• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 10, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

সেনাৰ সূত্ৰ মতে মুৰব্বী বিপিন ৰাৱাটৰ মন্তৱ্য ‘ৰাজনৈতিক বা ধৰ্মীয়’ নহয় : প্ৰতিক্ৰিয়া প্ৰকাশ কৰিলে বদৰুদ্দিন আজমলেও

এন ই নাও নিউজ by এন ই নাও নিউজ
February 22, 2018 4:35 pm
612345-bipin-rawat1

ভাৰতীয় সেনাৰ মুৰব্বী বিপিন ৰাৱাট

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ভাৰতীয় সেনাৰ মুৰব্বী বিপিন ৰাৱাটে অসমৰ কেইবাখনো জিলাত মুছলমানৰ জনসংখ্যা বৃদ্ধি পোৱা আৰু বদৰুদ্দিন আজমলৰ নেতৃত্বৰ অল ইণ্ডিয়া ডেম’ক্ৰেটিক ফ্ৰন্ট (এআইইউডিএফ)ৰ উত্থান সম্পৰ্কে কৰা মন্তৱ্যই ৰাজনৈতিক মহলত প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে।

বুধবাৰে এখন আলোচনা চক্ৰত জেনেৰেল ৰাৱাটে বাংলাদেশৰ পৰা হোৱা প্ৰব্ৰজনৰ বিৰুদ্ধে সতৰ্ক কৰি দি ইয়াক চীনৰ সহায়ত পাকিস্তনে চলোৱা এক ছায়াযুদ্ধ বুলি মন্তৱ্য কৰিছিল।

Apply Now

সেনাৰ সূত্ৰসমূহে কৈছে যে জেনেৰেল ৰাৱাটে যি কৈছে তাত কোনো ‘’ৰাজনৈতিক বা ধৰ্মীয়’’ বিষয় নাই।

জেনেৰেল ৰাৱাটে কৈছিল, ‘’ এআইইউডিএফ নামেৰ এটা দল আছে। আপুনি যদি ইয়ালৈ চায়, তেওঁলোকৰ বিজেপিৰ ইমান বছৰে যিমান উত্থান হ’ল তাতকৈ দ্ৰুতভাৱে উত্থান ঘটিছে।‘’ তেওঁ লগতে কৈছিল যে বিজেপিয়ে ১৯৮৪ চনৰ লোকসভা নিৰ্বাচনত মাত্ৰ দুখন আসন লাভ কৰিছিল। ‘’অসমত এআইইউডিএফে দ্ৰুত গতিত আগবাঢ়িছে।‘’

২০০৫ চনত গঠন হোৱা এআইইউডিএফৰ ৩ জন সাংসদ আৰু ১৩ জন বিধায়ক আছে।

‘’মই নাভাৱো যে আপুনি এতিয়া অঞ্চলটোৰ জনসংখ্যাৰ স্থিতি পৰিৱৰ্তন কৰিব পাৰিব,’’-ৰাৱাটে মন্তৱ্য কৰিছিল।

সেনাৰ মুৰব্বীগৰাকীয়ে তাৎপৰ্যপূৰ্ণভাৱে কৈছিল যে বাংলাদেশৰ পৰা উত্তৰ-পূৰ্বাঞ্চললৈ হোৱা প্ৰব্ৰজন ‘পৰিকল্পিত’ আছিল আৰু এয়া চীনৰ সমৰ্থনত পাকিস্তানৰ ছায়াযুদ্ধৰ এক অংশ আছিল।

বাংলাদেশী অনুপ্ৰৱেশ ৰোধ কৰাৰ বাবে অসমত ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ উন্নীতকৰণৰ কাম চলি আছে।

বদৰুদ্দিন আজমলে সেনা মুৰব্বী গৰাকীয়ে তেওঁৰ দলৰ বিষয়ে কৰা মন্তৱ্যৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি টুইট কৰিছে : ‘’ জেনেৰেল বিপিন ৰাৱাটে এটা ৰাজনৈতিক বিবৃতি দিছে, আশ্চৰ্যজনক, সেনাৰ মুৰব্বী এগৰাকীৰ বাবে বিজেপিতকৈ দ্ৰুত গতিত উত্থান হোৱা গণতান্ত্ৰিক আৰু ধৰ্মনিৰপেক্ষ ৰাজনৈতিক দল এটাৰ বিষয়ে চিন্তাৰ কি কাৰণ থাকিব পাৰে? এআইইউডিএফ, আম আদমী পাৰ্টিৰ দৰে বিকল্প দলবোৰৰ উত্থান ঘটিছে ডাঙৰ দলবোৰৰ অপশাসনৰ বাবে।‘’

 

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

গুৰুগ্ৰামত এনকাউণ্টাৰত নিহত চাৰিজন গেংষ্টাৰ গোটৰ সদস্য; আহত তিনিজন আৰক্ষীও

গুৰুগ্ৰামত এনকাউণ্টাৰত নিহত চাৰিজন গেংষ্টাৰ গোটৰ সদস্য; আহত তিনিজন আৰক্ষীও

July 10, 2026 11:34 am
২০ অভাৰত ৪১৭ ৰান, ৪৭টা ছয়! ক্ৰিকেটক ভিডিঅ’ গেমত পৰিণত কৰিলে ইংলেণ্ডৰ ক্লাবে

২০ অভাৰত ৪১৭ ৰান, ৪৭টা ছয়! ক্ৰিকেটক ভিডিঅ’ গেমত পৰিণত কৰিলে ইংলেণ্ডৰ ক্লাবে

July 10, 2026 10:36 am
‘আমি ৬ জনো হাজিৰ কৰাব পাৰো, সংবাদ মাধ্যমৰ সন্মুখত আহক’; গাডকাৰীৰ প্ৰত্যাহ্বান গ্ৰহণ E20 প্ৰতিবাদকাৰীৰ

‘আমি ৬ জনো হাজিৰ কৰাব পাৰো, সংবাদ মাধ্যমৰ সন্মুখত আহক’; গাডকাৰীৰ প্ৰত্যাহ্বান গ্ৰহণ E20 প্ৰতিবাদকাৰীৰ

July 10, 2026 9:31 am
প্ৰতিশোধৰ মেচত ব্যৰ্থ মৰক্কো; এমবাপে-ডেম্বেলেৰ গ’লেৰে ছেমি ফাইনেলত প্ৰৱেশ কৰিলে ফ্ৰান্সে

প্ৰতিশোধৰ মেচত ব্যৰ্থ মৰক্কো; এমবাপে-ডেম্বেলেৰ গ’লেৰে ছেমি ফাইনেলত প্ৰৱেশ কৰিলে ফ্ৰান্সে

July 10, 2026 8:06 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

গুৰুগ্ৰামত এনকাউণ্টাৰত নিহত চাৰিজন গেংষ্টাৰ গোটৰ সদস্য; আহত তিনিজন আৰক্ষীও

গুৰুগ্ৰামত এনকাউণ্টাৰত নিহত চাৰিজন গেংষ্টাৰ গোটৰ সদস্য; আহত তিনিজন আৰক্ষীও

July 10, 2026 11:34 am
২০ অভাৰত ৪১৭ ৰান, ৪৭টা ছয়! ক্ৰিকেটক ভিডিঅ’ গেমত পৰিণত কৰিলে ইংলেণ্ডৰ ক্লাবে

২০ অভাৰত ৪১৭ ৰান, ৪৭টা ছয়! ক্ৰিকেটক ভিডিঅ’ গেমত পৰিণত কৰিলে ইংলেণ্ডৰ ক্লাবে

July 10, 2026 10:36 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd