• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, August 22, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ভাতৃঘাতী সংঘৰ্ষ লগাব খুজিলে আপোনালোকেই টালি-টোপোলা বান্ধি যাবগৈ লাগিব : শিলাদিত্যক উদ্দেশ্যি অনুপ চেতিয়া

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
May 18, 2018 10:10 pm
JitenDutta
6
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

জুবিন গাৰ্গক লৈ হোজাইৰ বিধায়ক শিলাদিত্যই অলপতে কৰা বিৰূপ মন্তব্যৰ বিৰুদ্ধে ক্ষোভ উজাৰিলে অস্ত্ৰ-বিৰত আলফাৰ নেতাসকলে।

“শিলাদিত্যই নিকৃষ্ট ৰাজনীতি কৰি লামডিঙৰ বেংগলীভাষী ৰাইজৰ সৈতে অসমৰ খিলঞ্জীয়া ৰাইজৰ সংঘাত লগাব চেষ্টা কৰিছে। সেয়েহে তেওঁক অসম চৰকাৰে নিয়ন্ত্ৰণ কৰক।” আজি ৰাজভৱনৰ সন্মুখত অৱস্থান ধৰ্মঘট কাৰ্য্যসূচীত অংশগ্ৰহণ কৰি সংবাদ মাধ্যমৰ সন্মুখত এই মন্তব্য কৰে আলফাৰ ২৮ নং বেটেলিয়ানৰ এ’ কোম্পানিৰ শীৰ্ষনেতা মুন বৰা ওৰফে জিতেন দত্তই।

Apply Now

উল্লেখযোগ্য যে কালি হোজাই সমষ্টিৰ বিতৰ্কিত বিধায়ক শিলাদিত্যই জুবিন গাৰ্গক মঞ্চত কেৱল গীত গাবৰ বাবে তথা ৰাজনীতি নকৰিবৰ বাবে মুকলি আহ্বান জনাইছিল।

বিতৰ্কিত বিধায়কগৰাকীৰ এই মন্তব্যৰ পিছতে জুবিন অনুৰাগীসকলৰ মাজত তথা সচেতন মহলৰ মাজতো তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল।

আলফা নেতা দত্তই শিলাদিত্যই অসমত বসবাস কৰা বঙালী সম্প্ৰদায়ৰ লোকসকলৰ সৈতে খিলঞ্জীয়া অসমীয়াসকলৰ ভাতৃঘাতী সংঘাত লগাব বিচৰা বুলি অভিযোগ কৰি কয়, “জুবিন গাৰ্গ অসমৰ জাতীয় সম্পদ গতিকে তেওঁৰ বিৰুদ্ধে শিলাদিত্যই কৰা নিকৃষ্ট মন্তব্যক আমি ধিক্কাৰ দিছো। জুবিন গাৰ্গে অসমৰ যুৱ প্ৰজন্মক প্ৰতিনিধিত্ব কৰে। লগতে অসমৰ জাতিৰ পক্ষত এটা সঠিক সিদ্ধান্ত লোৱাটো সকলোৱে কামনা কৰিছিল। জুবিন গাৰ্গে ৰাজনীতি কৰা নাই, ৰাজনীতি কৰিছে শিলাদিত্যই।” তেওঁ জুবিনক অসমৰ জাতীয় সম্পদ বুলি কৈ শিলাদিত্যক অসম চৰকাৰে নিয়ন্ত্ৰণ কৰিব লাগে বুলি কয়।

আনহাতে, শিলাদিত্যৰ মন্তব্য সন্দৰ্ভত আলফাৰ সাধাৰণ সম্পাদক অনুপ চেতিয়াই সংবাদ মাধ্যমৰ আগত মত প্ৰকাশ কৰি কয়, “অসমত বসবাস কৰি অহা হিন্দু বঙালীসকলৰ প্ৰতি আমাৰ কোনো বিদ্বেষ ভাব নাই তথা তেওঁলোকক আমি কেতিয়াও শত্ৰু বুলি নাভাবো। ভাতৃঘাতী সংঘৰ্ষ লগাব বিচাৰিলে অসমত থকা হিন্দু বঙালী সকলৰে ক্ষতি হ’ব।”

আলফাৰ সাধাৰণ সম্পাদকগৰাকীয়ে শিলাদিত্যৰ প্ৰতি আহ্বান জনাই কয়, “যদি সংঘৰ্ষ লগাই তেন্তে ক্ষতি আপোনালোকৰে হ’ব, লগতে আপোনালোকেই টালি-টোপোলা বান্ধি অসমৰ পৰা যাব লাগিব।”

তদুপৰি এই সন্দৰ্ভত আলফাৰ নেতা প্ৰবাল নেওগেও সংবাদ মাধ্যমৰ সন্মুখত মন্তব্য কৰি শিলাদিত্যই জুবিনৰ বিৰুদ্ধে কৰা মন্তব্যক দুৰ্ভাগ্যজনক আখ্যা দিয়াৰ লগতে প্ৰতিগৰাকী শিল্পীৰ নিজৰ জাতিটোৰ হকে মাত মাতি যোৱাৰ অধিকাৰ আছে বুলি উল্লেখ কৰে।

তেওঁ লগতে কয়, “জুবিন গাৰ্গে কোনো ভুল কাম কৰা নাই, তেওঁৰ বিবেকে ঢুকি পাইছে, অসমীয়া জাতিৰ কাৰণে তেখেতৰ এইখনেই উপযুক্ত মঞ্চ। তেনেকুৱা এজন ব্যক্তিক শিলাদিত্যই সকীয়নি দিয়া মানে জুবিন গাৰ্গক কৰা অপমান নহয়, সমগ্ৰ অসমীয়া জাতিটোক কৰা অপমান।

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

অসম-মেঘালয় সীমান্তৰ উত্তেজনা কমাবলৈ আজি গুৱাহাটীত বৈঠক : আলোচনাত বহিব দুই ৰাজ্যৰ প্ৰতিনিধি

অসম-মেঘালয় সীমান্তৰ উত্তেজনা কমাবলৈ আজি গুৱাহাটীত বৈঠক : আলোচনাত বহিব দুই ৰাজ্যৰ প্ৰতিনিধি

August 22, 2026 11:51 am
মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক হত্যাৰ ভাবুকি! নগাঁৱৰ জুৰিয়াৰ এজনক আটক অসম আৰক্ষীৰ

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক হত্যাৰ ভাবুকি! নগাঁৱৰ জুৰিয়াৰ এজনক আটক অসম আৰক্ষীৰ

August 22, 2026 11:30 am
তিনি বছৰৰ পাছত পুনৰ আৰম্ভ হ’ল মণিপুৰ-নাগালেণ্ড-অসম বাছ সেৱা

তিনি বছৰৰ পাছত পুনৰ আৰম্ভ হ’ল মণিপুৰ-নাগালেণ্ড-অসম বাছ সেৱা

August 22, 2026 11:04 am
সাংসদ পুত্ৰৰ গাড়ীয়ে মহতিয়াই নিহত কৰিলে যুৱতীক; পিতৃয়ে কৈছে, ‘সিতো হস্পিতাললৈ লৈ গৈছে…’

সাংসদ পুত্ৰৰ গাড়ীয়ে মহতিয়াই নিহত কৰিলে যুৱতীক; পিতৃয়ে কৈছে, ‘সিতো হস্পিতাললৈ লৈ গৈছে…’

August 22, 2026 11:04 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

অসম-মেঘালয় সীমান্তৰ উত্তেজনা কমাবলৈ আজি গুৱাহাটীত বৈঠক : আলোচনাত বহিব দুই ৰাজ্যৰ প্ৰতিনিধি

অসম-মেঘালয় সীমান্তৰ উত্তেজনা কমাবলৈ আজি গুৱাহাটীত বৈঠক : আলোচনাত বহিব দুই ৰাজ্যৰ প্ৰতিনিধি

August 22, 2026 11:51 am
মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক হত্যাৰ ভাবুকি! নগাঁৱৰ জুৰিয়াৰ এজনক আটক অসম আৰক্ষীৰ

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক হত্যাৰ ভাবুকি! নগাঁৱৰ জুৰিয়াৰ এজনক আটক অসম আৰক্ষীৰ

August 22, 2026 11:30 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd