• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 10, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

মুখ্যমন্ত্ৰীৰ সুৰতে বিজেপি কাৰ্যনিৰ্বাহকৰ মত : অসম আৰু অসমীয়াৰ অস্তিত্ব বিঘ্নিত হোৱা কাম নকৰে বিজেপিয়ে

এন ই নাও নিউজ by এন ই নাও নিউজ
May 19, 2018 7:40 am
18-05-18 Nalbari- BJP Executive meeting (2)

নলবাৰীত অনুষ্ঠিত বিজেপিৰ কাৰ্নিৰ্বাহকত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোমোৱাল, ৰাজ্যিক সভাপতি ৰঞ্জিত দাসকে ধৰি বিজেপিৰ নেতৃবৰ্গ, শুকুৰবাৰে। ফটো : ইউ বি

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বিজেপি দলে অসম আৰু অসমীয়াৰ অস্তিত্ব বিঘ্নিত হোৱা কাম কোনো কাৰণতে কেতিয়াও নকৰে বুলি স্পষ্ট কৰিছে। শুকুৰবাৰে নলবাৰীত অনুষ্ঠিত হোৱা বিজেপিৰ ৰাজ্যিক কাৰ্যৰ্নিৰ্বাহক সভাত নাগৰিকত্ব সংশোধনী বিধেয়ক সম্পৰ্কত লোৱা প্ৰস্তাৱ অনুসৰি যুটীয়া সংসদীয় সমিতিয়ে শুনানি গ্ৰহণ কৰি থকা আইনখন সম্পৰ্কত কৌশলগতভাৱে সমৰ্থন আগবঢ়াইছে।

কাৰ্যনিৰ্বাহকত গ্ৰহণ কৰা প্ৰস্তাৱত কোৱা হৈছে যে ২০১৬ চনৰ ২৪ মে’ত ৰাজ্যখনৰ সকলো জাতি-জনগোষ্ঠীৰ আস্থা আৰু সমৰ্থনত ভাৰতীয় জনতা পাৰ্টিৰ নেতৃত্বৰ মিত্ৰজোঁট চৰকাৰখনে দায়িত্বভাৰ গ্ৰহণ কৰাৰে পৰা অসমৰ সৰ্বাংগীণ বিকাশৰ বাবে গ্ৰহণ কৰা পদক্ষেপসমূহক ৰাইজে আদৰি লোৱাৰ লগতে প্ৰগতিৰ পথত সহযোগিতা আগবঢ়াইছে।

Apply Now
18-05-18 Nalbari- BJP Executive meeting (6)
বিজেপি কাৰ্যনিৰ্বাহকত উপস্থিত দলৰ নেতা-কৰ্মীসকল। ফটো : ইউ বি

এনে এক সুস্থ পৰিৱেশৰ মাজতে শেহতীয়াভাৱে নাগৰিকত্ব সংশোধনী বিধেয়ক, ২০১৬ৰ গইনা লৈ একাংশ লোকে ৰাজ্যখনৰ জনসাধাৰণক প্ৰৰোচিত কৰি এক উত্তাল পৰিৱেশ সৃষ্টি কৰিছে। কাৰ্যনিৰ্বাহক সভাই ‘’অসমৰ ৩ কোটি ৩০ লাখ লোকক স্পষ্টভাৱে জনাব বিচাৰে যে ৰাজ্য আৰু ৰাজ্যবাসীৰ স্বাৰ্থত পূৰ্বৰ দৰে আমি দায়বদ্ধতাৰে দলীয় দায়িত্ব পালন কৰি যাম। অসম আৰু অসমীয়াৰ স্বাৰ্থ বিঘ্নিত হোৱা কোনো কাৰ্যক আমাৰ দল আৰু চৰকাৰে সমৰ্থন নকৰে।‘’

প্ৰস্তাৱত লগতে কোৱা হৈছে যে ‘’বৰাক-ব্ৰহ্মপুত্ৰ উপত্যকাবাসীয়ে অতীজৰে পৰা সমন্বয় আৰু ভাতৃত্ববোধেৰে ৰাজ্যখনৰ সৰ্বাংগীণ বিকাশৰ বাবে একেলগে সহযোগিতা আগবঢ়াই আহিছে। ৰাজ্যখনৰ বিভিন্ন জাতি-জনগোষ্ঠীৰ মাজত থকা সাতামপুৰুষীয়া ঐক্য আৰু সংহতিত সন্দেহ সৃষ্টি কৰিবলৈ এটা চক্ৰই পৰিকল্পিতভাৱে অহৰহ যুক্তিহীন কাৰ্যত লিপ্ত হোৱা পৰিলক্ষিত হৈছে।‘’

কাৰ্যনিৰ্বাহকত অসমৰ মাটি নাগালিমত অন্তৰ্ভুক্ত কৰা বুলি একাংশই অপপ্ৰচাৰ চলোৱাৰ লগতে ৰাজ্যখনৰ জনগাঁথনিৰ পৰিৱৰ্তনৰ ভয়াবহ দিশটোৱে অসমৰ আৰ্থ-সামজিক-সাংস্কৃতিক ৰাজনৈতিক আদি সকলো ক্ষেত্ৰতে কঢ়িয়াই অনা অশনি সংকেতৰ বিষয়ত উদ্বেগ প্ৰকাশ কৰে। তদুপৰি ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী উন্নীতকৰণৰ প্ৰক্ৰিয়াটো চূড়ান্ত পৰ্যায়ত উপনীত হোৱাৰ সময়ত ইয়াক বাধাগ্ৰস্ত কৰি বিদেশী অনুপ্ৰৱেশৰ বিষয়টোক জীয়াই ৰখাৰ বাবেও এক পৰিকল্পিত ষড়যন্ত্ৰ ৰচনা কৰা বুলিও সভাই মত পোষণ কৰে।

 

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ভুৱা ডিগ্ৰী আৰু জাল প্ৰমাণপত্ৰ, বিহাৰত চাকৰি যাব ৩ হাজাৰতকৈও অধিক শিক্ষকৰ

ভুৱা ডিগ্ৰী আৰু জাল প্ৰমাণপত্ৰ, বিহাৰত চাকৰি যাব ৩ হাজাৰতকৈও অধিক শিক্ষকৰ

July 10, 2026 7:41 pm
প্ৰযুক্তিৰ সন্মোহনত নৱপ্ৰজন্ম: হেৰাই গৈছে নেকি বাস্তৱিক প্ৰমূল্যবোধ ?

প্ৰযুক্তিৰ সন্মোহনত নৱপ্ৰজন্ম: হেৰাই গৈছে নেকি বাস্তৱিক প্ৰমূল্যবোধ ?

July 10, 2026 6:38 pm
ধৰ্মান্তৰকৰণৰ হেঁচা, মূৰত লেপটপেৰে আঘাত! উজবেকিস্তানত কেৰালাৰ ছাত্ৰীৰ কৰুণ মৃত্যু

ধৰ্মান্তৰকৰণৰ হেঁচা, মূৰত লেপটপেৰে আঘাত! উজবেকিস্তানত কেৰালাৰ ছাত্ৰীৰ কৰুণ মৃত্যু

July 10, 2026 6:10 pm
উচ্চতম ন্যায়ালয়ত উত্তপ্ত পৰিস্থিতি: ন্যায়াধীশৰ ফালে কাগজ দলিয়ালে আবেদনকাৰীয়ে, মুখ্য ন্যায়াধীশক অসভ্য আচৰণ

উচ্চতম ন্যায়ালয়ত উত্তপ্ত পৰিস্থিতি: ন্যায়াধীশৰ ফালে কাগজ দলিয়ালে আবেদনকাৰীয়ে, মুখ্য ন্যায়াধীশক অসভ্য আচৰণ

July 10, 2026 5:29 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ভুৱা ডিগ্ৰী আৰু জাল প্ৰমাণপত্ৰ, বিহাৰত চাকৰি যাব ৩ হাজাৰতকৈও অধিক শিক্ষকৰ

ভুৱা ডিগ্ৰী আৰু জাল প্ৰমাণপত্ৰ, বিহাৰত চাকৰি যাব ৩ হাজাৰতকৈও অধিক শিক্ষকৰ

July 10, 2026 7:41 pm
প্ৰযুক্তিৰ সন্মোহনত নৱপ্ৰজন্ম: হেৰাই গৈছে নেকি বাস্তৱিক প্ৰমূল্যবোধ ?

প্ৰযুক্তিৰ সন্মোহনত নৱপ্ৰজন্ম: হেৰাই গৈছে নেকি বাস্তৱিক প্ৰমূল্যবোধ ?

July 10, 2026 6:38 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd