• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, July 11, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ভিডিঅ’ কনফাৰেন্সিঙৰ জৰিয়তে এন আৰ চি উন্নীতকৰণৰ খতিয়ান ল’লে মহাপঞ্জীয়ক শৈলেশে

এন ই নাও নিউজ by এন ই নাও নিউজ
February 14, 2018 2:16 pm
এন আৰ চি
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অহা ২০ ফেব্ৰুৱাৰিত এন আৰ চিৰ দ্বিতীয় খচৰা প্ৰকাশ সন্দৰ্ভত উচ্চতম ন্যায়ালয়ত শুনানি গ্ৰহণ কৰা হ’ব। সেই দিনা এন আৰ চি উন্নীতকৰণ কৰ্তৃপক্ষই শীৰ্ষতম ন্যায়ালয়খনত দাখিল কৰিব লাগিব শপতনামা।

এই শুনানিৰ সময়তে যোৱা ৩১ ডিচেম্বৰত প্ৰকাশিত প্ৰথম খচৰাৰ সবিশেষ তথা তাৰ পৰৱৰ্তী পৰ্যায়ৰ কাম-কাজৰো খতিয়ান দাখিল কৰিব কৰ্তৃপক্ষই। এন আৰ চিৰ ৰাজ্যিক সমন্বয়ক  প্ৰতীক হাজেলাই শপতনামাযোগে এই খতিয়ান দাখিল কৰিব। জানিব পৰা মতে ২০ ফেব্ৰুৱাৰিৰ শুনানিত দেশৰ সৰ্বোচ্চ ন্যায়ালয়খনে এন আৰ চিৰ সম্পূৰ্ণ খচৰা প্ৰকাশৰ দিন নিৰ্ধাৰণ কৰাৰ সম্ভাৱনা আছে।

Apply Now

উল্লেখযোগ্য যে কালি দেশৰ মহা পঞ্জীয়ক আৰু লোকপিয়ল আয়ুক্ত শৈলেশে ভিডিঅ’ কনফাৰেন্সিঙৰ জৰিয়তে এন আৰ চি উন্নীতকৰণৰ অগ্ৰগতিৰ খতিয়ান লয়। কালি বিয়লি ৪ বজাৰ পৰা ভঙাগড়ত থকা এন আৰ চিৰ ৰাজ্যিক সমন্বয়কৰ কাৰ্যালয়ত অনুষ্ঠিত ভিডিঅ’ কনফাৰেন্সিঙৰ জৰিয়তে তেওঁ ৰাজ্যৰ বিভিন্ন জিলাৰ উপায়ুক্ত, অতিৰিক্ত উপায়ুক্ত, চক্ৰ বিষয়া আৰু জিলা প্ৰকল্প পৰ্যবেক্ষকসকলৰ সৈতে বৈঠকত মিলিত হয়।

তেওঁৰ সৈতে এন আৰ চি উন্নীতকৰণৰ ৰাজ্যিক সমন্বয়ক প্ৰতীক হাজেলাও এই কনফাৰেন্সিঙত উপস্থিতিত আছিল। দুয়োজনে পিছত মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালকো সাক্ষাৎ কৰে।

এন আৰ চিৰ কৰ্তৃপক্ষই জনোৱামতে অহা ১৫ আৰু ১৭ ফেব্ৰুৱাৰিত পৰীক্ষামূলকভাৱে আৰম্ভ কৰা হ’ব দ্বিতীয় খচৰাৰ বাবে বংশবৃক্ষ পৰীক্ষণৰ কাম। এই কনফাৰেন্সিঙত বংশবৃক্ষ পৰীক্ষণৰ কাৰিকৰী দিশবোৰ পৰ্যালোচনা কৰা হয়। সূত্ৰটোৱে জানিবলৈ দিয়া মতে অহা ১৯ ফেব্ৰুৱাৰিৰ ভিতৰত পূৰ্ণগতিত আৰম্ভ হ’ব বংশবৃক্ষ পৰীক্ষণ।

কনফাৰেন্সিঙত ইয়াৰ কাৰিকৰী দিশ  সন্দৰ্ভত শ্ৰীশৈলেশে দিহা-পৰামৰ্শ প্ৰদান কৰে বুলি জনা গৈছে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

১৪ বছৰীয়া ফুটবল কেৰিয়াৰৰ সামৰণি, বিশ্বকাপৰ বিফলতাৰ পিছতেই বুটযোৰ খুলি থ’লে ছাডিঅ’ মানেই

১৪ বছৰীয়া ফুটবল কেৰিয়াৰৰ সামৰণি, বিশ্বকাপৰ বিফলতাৰ পিছতেই বুটযোৰ খুলি থ’লে ছাডিঅ’ মানেই

July 10, 2026 8:46 pm
ষড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰ কৰা আদিত্য ৰাভাক বিনাচৰ্তে মুক্তিৰ দাবী

ষড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰ কৰা আদিত্য ৰাভাক বিনাচৰ্তে মুক্তিৰ দাবী

July 10, 2026 8:05 pm
ভুৱা ডিগ্ৰী আৰু জাল প্ৰমাণপত্ৰ, বিহাৰত চাকৰি যাব ৩ হাজাৰতকৈও অধিক শিক্ষকৰ

ভুৱা ডিগ্ৰী আৰু জাল প্ৰমাণপত্ৰ, বিহাৰত চাকৰি যাব ৩ হাজাৰতকৈও অধিক শিক্ষকৰ

July 10, 2026 7:41 pm
প্ৰযুক্তিৰ সন্মোহনত নৱপ্ৰজন্ম: হেৰাই গৈছে নেকি বাস্তৱিক প্ৰমূল্যবোধ ?

প্ৰযুক্তিৰ সন্মোহনত নৱপ্ৰজন্ম: হেৰাই গৈছে নেকি বাস্তৱিক প্ৰমূল্যবোধ ?

July 10, 2026 6:38 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

১৪ বছৰীয়া ফুটবল কেৰিয়াৰৰ সামৰণি, বিশ্বকাপৰ বিফলতাৰ পিছতেই বুটযোৰ খুলি থ’লে ছাডিঅ’ মানেই

১৪ বছৰীয়া ফুটবল কেৰিয়াৰৰ সামৰণি, বিশ্বকাপৰ বিফলতাৰ পিছতেই বুটযোৰ খুলি থ’লে ছাডিঅ’ মানেই

July 10, 2026 8:46 pm
ষড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰ কৰা আদিত্য ৰাভাক বিনাচৰ্তে মুক্তিৰ দাবী

ষড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰ কৰা আদিত্য ৰাভাক বিনাচৰ্তে মুক্তিৰ দাবী

July 10, 2026 8:05 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd