• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, June 6, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

শিক্ষা কৰ্মীৰ নায্য প্ৰাপ্তিৰ দাবীত জ্যোতিকেন্দ্ৰ শিক্ষা কৰ্মী সন্থাৰ প্ৰতিবাদ

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
February 13, 2018 2:54 pm
shiksha karmi
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

২০০৩ চনৰ পৰা জ্যোতিকেন্দ্ৰ শিক্ষা কৰ্মীসকলক তেওঁলোকৰ ন্যায্য দাবীসমূহৰ পৰা বঞ্চিত কৰি অহাৰ অভিযোগ তুলি আজি দিছপুৰ লাষ্ট গেটত এক ধৰ্ণা কাৰ্য্যসূচী ৰূপায়ণ কৰে সংগঠনটোৱে।

সন্থাৰ নেতৃবৰ্গই জানিবলৈ দিয়া মতে  বিগত ১৫ বছৰ ধৰি তেওঁলোকে শিক্ষকৰ দৰে ভূমিকা পালন কৰি অহাৰ পিছতো শিক্ষকৰ প্ৰকৃত মৰ্যাদাৰ পৰা বঞ্চিত। তদুপৰি তেওঁলোক প্ৰাপ্য মজুৰিৰ পৰাও বঞ্চিত বুলিও সদৰি কৰে।

Apply Now

জানিব পৰা মতে বৰ্তমান অসমত ৭৬০ টা জ্যোতিকেন্দ্ৰ, ১০০০ গৰাকী কৰ্মৰত শিক্ষক-শিক্ষয়িত্ৰী, কেন্দ্ৰৰ পৰা মূল সুঁতিকৰণ কৰা ছাত্ৰ-ছাত্ৰীৰ সংখ্যা ১,৫০,০০০ গৰাকী আৰু বৰ্তমান অধ্যনৰত ছাত্ৰ-ছাত্ৰীৰ সংখ্যা প্ৰায় ৩৫,০০০ গৰাকী।

তদুপৰি শিক্ষা কৰ্মী সকলে জানিব দিয়া অনুসৰি তেওঁলোকৰ মাহেকীয়া মজুৰি ৫৫০০ টকা। তেওঁলোকৰ বাবে সেই মজুৰিৰে পৰিয়াল পোহপাল দিয়াত চৰম অসুবিধাৰ সন্মুখীন হয় বুলি সাংবাদিকৰ আগত সদৰি কৰে।

শিক্ষা অধিকাৰ আইন ২০০৯ ত উল্লেখ থকা অনুসৰি এই শিক্ষা কৰ্মী সকল বিশেষ প্ৰশিক্ষণ কেন্দ্ৰৰ বাবে বিশেষ ভাবে নিয়োজিত শিক্ষক যদিও অন্য শিক্ষক সকলৰ দৰে তেওঁলোকৰ কিয় দৰমহা নাবাঢ়ে বুলি তেওঁলোকে অসম চৰকাৰৰ শিক্ষা বিভাগক প্ৰশ্ন কৰে।

২০০৩ চনৰ পৰা বৰ্তমানলৈকে তেওঁলোকে প্ৰতিবাদ কৰি আহিছে যদিও কেন্দ্ৰীয় তথা ৰাজ্যিক চৰকাৰৰ পৰা আশ্বাসৰ বাহিৰে একোৱেই নাপালে বুলি সংবাদ মাধ্যমক জানিবলৈ দিয়ে।

ইয়াৰ উপৰি প্ৰতিবাদকাৰী সকলে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱাল, শিক্ষা মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু বিধান সভাৰ অধক্ষ্যক জ্যোতিকেন্দ্ৰ শিক্ষা কৰ্মী সন্থাৰ সৈতে আলোচনাত মিলিত হ’বৰ বাবে আহ্বান জনায়।

সন্থাৰ সাধাৰণ সম্পাদক ৰেজাউল ইছলামে শিক্ষা মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক অনতিপলমে কেন্দ্ৰ সমূহত শিক্ষক নিযুক্তি দিয়াৰ লগতে দৰমহাৰ নিয়মীয়াকৰণৰ বাবে দাবী জনোৱাৰ লগতে কোনো ব্যৱস্থা গ্ৰহণ নকৰিলে ৰাজপথত ধৰ্ণা কাৰ্য্যসূচী ৰূপায়ন কৰাৰ হুংকাৰ প্ৰদান কৰে।

 

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

মৰিগাঁৱত উলহ-মালহেৰে বিশ্ব পৰিৱেশ দিৱস পালন আৰু ‘পবিতৰা’ আলোচনীৰ দশম সংখ্যা উন্মোচন

মৰিগাঁৱত উলহ-মালহেৰে বিশ্ব পৰিৱেশ দিৱস পালন আৰু ‘পবিতৰা’ আলোচনীৰ দশম সংখ্যা উন্মোচন

June 6, 2026 9:04 pm
দেশৰ ভিন্ন প্ৰান্তত অগ্ৰণী সামাজিক সংগঠন ‘ব্ৰাদাৰ্ছ’ৰ বিশ্ব পৰিৱেশ দিৱস উদযাপন

দেশৰ ভিন্ন প্ৰান্তত অগ্ৰণী সামাজিক সংগঠন ‘ব্ৰাদাৰ্ছ’ৰ বিশ্ব পৰিৱেশ দিৱস উদযাপন

June 6, 2026 8:52 pm
বিশ্বৰ বিজ্ঞান পত্ৰিকাত জুবিন গাৰ্গৰ হামিঙৰ ব্যাখ্যা: আৱেগ আৰু বিজ্ঞানৰ এক অপূৰ্ব মিলন

বিশ্বৰ বিজ্ঞান পত্ৰিকাত জুবিন গাৰ্গৰ হামিঙৰ ব্যাখ্যা: আৱেগ আৰু বিজ্ঞানৰ এক অপূৰ্ব মিলন

June 6, 2026 8:42 pm
মাত্ৰ পাঁচ দিনৰ তীব্ৰ গৰমতে প্ৰাণ হেৰুৱাব পাৰে ৩০ হাজাৰ লোকে : আটাইতকৈ ভয়াৱহ স্থিতি উত্তৰ প্ৰদেশৰ

মাত্ৰ পাঁচ দিনৰ তীব্ৰ গৰমতে প্ৰাণ হেৰুৱাব পাৰে ৩০ হাজাৰ লোকে : আটাইতকৈ ভয়াৱহ স্থিতি উত্তৰ প্ৰদেশৰ

June 6, 2026 8:39 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মৰিগাঁৱত উলহ-মালহেৰে বিশ্ব পৰিৱেশ দিৱস পালন আৰু ‘পবিতৰা’ আলোচনীৰ দশম সংখ্যা উন্মোচন

মৰিগাঁৱত উলহ-মালহেৰে বিশ্ব পৰিৱেশ দিৱস পালন আৰু ‘পবিতৰা’ আলোচনীৰ দশম সংখ্যা উন্মোচন

June 6, 2026 9:04 pm
দেশৰ ভিন্ন প্ৰান্তত অগ্ৰণী সামাজিক সংগঠন ‘ব্ৰাদাৰ্ছ’ৰ বিশ্ব পৰিৱেশ দিৱস উদযাপন

দেশৰ ভিন্ন প্ৰান্তত অগ্ৰণী সামাজিক সংগঠন ‘ব্ৰাদাৰ্ছ’ৰ বিশ্ব পৰিৱেশ দিৱস উদযাপন

June 6, 2026 8:52 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd