• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, July 25, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব

মহেন্দ্ৰ কাৰ্কী ফুটবল প্ৰতিযোগিতাত ৰেনজং ফুটবল ক্লাবক হৰুৱাই কোৱাৰ্টাৰ ফাইনেলত ছিকিম পুলিচ

সাগৰ চেত্ৰী by সাগৰ চেত্ৰী
April 21, 2018 11:06 am
mahendra-karki-300x256
6
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

গেংটকৰ পালজৰ ষ্টেডিয়ামত বৃহস্পতিবাৰে অনুষ্ঠিত হৈ যায় ২য় মহেন্দ্ৰ কাৰ্কী স্মাৰক ফুটবল প্ৰতিযোগিতা-২০১৮ৰ  আৰম্ভণিৰ মেচখনত ছিকিম পুলিচে ৰেনজং ফুটবল ক্লাবক ৬-০ গ’লত পৰাস্ত কৰি কোৱাৰ্টাৰ ফাইলেলত প্ৰৱেশ কৰিছে।

ছিকিম পুলিচৰ বছৰটোৰ ষ্ট্ৰাইকাৰ বীৰ বাহাদুৰ প্ৰধানে দুটা গ’ল  দিয়ে আৰু সুকৰাজ চুব্বা, ছাংগে চোপ্ৰেল ভূটীয়া আৰু কৰ্মা লেপচাই দলটোৰ হৈ এটাকৈ গ’ল দিয়ে।

Apply Now

খেলখনৰ অন্তিম সময়ত ৰেনজং ফুটবল ক্লাবৰতৰফৰ পৰা হোৱা এটা নিজাপক্ষীয় গ’লৰ দ্বাৰা দলটোৰ বিপক্ষে বৃহৎ বিজয় সাব্যস্ত কৰে ছিকিম আৰক্ষী দলটোৱে।

ৰাজ্যসভাৰ সাংসদ হিছে লাচুংপাই ছাত্ৰ-ছাত্ৰী, ফুটবল প্ৰেমী আৰু প্ৰয়াত মহেন্দ্ৰ কাৰ্কীৰ পৰিয়ালৰ সদস্য আৰু বন্ধু-বান্ধৱৰ উপস্থিতিত ফুটবল প্ৰতিযোগিতাখন উদ্বোধন কৰে।

উল্লেখ্য যে ২০১৭ চনৰ পৰাই ছিকিমৰ ভূতপূৰ্ব ফুটবলাৰ প্ৰয়াত মহেন্দ্ৰ কাৰ্কীৰ সোঁৱৰণত এই ফুটবল প্ৰতিযোগিতাখনৰ আয়োজন কৰি আহিছে ছিকিম বয়জে ফুটবল ক্লাবে।

স্মৰ্তব্য যে গেংটক নিবাসী মহেন্দ্ৰ কাৰ্কী ২০১১ চনত গেংটকত সংঘটিত এটা গাড়ী দুৰ্ঘটনাত নিহত হৈছিল। মৃত্যুৰ সময়ত তেওঁৰ বয়স হৈছিল ৩১ বছৰ।

ৰাজ্যিক দলৰ হৈ আঞ্চলিক আৰু ৰাষ্ট্ৰীয় প্ৰতিযোগিতাত অংশ গ্ৰহণ কৰা জনপ্ৰিয় ফুটবলাৰ মহেন্দ্ৰ কাৰ্কীয়ে ভালেমান স্থানীয় ক্লাবৰ ৰাইট ছআইড বেক খেলুৱৈ হিচাপে খেলিছিল।

তেওঁ ২০০৪ চনত নতুন দিল্লীত অনুষ্ঠিত সন্তোষ ট্ৰফীৰ প্ৰতিযোগিতাত কোৱাৰ্টাৰ ফাইনেলৈকে উত্তীৰ্ণ হোৱা ৰাজ্যিক দলটোৰ সদস্যও আছিল। এয়াই আছিল দলটোৱে এতিয়ালৈকে কৰা আটাইতকৈ ভাল প্ৰদৰ্শন।

প্ৰয়াত মহেন্দ্ৰ কাৰ্কীৰ সৈতে ৰাষ্ট্ৰীয় ফ্ৰতিযোগিতাত অৱতীৰ্ণ হোৱা ছিকিম বয়জ ফুটবল ক্লাবৰ সদস্যসকলে তেওঁৰ বন্ধুৰ প্ৰতি শ্ৰদ্ধা জ্ঞাপন কৰি এই প্ৰতিযোগিতাৰ আয়োজন কৰিছে।

প্ৰতিযোগিতাৰ অন্যন্য অংশগ্ৰহণকাৰী দলসমূহ হৈছে এছ ডি এফ এ (নামচি), ছিকিম আক্ৰমণ ফুটবল ক্লাব, গেংটক হিমালয়ান ফুটবল ক্লাব, বয়জ ক্লাব গেংটক, ইউনাইটেড ছিকিম ফুটবল ক্লাব, ইউনাইটেড কুৰছেওং ফুটবল ক্লাব, এপেক্স ফুটবল ক্লাব কালিমপুং আৰু ইউনাইটেড ব্ৰাডাৰছ কালিমপুং।

শনিবাৰৰ দিনৰ ২ বজাৰ মেচখনত ষ্টেট স্পৰ্টছ একাডেমিয়ে কুমাৰ স্পৰ্টিং ক্লাবৰ বিৰুদ্ধে অৱতীৰ্ণ হ’ব।

অহা ৩০ এপ্ৰিলত   গেংটকৰ পালজৰ ষ্টেডিয়ামত ফ্লাড লাইটৰ পোহৰত ফাইনেল খেলখন অনুষ্ঠিত হ’ব।

সাগৰ চেত্ৰী

সাগৰ চেত্ৰী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

৭ টা দিনৰ পাছতো বানাক্ৰান্তক উদ্ধাৰত চৰম ব্যৰ্থ হিমন্ত চৰকাৰ : ৫০% শতাংশ বানাক্ৰান্তই পোৱা নাই চৰকাৰী সাহায্যৰ এটাও টোপোলা

৭ টা দিনৰ পাছতো বানাক্ৰান্তক উদ্ধাৰত চৰম ব্যৰ্থ হিমন্ত চৰকাৰ : ৫০% শতাংশ বানাক্ৰান্তই পোৱা নাই চৰকাৰী সাহায্যৰ এটাও টোপোলা

July 25, 2026 12:16 pm
চিকিৎসালয়ত উত্তৰ কোৰিয়াৰ দৰে বন্দী কৰি ৰাখিছিল : আৰু বহু ভয়ংকৰ অভিযোগ সোণম ৱাংছুকৰ

চিকিৎসালয়ত উত্তৰ কোৰিয়াৰ দৰে বন্দী কৰি ৰাখিছিল : আৰু বহু ভয়ংকৰ অভিযোগ সোণম ৱাংছুকৰ

July 25, 2026 10:01 am
মহাৰাষ্ট্ৰৰ চৰকাৰী চিকিৎসালয়ত মুকলি হ’ল ৫-ষ্টাৰ ৰেটিং ব্যৱস্থা

মহাৰাষ্ট্ৰৰ চৰকাৰী চিকিৎসালয়ত মুকলি হ’ল ৫-ষ্টাৰ ৰেটিং ব্যৱস্থা

July 25, 2026 8:05 am
জাল জিৰা পানী খোৱাৰ উপকাৰিতা

জাল জিৰা পানী খোৱাৰ উপকাৰিতা

July 25, 2026 6:39 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

৭ টা দিনৰ পাছতো বানাক্ৰান্তক উদ্ধাৰত চৰম ব্যৰ্থ হিমন্ত চৰকাৰ : ৫০% শতাংশ বানাক্ৰান্তই পোৱা নাই চৰকাৰী সাহায্যৰ এটাও টোপোলা

৭ টা দিনৰ পাছতো বানাক্ৰান্তক উদ্ধাৰত চৰম ব্যৰ্থ হিমন্ত চৰকাৰ : ৫০% শতাংশ বানাক্ৰান্তই পোৱা নাই চৰকাৰী সাহায্যৰ এটাও টোপোলা

July 25, 2026 12:16 pm
চিকিৎসালয়ত উত্তৰ কোৰিয়াৰ দৰে বন্দী কৰি ৰাখিছিল : আৰু বহু ভয়ংকৰ অভিযোগ সোণম ৱাংছুকৰ

চিকিৎসালয়ত উত্তৰ কোৰিয়াৰ দৰে বন্দী কৰি ৰাখিছিল : আৰু বহু ভয়ংকৰ অভিযোগ সোণম ৱাংছুকৰ

July 25, 2026 10:01 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd