• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, June 6, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

মেঘালয়ত শাসকীয় কংগ্ৰেছৰ বিৰুদ্ধে বিজেপিৰ ‘অভিযোগনামা’

এন ই নাও নিউজ by এন ই নাও নিউজ
February 9, 2018 8:38 am
bjp-1.jpeg-701x389 meghalaya chargsheet
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

মেঘালয়ত আসন্ন বিধানসভাৰ নিৰ্বাচনত ভোটাৰৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ ভাৰতীয় জনতা দলে কংগ্ৰেছ দলৰ বিৰুদ্ধে এক ‘অভিযোগনামা’ প্ৰকাশ কৰি উলিয়াইছে।

কংগ্ৰেছৰ বিৰুদ্ধে ৩৮ পৃষ্ঠাজোৰা অভিযোগনামা ‘’লুণ্ঠনৰ ১৫ বছৰ, ধ্বংসৰ ১৫ বছৰ’’ খন বৃহস্পতিবাৰে কেন্দ্ৰীয় পৰ্যটন বিভাগৰ মন্ত্ৰী কে জে অলফোনছে মুকলি কৰে।

Apply Now

বিজেপিয়ে প্ৰকাশ কৰা এই অভিযোগনামাত মেঘালয়ৰ কংগ্ৰেছ নেতৃত্বাধীন চৰকাৰখনৰ বিগত দিনৰ ব্যৰ্থতাৰ লগতে ৰাজ্যখনৰ শিক্ষা, স্বাস্থ্য, আন্ত:গাঁথনি আদি বিভিন্ন খণ্ডত প্ৰকাশ পোৱা ব্যৰ্থতা উদঙাই দিছে।

অভিযোগনামাত সীমা বিবাদ, শিশু শ্ৰমিক, দুৰ্নীতি, উগ্ৰবাদ, বিদ্যুৎ সংকটৰ লগতে ২০১৩ চনত কংগ্ৰেছ চৰকাৰে জনসাধাৰণক দিয়া প্ৰতিশ্ৰুতিসমূহ পূৰণত ব্যৰ্থতাৰ বিষয় উত্থাপন কৰা হৈছে।

কে জে অলফোনছে সংবাদ মাধ্যমৰ আগত এই কথা প্ৰকাশ কৰি অভিযোগ আনে যে কংগ্ৰেছ দলে ২০১৩ চনৰ বিধানসভা নিৰ্বাচনৰ সময়ত দিয়া প্ৰতিশ্ৰুতিৰ এটাও পূৰণ নকৰিলে।

অলফোনছে মুখ্যমন্ত্ৰী ড০ মুকুল ছাংমাই ৰাজ্যখনৰ বিকাশৰ বাবে কেন্দ্ৰ চৰকাৰে কৰা কামৰ কৃতিত্ব লোৱা বুলি অভিযোগ কৰে।

তাৎপৰ্যপূৰ্ণভাৱে, বিজেপিয়ে প্ৰকাশ কৰা অভিযোগনামাত ঔষধ কোলোংকাৰী আৰু এম-টেব বিতৰণ কেলংকাৰীৰ কথা উল্লেখ কৰা নাই। বৰ্তমান বিজেপি নেতা এ এল হেক পূৰ্বতে কংগ্ৰেছ নেতৃত্বাধীন চৰকাৰখনৰ সংশ্লিষ্ট বিভাগৰ মন্ত্ৰী আছিল।

অৱশ্যে পাইনথৰুমখ্ৰা সমষ্টিৰ বিজেপি প্ৰাৰ্থী হেকে এই অভিযোগ নস্যাৎ কৰি মুকুল ছাংমা নেতৃত্বাধীন চৰকাৰৰ স্বাস্থ্য আৰু তথ্য প্ৰযুক্তি মন্ত্ৰী থাকোতে এই কেলেংকাৰী সংঘটিত হোৱা নাছিল বুলি দাবী কৰিছে।

‘’মোৰ কাৰ্যকালৰ আগতে এইবোৰ সংঘটিত হৈছিল আৰু মোৰ কাৰ্যকালত আনকি এক পইচাৰো কেলেংকাৰী সংঘটিত হোৱা নাছিল,’’-তেওঁ দাবী কৰে।

অভিযোগনামাত মেঘালয়ৰ শিক্ষা কেলেংকাৰীৰ কথা উল্লেখ কৰা হৈছে। কংগ্ৰেছ নেতা অমপৰীন লিংডোক মুখ্য অভিযুক্ত হিচাপে ইয়াত চিহ্নিত কৰা হৈছে।

 

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগৰ দাবী: ৫ বজালৈ সময় বান্ধি দিলে ককৰোচ জনতা পাৰ্টীয়ে

কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগৰ দাবী: ৫ বজালৈ সময় বান্ধি দিলে ককৰোচ জনতা পাৰ্টীয়ে

June 6, 2026 4:21 pm
প্ৰেমিকৰ সৈতে বজাৰত আছিল পত্নী, হঠাৎ ওলালহি স্বামী, মাৰপিট দেখি জমা হ’ল ৩০০ মানুহৰ ভিৰ

প্ৰেমিকৰ সৈতে বজাৰত আছিল পত্নী, হঠাৎ ওলালহি স্বামী, মাৰপিট দেখি জমা হ’ল ৩০০ মানুহৰ ভিৰ

June 6, 2026 4:11 pm
পাকিস্তানৰ হৈ চোৰাংচোৱাগিৰিৰ অভিযোগ: হাৰিয়ানাৰ ট্ৰেভেল ভ্ল’গাৰৰ জামিন নাকচ উচ্চতম ন্যায়ালয়ৰ

পাকিস্তানৰ হৈ চোৰাংচোৱাগিৰিৰ অভিযোগ: হাৰিয়ানাৰ ট্ৰেভেল ভ্ল’গাৰৰ জামিন নাকচ উচ্চতম ন্যায়ালয়ৰ

June 6, 2026 3:40 pm
‘আমেৰিকাই আমাৰ গণতন্ত্ৰত হস্তক্ষেপ কৰিবলৈ চেষ্টা কৰিছে’; অভিযোগ ব্ৰিটিছ প্ৰধানমন্ত্ৰীৰ

‘আমেৰিকাই আমাৰ গণতন্ত্ৰত হস্তক্ষেপ কৰিবলৈ চেষ্টা কৰিছে’; অভিযোগ ব্ৰিটিছ প্ৰধানমন্ত্ৰীৰ

June 6, 2026 3:30 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগৰ দাবী: ৫ বজালৈ সময় বান্ধি দিলে ককৰোচ জনতা পাৰ্টীয়ে

কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগৰ দাবী: ৫ বজালৈ সময় বান্ধি দিলে ককৰোচ জনতা পাৰ্টীয়ে

June 6, 2026 4:21 pm
প্ৰেমিকৰ সৈতে বজাৰত আছিল পত্নী, হঠাৎ ওলালহি স্বামী, মাৰপিট দেখি জমা হ’ল ৩০০ মানুহৰ ভিৰ

প্ৰেমিকৰ সৈতে বজাৰত আছিল পত্নী, হঠাৎ ওলালহি স্বামী, মাৰপিট দেখি জমা হ’ল ৩০০ মানুহৰ ভিৰ

June 6, 2026 4:11 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd