• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, July 8, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

মৰ্মান্তিক! NEET পৰীক্ষাৰ প্ৰস্তুতি চলাই থকা ছাত্ৰই গ্ৰহণ কৰিলে চৰম সিদ্ধান্ত

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
September 28, 2023 9:05 pm
1.3k
VIEWS
Share on FacebookShare on Twitter

এজনৰ পিছত আন এজন শিক্ষাৰ্থীয়ে আত্মহত্যা কৰিছে শিক্ষা নগৰী হিচাপে  খ্যাত  ৰাজস্থানৰ কোটাত। তথ্য অনুসৰি  চলিত বৰ্ষতে কোটাত ২৬ গৰাকী ছাত্ৰ-ছাত্ৰীয়ে আত্মহত্যা কৰিছে। 

এইবাৰ NEET পৰীক্ষাৰ প্ৰস্তুতিৰ বাবে উত্তৰ প্ৰদেশৰ পৰা কোটালৈ অহা এজন ২০ বছৰীয়া ছাত্ৰই  আত্মহত্যা কৰাৰ খবৰ পোহৰলৈ আহিছে।

আৰক্ষীয়ে জনোৱা মতে, বুধবাৰে আত্মহত্যা কৰা ছাত্ৰ গৰাকীয়ে  কোচিং ইনষ্টিটিউট নোহোৱাকৈয়ে অকলেই মেডিকেল এণ্ট্ৰেন্স পৰীক্ষা NEETৰ বাবে প্ৰস্তুতি চলাইছিল ।

উল্লেখ্য যে, প্ৰতি বছৰে দেশৰ বিভিন্ন প্ৰান্তৰ পৰা লাখ লাখ ছাত্ৰ-ছাত্ৰী ৰাজস্থান কোটালৈ অভিযান্ত্ৰিক আৰু চিকিৎসা পৰীক্ষাৰ বাবে প্ৰস্তুতি চলাবলৈ আহে।  এইদৰে এই চহৰখন কাৰ্যতঃ কোচিং হাব হৈ পৰিছে। 

কিন্তু প্ৰতি বছৰে পঢ়া-শুনাৰ হেঁচা সহ্য কৰিব নোৱাৰি একাংশ ছাত্ৰ-ছাত্ৰীয়ে আত্মহত্যা কৰে। যোৱা বছৰ কোটাত আত্মহত্যা কৰা ছাত্ৰ-ছাত্ৰীৰ সংখ্যা আছিল ১৫ জন। কিন্তু এই বছৰৰ প্ৰথম ৯ মাহত সেই সংখ্যা অতিক্ৰম কৰিছে। কোটা আৰক্ষীয়ে জনোৱা মতে, ইতিমধ্যে মুঠ ২৬ গৰাকী ছাত্ৰ-ছাত্ৰীয়ে আত্মহত্যা কৰিছে।

বিগত কেইবছৰমানৰ পৰা কোটালৈ অহা ছাত্ৰ-ছাত্ৰীৰ মাজত পঢ়া-শুনাৰ পাহাৰ সদৃশ হেঁচা আৰু বিফল হোৱাৰ ভয়ৰ ফলত হোৱা হতাশাৰ ঘটনাও দেখা গৈছে। সেই হতাশাৰ ফলত আত্মহত্যাৰ প্ৰৱণতা বাঢ়িছে। 

সেয়ে কিছুদিনৰ পৰা ছাত্ৰ-ছাত্ৰীৰ মাজত হেঁচা কমাবলৈ জিলা প্ৰশাসনে কোটাৰ শিক্ষানুষ্ঠানসমূহক আগন্তুক দুমাহলৈ কোনো পৰীক্ষা অনুষ্ঠিত নকৰিবলৈ অনুৰোধ জনাইছে। ইয়াৰ উপৰিও শিক্ষানুষ্ঠানসমূহে হোষ্টেলৰ মুৰব্বী, মেছ কৰ্মী আৰু খাদ্য সেৱা প্ৰদানকাৰীসকলক হোষ্টেল আৰু মেছত থকা ছাত্ৰ-ছাত্ৰীৰ মাজত মানসিক চাপ আৰু হতাশাৰ লক্ষণসমূহ নিৰীক্ষণ কৰিবলৈ পৰামৰ্শ দিছে।

Recent News

কিংবদন্তিলৈ সন্মান! লাৰাৰ অভিলেখ ভংগ কৰিবলৈ চেষ্টা নকৰি কিয় ইনিংছ ঘোষণা কৰিলে মুল্ডাৰে?  

কিংবদন্তিলৈ সন্মান! লাৰাৰ অভিলেখ ভংগ কৰিবলৈ চেষ্টা নকৰি কিয় ইনিংছ ঘোষণা কৰিলে মুল্ডাৰে?  

গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পিতালত ভয়ংকৰ অগ্নিকাণ্ড! হাহাকাৰ ৰোগী অভিভাৱকৰ মাজত

গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পিতালত ভয়ংকৰ অগ্নিকাণ্ড! হাহাকাৰ ৰোগী অভিভাৱকৰ মাজত

প্ৰতিজন কৰ্মচাৰীৰ উপাৰ্জনৰ ক্ষেত্ৰত এপল, এনভিডিয়াৰ দৰে বাণিজ্যিক দৈত্যক অতিক্ৰম Only Fans-ৰ

প্ৰতিজন কৰ্মচাৰীৰ উপাৰ্জনৰ ক্ষেত্ৰত এপল, এনভিডিয়াৰ দৰে বাণিজ্যিক দৈত্যক অতিক্ৰম Only Fans-ৰ

ইনফ’ছিছৰ নতুন নীতি: নাৰায়ণ মূৰ্তিৰ ৭০ ঘণ্টাৰ বিপৰীতে সৰ্বাধিক কৰ্মৰ সময়ৰ ক্ষেত্ৰত নতুন নীতি গ্ৰহণ

ইনফ’ছিছৰ নতুন নীতি: নাৰায়ণ মূৰ্তিৰ ৭০ ঘণ্টাৰ বিপৰীতে সৰ্বাধিক কৰ্মৰ সময়ৰ ক্ষেত্ৰত নতুন নীতি গ্ৰহণ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd