• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, September 29, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

মুকলি ষ্টেডিয়ামত ক্ৰীড়া-ভিন্ন আন কাৰ্যকলাপ অনুষ্ঠিত কৰাৰ অনুমতি নিদিয়ে ডিব্রুগড় ক্ৰীড়া সংস্থাই

অভিক চক্ৰৱৰ্তী by অভিক চক্ৰৱৰ্তী
February 22, 2018 6:37 pm
Dibrugarh-outdoor-stadium-570x320

ডিব্ৰুগড়ৰ মুকলি ষ্টেডিয়াম

3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ডিব্ৰুগড় জিলা ক্ৰীড়া সংস্থা (ডিডিএছএ) ই আজি স্পষ্ট কৰি দিয়ে যে এতিয়াৰে পৰা মুকলি ষ্টেডিয়ামখন আন কাৰ্যকলাপৰ বাবে ব্যৱহাৰ কৰিবলৈ দিয়া নহ’ব।

সাংবাদিকৰ আগত ডিডিএছএৰ অবৈতনিক সম্পাদক মনীন্দ্ৰ নাথ শইকীয়াই কয় যে তেওঁলোকে আন কাৰ্যকলাপৰ বাবে মুকলি খেলপথাৰখনত অনুমতি দিব নোৱাৰে।

Apply Now

‘’এই বছৰ নৱৰূপা সংঘই তেওঁলোকৰ ৰঙালী বিহুৰ সোণালী জয়ন্তী উৎসৱ মুকলি ষ্টডিয়ামত অনুষ্ঠিত কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছে। কিন্তু আমি তেওঁলোকক স্পষ্টকৈ কৈ দিছো যে আমি সোণালী জয়ন্তী উৎসৱ অনুষ্ঠিত কৰিবলৈ ষ্টেডিয়ামখনত অনুমতি দিব নোৱাৰো কিয়নো ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰক বোৰ্ড (বিচিচিআই)আৰু অসম ক্ৰিকেট সন্থা (এচিএ)ৰ পৰা কিছু বাধা-নিষেধ আছে,’’-শইকীয়াই কয়।

ক্ৰীড়া সংস্থাই বিহু সমিতিক অনুমতি নিদিয়াৰ পিছত বিতৰ্কৰ সূত্ৰপাত হৈছিল যে ডিডিএছএই খেলপথাৰখনত বিহু সন্মিলন অনুষ্ঠিত কৰিবলৈ অনুমতি নিদিয়ে।

ক্ৰীড়া সংস্থাটোৱে স্পষ্ট কৰি কৈছে যে তেওঁলোকৰ খেলপথাৰখনত অন্য কাম কাজৰ অনুমতি দিব নোৱাৰে কিয়নো খেলপথাৰখনৰ কাৰণে ই ভাল নহয়।

‘’ খেলপথাৰখনত যদি অন্য অনুষ্ঠান অনুষ্ঠিত কৰা হয় তেতিয়া খেলপথাৰখন নষ্ট হ’ব পাৰে। সেয়েহে, বিষয়টো সম্পৰ্কত আমি অতি কঠোৰ হৈছো। ষ্টেডিয়ামখন ক্ৰীড়া কাৰ্য-কলাপৰ বাবেহে প্ৰস্তুত কৰা হৈছে আৰু আমাৰ ভূমিকাটো হৈছে ষ্টেডিয়ামখনত আন কাৰ্যকলাপ সংঘটিত হোৱাৰ পৰা বচাই ৰখা,’’-সংস্থাটোৱে এইদৰে মত প্ৰকাশ কৰে।

ডিডিএছএৰ সভাপতি জামছেদ আহমেদ খানে কয়, ‘’ তেওঁলোক বিহু সন্মিলনৰ বিৰোধী নহয় কিন্তু তেওঁলোকে তেওঁলোকৰ খেলপথাৰখন আন কামত ব্যৱহাৰ কৰাৰ অনুমতি দিব নোৱাৰে। আমি বিচিচিআই আৰু এচিএৰ নিৰ্দিষ্ট নিয়ম-নীতিসমূহ মানি চলিব লাগিব কিয়নো বিচিচিআইৰ প্ৰতিযোগিতা ষ্টেডিয়ামখনত অনুষ্ঠিত হয় আৰু পৰিদৰ্শনৰ সময়ত পীট্ছ কিউৰেটৰে যদি কোনো সুৰুঙা বিচাৰি পায় তেতিয়াহ’লে তৎক্ষণাৎ ষ্টেডিয়ামখনত খেল অনুষ্ঠিত কৰাটো নাকচ কৰি দিব।‘’

এই মুকলি ষ্টেডিয়ামখনত বিগত দিনত সফলতাৰে সাতখন ৰঞ্জী ট্ৰফীৰ খেল অনুষ্ঠিত হৈ গৈছে কিন্তু সা-সুবিধা তথা আন্ত:গাঁথনিৰ দুৰাৱস্থাৰ কাৰণে খেল অনুষ্ঠিত কৰাৰ অনুমতি পোৱা নাযায়।

২০১৬ ত ৰাষ্ট্ৰীয় ক্ৰীড়া উন্নয়ন পুঁজিৰ অধীনত ষ্টেডিয়ামখনৰ বাবে মেৰামতি তথা উন্নীতকৰণৰ বাবে প্ৰথম পৰ্যায়ত ৫ লাখ টকাৰ অনুদান আগবঢ়াইছিল।

 

অভিক চক্ৰৱৰ্তী

অভিক চক্ৰৱৰ্তী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

যোৰহাটত আলফাৰ সদস্য গ্ৰেপ্তাৰ, পিষ্টল-গুলী আৰু ৬খন ছিম কাৰ্ডসহ উদ্ধাৰ ২ টা ম’বাইল ফোন

যোৰহাটত আলফাৰ সদস্য গ্ৰেপ্তাৰ, পিষ্টল-গুলী আৰু ৬খন ছিম কাৰ্ডসহ উদ্ধাৰ ২ টা ম’বাইল ফোন

September 28, 2026 9:34 pm
ইউপিআই লেনদেনত মাচুল দিলে প্ৰকৃততে কোন লাভৱান হ’ব? কেন্দ্ৰলৈ উচ্চতম ন্যায়ালয়ৰ প্ৰশ্ন

ইউপিআই লেনদেনত মাচুল দিলে প্ৰকৃততে কোন লাভৱান হ’ব? কেন্দ্ৰলৈ উচ্চতম ন্যায়ালয়ৰ প্ৰশ্ন

September 28, 2026 9:07 pm
ছ’চিয়েল মিডিয়াত একাউণ্ট খোলাক লৈ উচ্চতম ন্যায়ালয়ৰ কঠোৰ বাৰ্তা, নাবালকে কৰিব নোৱাৰে কোনো আইনী চুক্তি

ছ’চিয়েল মিডিয়াত একাউণ্ট খোলাক লৈ উচ্চতম ন্যায়ালয়ৰ কঠোৰ বাৰ্তা, নাবালকে কৰিব নোৱাৰে কোনো আইনী চুক্তি

September 28, 2026 7:39 pm
আইনৰ চকুত ৫ মাহৰ গৰ্ভস্থ শিশুও এজন ব্যক্তি, দুৰ্ঘটনাত মৃত্যু হ’লে লাভ কৰিব পৃথক ক্ষতিপূৰণ: উচ্চ ন্যায়ালয়

আইনৰ চকুত ৫ মাহৰ গৰ্ভস্থ শিশুও এজন ব্যক্তি, দুৰ্ঘটনাত মৃত্যু হ’লে লাভ কৰিব পৃথক ক্ষতিপূৰণ: উচ্চ ন্যায়ালয়

September 28, 2026 6:34 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

যোৰহাটত আলফাৰ সদস্য গ্ৰেপ্তাৰ, পিষ্টল-গুলী আৰু ৬খন ছিম কাৰ্ডসহ উদ্ধাৰ ২ টা ম’বাইল ফোন

যোৰহাটত আলফাৰ সদস্য গ্ৰেপ্তাৰ, পিষ্টল-গুলী আৰু ৬খন ছিম কাৰ্ডসহ উদ্ধাৰ ২ টা ম’বাইল ফোন

September 28, 2026 9:34 pm
ইউপিআই লেনদেনত মাচুল দিলে প্ৰকৃততে কোন লাভৱান হ’ব? কেন্দ্ৰলৈ উচ্চতম ন্যায়ালয়ৰ প্ৰশ্ন

ইউপিআই লেনদেনত মাচুল দিলে প্ৰকৃততে কোন লাভৱান হ’ব? কেন্দ্ৰলৈ উচ্চতম ন্যায়ালয়ৰ প্ৰশ্ন

September 28, 2026 9:07 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd