল ৰাখিলে উচ্চ ন্যায়ালয়ে

July 7, 2026 3:00 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

২০ বছৰৰ পাছত প্ৰথমবাৰলৈ তামিলনাডুত সুৰা বিপণীৰ কৰ্মচাৰীৰ ২৫ শতাংশ দৰমহা বৃদ্ধি, অতিৰিক্ত মূল্য লোৱা বন্ধ কৰাৰ লক্ষ্য

২০ বছৰৰ পাছত প্ৰথমবাৰলৈ তামিলনাডুত সুৰা বিপণীৰ কৰ্মচাৰীৰ ২৫ শতাংশ দৰমহা বৃদ্ধি, অতিৰিক্ত মূল্য লোৱা বন্ধ কৰাৰ লক্ষ্য

July 7, 2026 6:26 pm
আমদাবাদ বিস্ফোৰণ গোচৰত উচ্চ ন্যায়ালয়ৰ কঠোৰ ৰায়, ৩৮ জনৰ মৃত্যুদণ্ড বহাল

আমদাবাদ বিস্ফোৰণ গোচৰত উচ্চ ন্যায়ালয়ৰ কঠোৰ ৰায়, ৩৮ জনৰ মৃত্যুদণ্ড বহাল

July 7, 2026 4:12 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd