• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, June 6, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

সংৰক্ষণৰ সুবিধাৰ দাবীত ৰে’ল অৱৰোধ কৰিব অসমৰ আদিবাসীসকলে

এন ই নাও নিউজ ব্যুৰো by এন ই নাও নিউজ ব্যুৰো
December 3, 2017 4:30 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অসমৰ আদিবাসী সম্প্ৰদায়ৰ সংগঠনবোৰৰ এটা সূত্ৰই জনোৱা মতে সংৰক্ষণৰ তালিকাত অসমৰ আদিবাসীসকলক অন্তৰ্ভুক্ত কৰাৰ দাবীত সংসদৰ শীতকালীন অধিৱশন চলাৰ সময়তে অহা ১৯ ডিচেম্বৰত সাতঘণ্টীয়া ৰেইল অৱৰোধৰ কাৰ্য্যসূচী লোৱা হৈছে। যোৱা ১ ডিচেম্বৰত কোকৰাঝাৰত হোৱা  আদিবাসী সন্মিলন (আদিবাসী নেশ্যনেল কনভেনশ্যন)ৰ এখন সভাত এই সিদ্ধান্ত লোৱা হয়। সভাত লোকসভা নিৰ্বাচনৰ আগে আগে বিজেপিৰ বিৰোধী প্ৰতিবাদ সাব্যস্ত কৰাৰো সিদ্ধান্ত লোৱা হয়, কাৰণ ২০১৪ চনৰ লোকসভা নিৰ্বাচনৰ পূৰ্বে বিজেপিয়ে তেওঁলোকৰ এই দীৰ্ঘদিনীয়া দাবী পূৰণ কৰাৰ প্ৰতিশ্ৰুতি দিছিল। কিন্তু শাসনভাৰ পোৱাৰ পিছত তেওঁলোকে একোৱেই নকৰিলে। এই সন্মিলন হ’ল ৫টা যুদ্ধ বিৰত সশস্ত্ৰ গোটকে ধৰি ১৭ টা আদিবাসী সংগঠনৰ উমৈহতীয়া মঞ্চ। সন্মিলনৰ সচিব বীৰচিং মুণ্ডাই জানিবলৈ দিয়ে যে তেওঁলোকৰ সদস্যসকলে কোকৰাঝাৰ, দৰঙৰ মাজবাট, বিশ্বনাথ চাৰি আলিৰ ৰঙাপাৰা আৰু গোলাঘাট জিলাৰ বোকাজান পুৱা ৬ বজাৰ পৰা ১ বজালৈ ৰে’লপথ অৱৰোধ কৰিব। তেওঁ কয় যে অসমৰ আদিবাসীসকলে ২০১৪ চনৰ লোকসভা নিৰ্বাচন আৰু ২০১৬ চনৰ অসম বিধানসভা নিৰ্বাচনত বিজেপিক ভোট দিছিল এই বাবেই যে তেওঁলোকে ৰাজ্যখনত সম্প্ৰদায়টোৱে ভোগ কৰি থকা সমস্যাবোৰৰ সমাধানৰ প্ৰতিশ্ৰুতি দিছিল। কিন্তু দলটোৱে শাসনলৈ আহিল যদিও তেওঁলোকৰ বাবে একোৱে নকৰিলে। ‘’আমাৰো ধৈৰ্য্যৰ সীমা আছে। এতিয়া আমি ২০১৯ চনৰ লোকসভাৰ আগত আমাৰ সদস্যসকলক প্ৰতিবাদ সাব্যস্ত কৰিবলৈ লগাম।‘’ এইদৰে কয় সচিবজনে। তেওঁ লগতে কয়, ‘আমি আদিবাসীসকলক এই শীতকালীন অধিৱেশনৰ ভিতৰতে এছ টি ৰ মৰ্য্যাদা দিয়াৰ প্ৰক্ৰিয়াটো সম্পূৰ্ণ কৰিবলৈ দাবী জনাইছো, অন্যথা আমি বিজেপিৰ বিৰুদ্ধে যুঁজি যাম।‘’ উল্লেখযোগ্য যে বীৰচিং মুণ্ডা সম্প্ৰতি যুদ্ধ বিৰতিত থকা আদিবাসী সশস্ত্ৰ গোট বীৰচা কমাণ্ডো ফৰ্চৰ প্ৰাক্তন কমাণ্ডাৰ। আনহাতে ইয়াৰ পূৰ্বেও অক্টোবৰত আদিবাসী সংগঠনে তেওঁলোকৰ এছ টি ষ্টেটাছ দাবী কৰি ৰাষ্ট্ৰীয় পথ অৱৰোধ কৰিছিল। জানিব পৰা মতে সংগঠনকেইটাৰ ফালৰ পৰা প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীলৈ এখন স্মাৰক পত্ৰ প্ৰেৰণ কৰা হয়, য’ত তেওঁলোকক ‘চাহ জনগোষ্ঠী সম্প্ৰদায়’ বা tea tribe community বুলি কোৱাৰ পৰিৱৰ্তে ‘আদিবাসী’ বুলি কোৱাৰ দাবী কৰা হয়। অন্যান্য দাবীৰ ভিতৰত প্ৰধানকৈ আছে বনাঞ্চলত বাস কৰা আদিবাসীসকলক Dwellers (Recognition of Forest Rights) Act, 2006 ৰ অধীনত মাটিৰ অধিকাৰ দিয়া, মাটিবিহীন চাহবাগিচাৰ কৰ্মচাৰীক মাটিৰ সৈতে মাটিৰ পট্টা দিয়া আদি।

Apply Now
এন ই নাও নিউজ ব্যুৰো

এন ই নাও নিউজ ব্যুৰো

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ভাৰতীয় টি-২০ দলত বৈভৱৰ অভিষেক; সূৰ্য্যকুমাৰ বাহিৰ, নতুন অধিনায়ক শ্ৰেয়াছ আয়াৰ

ভাৰতীয় টি-২০ দলত বৈভৱৰ অভিষেক; সূৰ্য্যকুমাৰ বাহিৰ, নতুন অধিনায়ক শ্ৰেয়াছ আয়াৰ

June 6, 2026 2:37 pm
দিল্লীত ছীল হ’ব ১৭.৫ মিটাৰতকৈ ওখ সকলো অবৈধ অট্টালিকা: মালৱীয় নগৰত ২১ জনৰ মৃত্যুৰ পাছত সাৰ পালে চৰকাৰ

দিল্লীত ছীল হ’ব ১৭.৫ মিটাৰতকৈ ওখ সকলো অবৈধ অট্টালিকা: মালৱীয় নগৰত ২১ জনৰ মৃত্যুৰ পাছত সাৰ পালে চৰকাৰ

June 6, 2026 2:31 pm
SpaceX-ক প্ৰতিমাহে ৭,৮০০ কোটি টকা দিব Google-য়ে; AI-ৰ দৌৰত ইলন মাস্কৰ সংস্থাৰ ওপৰত কিয় ইমান ভৰসা?

SpaceX-ক প্ৰতিমাহে ৭,৮০০ কোটি টকা দিব Google-য়ে; AI-ৰ দৌৰত ইলন মাস্কৰ সংস্থাৰ ওপৰত কিয় ইমান ভৰসা?

June 6, 2026 1:27 pm
শ্বটৰ পিছতো তেওঁ ওঁঠৰ পৰা চুম্বন আঁতৰোৱা নাছিল নায়কে! চাঞ্চল্যকৰ অভিযোগ অভিনেত্ৰী প্ৰিয়াৰ

শ্বটৰ পিছতো তেওঁ ওঁঠৰ পৰা চুম্বন আঁতৰোৱা নাছিল নায়কে! চাঞ্চল্যকৰ অভিযোগ অভিনেত্ৰী প্ৰিয়াৰ

June 6, 2026 12:39 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ভাৰতীয় টি-২০ দলত বৈভৱৰ অভিষেক; সূৰ্য্যকুমাৰ বাহিৰ, নতুন অধিনায়ক শ্ৰেয়াছ আয়াৰ

ভাৰতীয় টি-২০ দলত বৈভৱৰ অভিষেক; সূৰ্য্যকুমাৰ বাহিৰ, নতুন অধিনায়ক শ্ৰেয়াছ আয়াৰ

June 6, 2026 2:37 pm
দিল্লীত ছীল হ’ব ১৭.৫ মিটাৰতকৈ ওখ সকলো অবৈধ অট্টালিকা: মালৱীয় নগৰত ২১ জনৰ মৃত্যুৰ পাছত সাৰ পালে চৰকাৰ

দিল্লীত ছীল হ’ব ১৭.৫ মিটাৰতকৈ ওখ সকলো অবৈধ অট্টালিকা: মালৱীয় নগৰত ২১ জনৰ মৃত্যুৰ পাছত সাৰ পালে চৰকাৰ

June 6, 2026 2:31 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd