• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, August 17, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

শিলচৰ আৰক্ষীৰ সাফল্য: দীৰ্ঘদিনে ত্ৰাসৰ সৃষ্টি কৰি অহা চোৰৰ দলক গ্ৰেপ্তাৰ

শিভাশীষ চক্ৰৱৰ্তী by শিভাশীষ চক্ৰৱৰ্তী
May 2, 2018 9:04 am
arrest4-570x320

প্ৰতিনিধিত্বমূলক চিত্ৰ

4
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

মঙলবাৰে এটা চোৰৰ দলৰ শিবিৰত মোক্ষম আঘাত হানিবলৈ সক্ষম হয় শিলচৰ আৰক্ষী। এক গোপন সূত্ৰৰ পৰা পোৱা খবৰ অনুসৰি শিলচৰ আৰক্ষীয়ে মেহেৰপুৰ অঞ্চলত এক অভিযান চলাই কুখ্যাত চোৰ ৰাজ বৰভূঞাক আটক কৰিবলৈ সক্ষম হয়।

আৰক্ষীয়ে আটকাধীন চোৰজনক সোধা পোচা কৰাত চোৰৰ দলটোৰ সৈতে জড়িত আন দুজন চোৰৰ নাম পোহৰলৈ আহে। ৰাজ বৰভূঞাৰ তথ্যৰ ভিত্তিতে আৰক্ষীয়ে পুনৰ অভিযান চলাই চামিম হুছেইন লস্কৰ আৰু চাকিল হুছেইন লস্কৰক মেহেৰপুৰ আৰু উত্তৰকৃষ্ণপুৰ অঞ্চলৰ পৰা দুয়োকে আটক কৰে।

Apply Now

উল্লেখ্য যে দীৰ্ঘদিন ধৰি শিলচৰৰ বিভিন্ন অঞ্চলত লুট পাত চলাই অহা এই কুখ্যাত চোৰ কেইজনৰ বিৰুদ্ধে আৰক্ষীয়ে ৩৮০/৪৫৭ ধাৰাৰ অধীনত ১৩৪৭/১৮ নম্বৰত শিলচৰ আৰক্ষী থানাত এক গোচৰ ৰুজ কৰে।

ইফালে আৰক্ষীৰ তদন্তত পোহৰলৈ আহে আন এক তথ্য। ৰাজ বৰভূঞাৰ মেহেৰপুৰস্থিত তেওঁৰ ভাড়াঘৰৰ মালিক ফাজিজুৰ ৰহমান লস্কৰে চুৰি কাৰ্য সংঘটিত কৰা সামগ্ৰী সমূহ লুকুৱাই ৰখাত সহায় কৰে বুলি জানিবলৈ দিয়ে। আৰু সেই তথ্যৰ ভিত্তিতে ফাজিজুৰ ৰহমানকো গ্ৰেপ্তাৰ কৰে শিলচৰ আৰক্ষীয়ে।

Burglery-300x225

চোৰৰ দলটোৱে চুৰি কৰা সোণৰ গহণা তথা সামগ্ৰীসমূহ শ্বিলংপাট্টীস্থিত হৰেকৃষ্ণ বনিক আৰু চুব্ৰ বনিকৰ জ্যোতি জিৱেলাৰ্ছত গোপনে বিক্ৰী কৰে বুলিও আৰক্ষীৰ তদন্তত ব্যক্ত কৰে ৰাজ বৰভূঞাই।

জ্যোতি জিৱেলাৰ্ছৰ স্বত্বাধিকাৰী হৰেকৃষ্ণ বনিক আৰু তেওঁৰ পুত্ৰ চুব্ৰ বনিককো শিলচৰ আৰক্ষীয়ে আটক কৰে।

তদন্তৰ অন্তত আৰক্ষীয়ে ৰাজ বৰভূঞাৰ ঘৰত তালাচী চলাই মাতৃৰ ওচৰৰ পৰা দুটা সোণৰ আঙুঠি আৰু জ্যোতি জিৱেলাৰ্ছৰ পৰা তিনিটা সোণৰ আঙুঠি উদ্ধাৰ কৰিবলৈ সক্ষম হয়।

শিলচৰত ত্ৰাসৰ সৃষ্টি কৰি অহা এই চোৰৰ দলটোক আটক কৰি বৃহৎ সাফল্য লাভ কৰা শিলচৰ আৰক্ষীয়ে আমাক জানিবলৈ দিয়া অনুসৰি তেওঁলোকে ঘটনা সন্দৰ্ভত চোৰৰ দলটোৰ পৰা আৰু অধিক তথ্য সংগ্ৰহৰ বাবে তদন্ত অব্যাহত ৰখা বুলি জানিবলৈ দিয়ে।

শিভাশীষ চক্ৰৱৰ্তী

শিভাশীষ চক্ৰৱৰ্তী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

শিক্ষাখণ্ডত আৰএছএছৰ হস্তক্ষেপৰ বিৰুদ্ধে সৰৱ গৌৰৱ গগৈ: ৰাজীৱ ভৱনৰ গুৰুত্বপূৰ্ণ বৈঠকত যুৱ সন্মিলনৰ প্ৰস্তাৱ

শিক্ষাখণ্ডত আৰএছএছৰ হস্তক্ষেপৰ বিৰুদ্ধে সৰৱ গৌৰৱ গগৈ: ৰাজীৱ ভৱনৰ গুৰুত্বপূৰ্ণ বৈঠকত যুৱ সন্মিলনৰ প্ৰস্তাৱ

August 16, 2026 9:44 pm
‘বন্দে মাতৰম’ গোৱাত সঁচাকৈয়ে বাধা দিছিল নেকি ছোনিয়া গান্ধীয়ে? কি স্পষ্টীকৰণ দিলে কংগ্ৰেছে?

‘বন্দে মাতৰম’ গোৱাত সঁচাকৈয়ে বাধা দিছিল নেকি ছোনিয়া গান্ধীয়ে? কি স্পষ্টীকৰণ দিলে কংগ্ৰেছে?

August 16, 2026 8:40 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd