• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, June 15, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

মেঘালয়ৰ সৰ্ব শিক্ষাৰ অধীনৰ শিক্ষকসকলক সকাহ দিলে কেন্দ্ৰই

এন ই নাও নিউজ by এন ই নাও নিউজ
March 30, 2018 10:47 am
13-sarvashikshaabhiyaan-570x320
132
VIEWS
Share on FacebookShare on Twitter

কেন্দ্ৰীয় চৰকাৰে সৰ্ব শিক্ষা কাৰ্যসূচীৰ নিয়মিত খৰচৰ বাবে অনাদায় হৈ থকা ১৩৫ কোটি টকা মোকলাই দিয়াত মেঘালয়ৰ সৰ্ব শিক্ষা অভিযানৰ অধীনৰ শিক্ষকসকলে সকাহ লাভ কৰিলে।

মেঘালয়ৰ শিক্ষা মন্ত্ৰী লেকমেন ৰিম্বুই বৃহস্পতিবাৰে শ্বিলঙত সংবাদ মাধ্যমৰ সৈতে হোৱা বাৰ্তালাপত কয় যে কেন্দ্ৰীয় পুজি মুকলি কৰি দিয়াৰ পিছত ‘’সৰ্ব শিক্ষাৰ কাৰ্যসূচীত এতিয়া সুস্থিৰতা আহিব আৰু সৰ্ব শিক্ষাৰ শিক্ষকসকলক যোৱা বছৰৰ নৱেম্বৰৰ পৰা চলিত বছৰৰ মাৰ্চলৈকে দৰমহা আদায় দিয়া হ’ব।‘’

তেওঁ লগতে কয় যে মুখ্যমন্ত্ৰী কনৰাড চাংমা আৰু ৰাজ্য চৰকাৰে গ্ৰহণ কৰা তৎপৰতাৰ পিছত কেন্দ্ৰই ধন মুকলি কৰি দিয়ে।

ৰিম্বুৱে লগতে কয় যে মঞ্জুৰী নিৰ্দেশনা অনুসৰি গোটেই ধনৰাশি ২০১৭-১৮ বৰ্ষৰ অনুসূচীত জাতি আৰু অনুসূচীত জনজাতিৰ বাবে সৰ্ব শিক্ষাৰ আঁচনিৰ অধীনত কাম কাজ ৰূপায়নৰ বাবে সাধাৰণ শিতানৰ অধীনত মুকলি কৰি দিয়া হৈছে।

ৰাজ্যৰ শিক্ষামন্ত্ৰীগৰাকীয়ে লগতে কয় যে শিক্ষা বিভাগৰ ইয়াৰ নিজস্ব প্ৰত্যাহ্বান আছে।

ৰাজ্যখণ্ডৰ বিভিন্ন শ্ৰেণীৰ শিক্ষকসকলৰ বিষয়ে বাখ্যা আগবঢ়াই তেওঁ কয় যে বিত্তীয় সমস্যা আছে আৰু শিক্ষকসকলৰ দাবীৰ প্ৰতি চৰকাৰে দৃষ্টি দিয়াটো চৰকাৰৰ দায়িত্ব আছে। তদুপৰি, ৰাজ্যখনৰ বিত্তীয় পৰিস্থিতিটোও লক্ষ্য ৰাখিবলগীয়া হৈছে।

তেওঁ লগতে কয় যে পঞ্চম দৰমহা আয়োগৰ ৰূপায়নেই হওক বা অন্যান্য দাবীয়েই হওক শিক্ষকসকলৰ সকলো নায্য দাবী চৰকাৰে পৰীক্ষা কৰি চাব।

Recent News

গুৱাহাটীৰ মাজমজিয়াত ফল-মূলৰ ব্যৱসায়ীক ছুৰীৰে আক্ৰমণ কৰি পলায়ন ইউটিউবাৰ ৰাব্বানী স্বয়ামৰ

গুৱাহাটীৰ মাজমজিয়াত ফল-মূলৰ ব্যৱসায়ীক ছুৰীৰে আক্ৰমণ কৰি পলায়ন ইউটিউবাৰ ৰাব্বানী স্বয়ামৰ

মৰাণ আৰক্ষীৰ জালত আলফা(স্বাধীন)ৰ আণ্ডাৰগ্ৰাউণ্ড সদস্য ছফিউদ্দিন আহমেদ

মৰাণ আৰক্ষীৰ জালত আলফা(স্বাধীন)ৰ আণ্ডাৰগ্ৰাউণ্ড সদস্য ছফিউদ্দিন আহমেদ

দৰা হ’ব কোন! লাখ লাখ অনুৰাগীৰ হৃদয় ভাঙি বিয়াত বহিব ‘আইপিএলৰ ৰাণী’ কাব্য মৰাণ?

দৰা হ’ব কোন! লাখ লাখ অনুৰাগীৰ হৃদয় ভাঙি বিয়াত বহিব ‘আইপিএলৰ ৰাণী’ কাব্য মৰাণ?

জেৰুজালেম, টেল আভিভত ইৰাণৰ ক্ষেপণাস্ত্ৰ নিক্ষেপ! নিশা ইজৰাইলৰো প্ৰত্যাঘাত, ক্ৰমে তীব্ৰতৰ সংঘাত

জেৰুজালেম, টেল আভিভত ইৰাণৰ ক্ষেপণাস্ত্ৰ নিক্ষেপ! নিশা ইজৰাইলৰো প্ৰত্যাঘাত, ক্ৰমে তীব্ৰতৰ সংঘাত

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd