• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 17, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

শিলচৰ পৌৰ নিগমৰ কৰ্মচাৰীৰ আৰ্থিক অনাটনত ভূগি আত্মহত্যা

এন ই নাও নিউজ by এন ই নাও নিউজ
February 19, 2018 10:46 am
শিলচৰ
5
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

শিলচৰ পৌৰ নিগমৰ কৰ্মচাৰী সকলে পৌৰ নিগমৰ কৰ্মচাৰীৰ আত্মহত্যাৰ ঘটনাৰ বাবে অসম চৰকাৰক জগৰীয়া কৰিছে।

শিলচৰ পৌৰ নিগমৰ কৰ্মচাৰী ৰঞ্জন পাদা দেৱে ১৬ মাহে দৰ্মহা নোপোৱাৰ ফলত মানসিক হতাশাত ভূগি শুকুৰবাৰে বৰাক নদীত জাপ দি অত্মহত্যাৰ দৰে পথ বাছি লয়।

Apply Now

পৌৰ নিগমৰ কৰ্মচাৰী সকলে যোৱা ১২ দিন ধৰি গোটেই ৰাজ্য জুৰি ১৬ মাহে দৰ্মহা নোপোৱাৰ বিৰোধিতা কৰি প্ৰতিবাদ সাব্যস্ত কৰিছিল। আত্মহত্যাৰ পথ বাচি লোৱা এই ৫৪ বছৰীয়া দেৱ এই প্ৰতিবাদী কাৰ্যসূচীৰ অন্যতম সক্ৰিয় সদস্য আছিল।

শিলচৰ পৌৰ নিগমৰ এক গোপন সূত্ৰই জনোৱা মতে মৃত দেৱ শেহতীয়াকৈ কিছুদিন আৰ্থিক অনাটনৰ ফলত মানসিক হতাশাত ভূগিছিল যাৰ বাবে তেওঁ এই আত্মহত্যাৰ দৰে চূড়ান্ত সিদ্ধান্ত ল’বলৈ বাধ্য হয়।

এছ ডি আৰ এফে শিলচৰ পৌৰ নিগমত নগৰপালিকা নিৰীক্ষক হিচাপে কৰ্মৰত দেৱৰ মৃতদেহ শনিবাৰে দিনৰ ১ বজাত উদ্ধাৰ কৰিবলৈ সক্ষম হয়।

প্ৰাপ্ত তথ্য মতে দেৱে শুকুৰবাৰে ঘৰৰ পৰা বজাৰ কৰিবলৈ বুলি ওলাই আহিছিল। কিছু সময়ৰ পিছত তেওঁ ম’বাইল যোগে তেওঁৰ পুত্ৰক তেওঁ ঘৰলৈ ঘূৰি নহা আৰু তেওঁৰ জীৱন শেষ কৰিবলৈ যোৱা বুলি জনায়। লগতে তেওঁ পুত্ৰক মাকক ভালদৰে চোৱাচিতা কৰিবলৈ কয়।

সদৌ অসম পৌৰ কৰ্মচাৰী সংস্থাই কয় যে মৃত দেৱ পৌৰ নিগমৰ কৰ্মচাৰী সকলে তেওঁলোকৰ প্ৰাপ্য দৰমহা মোকলাই দিয়াৰ ক্ষেত্ৰত কৰা আন্দোলনৰ অন্যতম সক্ৰিয় সদস্য আছিল আৰু তেওঁৰ মৃত্যুৰ বাবে ৰাজ্য চৰকাৰেই জগৰীয়া।

লগতে আৰু কয় যে, ‘পৌৰ নিগমৰ ৯৬ জন কৰ্মচাৰীয়ে ৭ ফেব্ৰুৱাৰিৰ পৰা তেওঁলোকৰ ১৬ মাহৰ দৰমহা মোকালাই দিয়া, পৌৰ নিগমৰ কৰ্মচাৰী সকলক প্ৰাদেশীকৰণ কৰা, পেঞ্চনৰ সুবিধা প্ৰদান কৰাকে ধৰি ৮ টা বিভিন্ন দাবীত আন্দোলন অব্যাহত ৰাখিছিল। আনহাতে এই ক্ষেত্ৰত ৰাজ্য চৰকাৰে কোনো ধৰণৰ পদক্ষেপ বা সিদ্ধান্ত গ্ৰহণ কৰা নায়।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

আমেৰিকাত অবৈধভাৱে প্ৰৱেশৰ প্ৰৱণতা নিম্নগামী; ভাৰতীয় অনুপ্ৰৱেশ হ্ৰাস পাইছে ৬৯শতাংশ

আমেৰিকাত অবৈধভাৱে প্ৰৱেশৰ প্ৰৱণতা নিম্নগামী; ভাৰতীয় অনুপ্ৰৱেশ হ্ৰাস পাইছে ৬৯শতাংশ

July 17, 2026 9:15 am
NEET UG 2026-ৰ ফলাফল ঘোষণা! ৭১৫ নম্বৰেৰে শীৰ্ষত দুই শিক্ষাৰ্থী, সফল মুঠ ১১.২১ লাখ পৰিক্ষাৰ্থী

NEET UG 2026-ৰ ফলাফল ঘোষণা! ৭১৫ নম্বৰেৰে শীৰ্ষত দুই শিক্ষাৰ্থী, সফল মুঠ ১১.২১ লাখ পৰিক্ষাৰ্থী

July 17, 2026 7:59 am
৭-৮ ঘণ্টা শুই উঠাৰ পিছতো চকুৰ তলত কলা দাগ পৰিছে নেকি? জানি লওক কেতিয়া ডাক্তৰৰ কাষ চপা উচিত

৭-৮ ঘণ্টা শুই উঠাৰ পিছতো চকুৰ তলত কলা দাগ পৰিছে নেকি? জানি লওক কেতিয়া ডাক্তৰৰ কাষ চপা উচিত

July 17, 2026 6:50 am
গহপুৰত গ্ৰীষ্মকালীন কৰ্মশালাৰ শুভাৰম্ভ

গহপুৰত গ্ৰীষ্মকালীন কৰ্মশালাৰ শুভাৰম্ভ

July 16, 2026 8:44 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

আমেৰিকাত অবৈধভাৱে প্ৰৱেশৰ প্ৰৱণতা নিম্নগামী; ভাৰতীয় অনুপ্ৰৱেশ হ্ৰাস পাইছে ৬৯শতাংশ

আমেৰিকাত অবৈধভাৱে প্ৰৱেশৰ প্ৰৱণতা নিম্নগামী; ভাৰতীয় অনুপ্ৰৱেশ হ্ৰাস পাইছে ৬৯শতাংশ

July 17, 2026 9:15 am
NEET UG 2026-ৰ ফলাফল ঘোষণা! ৭১৫ নম্বৰেৰে শীৰ্ষত দুই শিক্ষাৰ্থী, সফল মুঠ ১১.২১ লাখ পৰিক্ষাৰ্থী

NEET UG 2026-ৰ ফলাফল ঘোষণা! ৭১৫ নম্বৰেৰে শীৰ্ষত দুই শিক্ষাৰ্থী, সফল মুঠ ১১.২১ লাখ পৰিক্ষাৰ্থী

July 17, 2026 7:59 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd