• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, June 8, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব

মিজোৰামৰ এইচ্ছ লালদিনছাংগা ১৮ অনূৰ্ধ্ব ৰাষ্ট্ৰীয় বাস্কেটবল দলৰ প্ৰশিক্ষক নিযুক্ত

ছাংজুৱালা মাৰ by ছাংজুৱালা মাৰ
June 8, 2018 5:43 pm
basketball-1-570x320
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

মিজোৰামৰ এইচ্ছ লালদিনছাংগা বাস্কেটবল ফেডাৰেশ্যন অব ইণ্ডিয়াৰ  পুৰুষৰ ৰাষ্ট্ৰীয় কনিষ্ঠ দলৰ প্ৰশিক্ষক  নিযুক্ত হৈছে। ১৮ অনূৰ্ধ্ব ফিবা এছিয়ান চেম্পিয়নশ্বিপ, ২০১৮ ৰ কোৱালিফায়িং ৰাউণ্ড আৰু ২০১৮ৰ আগষ্টৰ ৫ৰ পৰা ১১ তাৰিখলৈ অনুষ্ঠিত হ’বলগীয়া ১৮ অনূৰ্ধ্ব ফিবা এছিয়ান চেম্পিয়নশ্বিপ, ২০১৮ৰ বাবে দলটোক প্ৰস্তুত কৰাৰ উদ্দেশ্যেৰে প্ৰশিক্ষকগৰাকীক নিযুক্তি দিয়া হৈছে।

মিজোৰামত মাপুইয়া নামেৰে জনাজাত লালদিনছাংগাই কাইলৈ ১০ জুন তাৰিখে ১৮ অনূৰ্ধ্বৰ ৰাষ্ট্ৰীয় দলটোক বাংগালুৰুৰ প্ৰশিক্ষণ শিবিৰত যোগদান কৰিব। বাস্কেটবল প্ৰশিক্ষণ শিবিৰটো শ্ৰী কান্তীৰাৱা ইনডোৰ ষ্টেডিয়ামত অনুষ্ঠিত কৰা হ’ব।

Apply Now

বৃহস্পতিবাৰে বাস্কেটবল ফেডাৰেশ্যন অব ইণ্ডিয়াৰ সাধাৰণ সম্পাদক চান্দেৰ মুখীয়ে লালদিনছাংগাক প্ৰশিক্ষক হিচাপে নিযুক্তি দিয়াৰ সন্দৰ্ভত মিজোৰাম বাস্কেটবল এছোচিয়েশ্যনক অৱগত কৰিছিল।

এই ৰাষ্ট্ৰীয় প্ৰশিক্ষণ শিবিৰটো হৈছে ২০১৮ৰ ছাবা মণ্ডল (SABA Zone) কোৱালিফাইং ৰাউণ্ড আৰু আগন্তুক ১৮ অনূৰ্ধ্ব ফিবা এছিয়ান চেম্পিয়নশ্বিপ, ২০১৮ আৰু ১৮ অনূৰ্ধ্ব ফিবা এছিয়ান চেম্পিয়নশ্বিপ, ২০১৮ৰ প্ৰস্তুতি আৰু বাচনি শিবিৰ।

এটা সংবাদ টোকাত চান্দেৰ মুখীয়ে কয়, ‘পুৰুষৰ কনিষ্ঠ দলটোক আগন্তুক আন্তঃজাতিক প্ৰতিযোগিতাৰ বাবে প্ৰস্তুত কৰাৰ উদ্দেশ্যে লালদিনছাংগাক প্ৰশিক্ষক হিচাপে নিয়োগ কৰা হৈছে। খেলুৱৈ হিচাপে তেওঁৰ অভিজ্ঞতা  চলিত মাহতেই আৰম্ভ হ’বলগীয়া প্ৰশিক্ষণ শিবিৰটোৰ বাবে যথেষ্ট মূল্যবান। আমি তেওঁক প্ৰশিক্ষণ শিবিৰত পাই আনন্দিত।’

মিজোৰাম বাস্কেটবল এছোচিয়েশ্যনৰ কাৰিকৰী কমিটীৰ অধ্যক্ষ ড০ লালৰিনাওমা নামটেই ( Dr. Lalrinawma Hnamte) কৈছে যে কনিষ্ঠ দলটোৰ প্ৰশিক্ষক হিচাপে এইচ্ছ লালদিনছাংগাক প্ৰশিক্ষক হিচাপে নিযুক্তি দিয়াটো একো আচৰিত কথা নহয়।  তেওঁ আৰু কয় যে ভাৰতীয় ছিনিয়ৰ বাস্কেটবল দলৰ সহকাৰী প্ৰশিক্ষক হিচাপে লালদিনছাংগাৰ দীৰ্ঘদিনীয়া অভিজ্ঞতা আছে।

লালদিনছাংগাই কয় যে বাস্কেটবল ফেডাৰেশ্যন অব ইণ্ডিয়াৰ কাৰিকৰী বিভাগৰ লোকসকলে তেওঁক ব্যক্তিগতভাৱে প্ৰশিক্ষকৰ দায়িত্ব গ্ৰহণ কৰাৰ বাবে আমন্ত্ৰণ কৰিছিল। তেওঁ দেশখনৰ যুৱ প্ৰতিভাক প্ৰশিক্ষণ প্ৰদান কৰাৰ আগ্ৰহ প্ৰকাশ কৰিছিল।

লালদিনছাংগা ভাৰতৰ বাস্কেটবল জগতখনত এটা চিনাকি নাম। ২০০৪ চনত তেওঁ ভাৰতীয় কনিষ্ঠ বাস্কেটবল দলটোৰ উপ অধিনায়ক আছিল আৰু ২০০৫ চনত প্ৰবীণ শাখাৰ উপ অধিনায়ক আছিল।

মিজোৰামৰ ঘৰুৱা বাস্কেটবলৰ জগতখনৰ শীৰ্ষতম বাস্কেটবল লীগ মিজোৰাম ছুপাৰ লীগৰ প্ৰথম সংস্কৰণত তেওঁক এগৰাকী মূল্যবান খেলুৱৈ হিচাপে বিৱেচনা কৰা হয়। খাটলা টিবিএলত প্ৰথম দুটা সংস্কৰণ তেওঁ খেলুৱৈ আৰু প্ৰশিক্ষক হিচাপে মিজোৰাম ছুপাৰ লীগক তুলি ধৰিছিল।

ছাংজুৱালা মাৰ

ছাংজুৱালা মাৰ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ঘূৰি আহিল ইউৰোৰ আতংক! পুনৰ চেতনা হেৰুৱাই খেলপথাৰত ঢলি পৰিল খ্ৰীষ্টিয়ান এৰিক্সন

ঘূৰি আহিল ইউৰোৰ আতংক! পুনৰ চেতনা হেৰুৱাই খেলপথাৰত ঢলি পৰিল খ্ৰীষ্টিয়ান এৰিক্সন

June 8, 2026 12:07 pm
৮.২ প্ৰাবল্যৰ ভূমিকম্পই কঁপাইছে ফিলিপাইনছত; ভাঙি থানবান বহু ঘৰ-দুৱাৰ, জাৰি ছুনামীৰ সতৰ্কতা

৮.২ প্ৰাবল্যৰ ভূমিকম্পই কঁপাইছে ফিলিপাইনছত; ভাঙি থানবান বহু ঘৰ-দুৱাৰ, জাৰি ছুনামীৰ সতৰ্কতা

June 8, 2026 11:08 am
নিম্নমানৰ কীটনাশকৰ ফলত ক্ষতি; ৰাজস্থানত দুবছৰত ৫৩৫ জন কৃষকৰ মৃত্যু

নিম্নমানৰ কীটনাশকৰ ফলত ক্ষতি; ৰাজস্থানত দুবছৰত ৫৩৫ জন কৃষকৰ মৃত্যু

June 8, 2026 10:22 am
পাত্তাই নিদিলে ট্ৰাম্পৰ পৰামৰ্শক! ইৰাণৰ কেইবাটাও অঞ্চলত একেলগে এয়াৰষ্ট্ৰাইক ইজৰাইলৰ

পাত্তাই নিদিলে ট্ৰাম্পৰ পৰামৰ্শক! ইৰাণৰ কেইবাটাও অঞ্চলত একেলগে এয়াৰষ্ট্ৰাইক ইজৰাইলৰ

June 8, 2026 9:31 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ঘূৰি আহিল ইউৰোৰ আতংক! পুনৰ চেতনা হেৰুৱাই খেলপথাৰত ঢলি পৰিল খ্ৰীষ্টিয়ান এৰিক্সন

ঘূৰি আহিল ইউৰোৰ আতংক! পুনৰ চেতনা হেৰুৱাই খেলপথাৰত ঢলি পৰিল খ্ৰীষ্টিয়ান এৰিক্সন

June 8, 2026 12:07 pm
৮.২ প্ৰাবল্যৰ ভূমিকম্পই কঁপাইছে ফিলিপাইনছত; ভাঙি থানবান বহু ঘৰ-দুৱাৰ, জাৰি ছুনামীৰ সতৰ্কতা

৮.২ প্ৰাবল্যৰ ভূমিকম্পই কঁপাইছে ফিলিপাইনছত; ভাঙি থানবান বহু ঘৰ-দুৱাৰ, জাৰি ছুনামীৰ সতৰ্কতা

June 8, 2026 11:08 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd