• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, June 22, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

শিৱসাগৰ জিলাৰ হালোৱাটিঙত গ্ৰেপ্তাৰ আলফা(স্বা)ৰ দুৰ্ধৰ্ষ সদস্য

অক্ষয় প্ৰণৱ কলিতা by অক্ষয় প্ৰণৱ কলিতা
June 5, 2018 1:29 pm
IMG-20180605-WA0004
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

জয়সাগৰস্থিত দাও ডিভিজনৰ সেনা আৰু আৰক্ষীৰ যুটীয়া অভিযানকাৰী এটা দলে সোমবাৰে আলফা (স্বা)ৰ এজন উগ্ৰপন্থী সদস্যক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়। এটা গোপন সূত্ৰৰ পৰা পোৱা তথ্যৰ ভিত্তিতে অভিযানকাৰী দলটোৱে হালোৱাটিঙত এক অভিযান চলাই উগ্ৰপন্থীজনক গ্ৰেপ্তাৰ কৰে।

আটকাধীন সদস্যজনে উক্ত অঞ্চলত বিভিন্ন ধন দাবী, অস্ত্ৰ সৰবৰাহ আৰু নতুন সদস্য ভৰ্তীত নিয়োজিত হৈ থকা বুলি সেনাই খবৰ পোৱাত সদস্যজনক আটক কৰাৰ বাবে সেনাই দীৰ্ঘদিনৰে পৰা চেষ্টা অব্যাহত ৰাখিছিল।

Apply Now

সোমবাৰে উগ্ৰপন্থী সদস্যজন উক্ত অঞ্চলত বিচৰণ কৰি থকা বুলি সেনালৈ খবৰ অহাত জয়সাগৰ সেনা আৰু হালোৱাটিঙ আৰক্ষীয়ে অভিযান চলাই গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়।

আটকাধীন উগ্ৰপন্থী সদস্যজনৰ পৰা অভিযানকাৰী দলটোৱে এটা পিষ্টল, এটা সক্ৰিয় গুলীৰ ৰাউণ্ড, এটা মেগজিন আৰু ব্ৰাউন ছুগাৰৰ দুটা পেকেটৰ লগতে বিভিন্ন আপত্তিজনক সামগ্ৰী জব্দ কৰে।

ইফালে সদস্যজন শিৱসাগৰ জিলাৰ সুন্দৰপুৰ নিবাসী প্ৰয়াত বুদ্ধেশ্বৰ দুৱৰাৰ পুত্ৰ পুতুল দুৱৰা (৩৫) বুলি চিনাক্ত কৰা হৈছে।

অক্ষয় প্ৰণৱ কলিতা

অক্ষয় প্ৰণৱ কলিতা

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰী কিয়াৰ ষ্টাৰমাৰৰ পদত্যাগৰ চৰ্চা! তাৰ মাজতে সাম্ভাৱ্য উত্তৰাধিকাৰী হিচাপে আত্মপ্ৰকাশ এণ্ডী বাৰ্নহামৰ

ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰী কিয়াৰ ষ্টাৰমাৰৰ পদত্যাগৰ চৰ্চা! তাৰ মাজতে সাম্ভাৱ্য উত্তৰাধিকাৰী হিচাপে আত্মপ্ৰকাশ এণ্ডী বাৰ্নহামৰ

June 22, 2026 8:43 pm
উত্তৰ প্ৰদেশত মাতৃৰ কাষৰ পৰা ৯ মহীয়া শিশুক অপহৰণ কৰি ধ*ৰ্ষ*ণ! আৰক্ষীৰ জালত ১২ বছৰীয়া কিশোৰ

উত্তৰ প্ৰদেশত মাতৃৰ কাষৰ পৰা ৯ মহীয়া শিশুক অপহৰণ কৰি ধ*ৰ্ষ*ণ! আৰক্ষীৰ জালত ১২ বছৰীয়া কিশোৰ

June 22, 2026 8:31 pm
ক্ৰেডৰ প্ৰতিষ্ঠাপক কুনাল শ্বাহক হোৱাটছএপৰ মুৰব্বী হিচাপে নিযুক্তি

ক্ৰেডৰ প্ৰতিষ্ঠাপক কুনাল শ্বাহক হোৱাটছএপৰ মুৰব্বী হিচাপে নিযুক্তি

June 22, 2026 8:29 pm
মাজনিশা জ’মেটো ডেলিভাৰী বয়ৰ অশালীন আচৰণ! ভুক্তভোগী যুৱতীয়ে বৰ্ণনা কৰিলে ভয়ংকৰ অভিজ্ঞতা

মাজনিশা জ’মেটো ডেলিভাৰী বয়ৰ অশালীন আচৰণ! ভুক্তভোগী যুৱতীয়ে বৰ্ণনা কৰিলে ভয়ংকৰ অভিজ্ঞতা

June 22, 2026 8:11 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰী কিয়াৰ ষ্টাৰমাৰৰ পদত্যাগৰ চৰ্চা! তাৰ মাজতে সাম্ভাৱ্য উত্তৰাধিকাৰী হিচাপে আত্মপ্ৰকাশ এণ্ডী বাৰ্নহামৰ

ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰী কিয়াৰ ষ্টাৰমাৰৰ পদত্যাগৰ চৰ্চা! তাৰ মাজতে সাম্ভাৱ্য উত্তৰাধিকাৰী হিচাপে আত্মপ্ৰকাশ এণ্ডী বাৰ্নহামৰ

June 22, 2026 8:43 pm
উত্তৰ প্ৰদেশত মাতৃৰ কাষৰ পৰা ৯ মহীয়া শিশুক অপহৰণ কৰি ধ*ৰ্ষ*ণ! আৰক্ষীৰ জালত ১২ বছৰীয়া কিশোৰ

উত্তৰ প্ৰদেশত মাতৃৰ কাষৰ পৰা ৯ মহীয়া শিশুক অপহৰণ কৰি ধ*ৰ্ষ*ণ! আৰক্ষীৰ জালত ১২ বছৰীয়া কিশোৰ

June 22, 2026 8:31 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd