• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, June 22, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

‘স্কীল ইণ্ডিয়া’ৰ নামত নিবনুৱা মহিলাৰ পৰা কৌশলেৰে টকা সৰকাই প্ৰৱঞ্চকৰ পলায়ন

অনিৰ্বাণ পাঠক by অনিৰ্বাণ পাঠক
June 6, 2018 9:44 pm
IMG-20180606-WA0047

প্ৰৱঞ্চক মিন্নাত উল্লাহ বৰভূঞা

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

প্ৰধানমন্ত্ৰী কৌশল বিকাশ যোজনা আৰু ৰাষ্ট্ৰীয় কৌশল বিকাশ নিগমৰ জৰিয়তে নিবনুৱা শিক্ষিত মহিলাক প্ৰশিক্ষণ আৰু কৰ্মসংস্থান দিয়াৰ প্ৰলোভনেৰে লাখ লাখ টকা সৰকাই মহানগৰীৰ পৰা পলায়ন কৰে এটা বেচৰকাৰী সংস্থাৰ অধ্যক্ষ।

মহানগৰীৰ হাতীগাঁৱৰ সিজুবাৰীত থকা টেলেন্ট স্কিল ডেভেলপমেন্ট ইনষ্টিটিউত নামৰ বেচৰকাৰী সংস্থাটোৱে ‘স্কিল ইণ্ডিয়া’ৰ নাম লৈ শিক্ষিত নিবনুৱা মহিলাসকলক প্ৰধানমন্ত্ৰী কৌশল বিকাশ যোজনা, ৰাষ্ট্ৰীয় কৌশল বিকাশ নিগম আৰু ভাৰত চৰকাৰৰ কৌশল আৰু উদ্যমিতা বিকাশ মন্ত্ৰালয়ৰ অধীনত সাজ-সজ্জাৰ আৰু চিলাইৰ প্ৰশিক্ষণ দিছিল।

Apply Now

c751c1c4-4d6e-4f6e-beea-0531bcb8d3d6

অসমৰ বিভিন্ন স্থানত প্ৰায় পাঁচশ কেন্দ্ৰ স্থাপন কৰি এই প্ৰশিক্ষণৰ ব্যৱস্থা কৰা সংস্থাটোৱে মহিলাসকলক প্ৰশিক্ষিত হোৱাৰ পাছত কৰ্মসংস্থাপন দিয়াৰো প্ৰতিশ্ৰুতি দিছিল। তেওঁলোকে লগতে প্ৰতিটো কেন্দ্ৰক ২০ টাকৈ চিলাই মেচিন দিয়াৰো কথা আছিল।

কিন্তু নিৰ্ধাৰিত সময়ত চিলাই মেচিন আৰু মহিলা সকলক কৰ্মসংস্থাপন দিয়াৰ বিপৰীতে পলায়ন কৰে টেলেন্ট স্কিল ডেভেলপমেন্ট ইনষ্টিটিউত নামৰ সংস্থাটোৰ অধ্যক্ষ মিন্নাত উল্লাহ বৰভূঞাই।

বাক্সা জিলাৰ কুমাৰীকাটাৰ অৰ্চনা হালৈ আৰু হাতীগাঁৱৰ অঞ্জুমা বেগম নামৰ ভুক্তভোগী মহিলা দুগৰাকীয়ে জনোৱা মতে মিন্নাত উল্লাহ বৰভূঞাই এই সংস্থাটোৰ জৰিয়তে প্ৰশিক্ষণ আৰু কৰ্মসংস্থাপন দিয়াৰ আশ্বাস দি প্ৰশিক্ষাৰ্থীৰ পৰা ডিপ্ল’মা পাঠ্যক্ৰমত নামভৰ্তিৰ বাবত ১,১২০ টকা, বেচিক পাঠ্যক্ৰমৰ বাবদ ১২০ টকাকৈ সংগ্ৰহ কৰিছিল। ইয়াৰ উপৰিও এই সংস্থাত প্ৰশিক্ষক হিচাপে ভৰ্ত্তি হোৱাৰ ক্ষেত্ৰত ২,১২০ টকাকৈ পঞ্জীয়ন মাচুল দিবলগীয়া হৈছিল।

49553cd3-9de1-4e2d-9a3b-fa34bb2af7bd

উল্লেখ্য যে, প্ৰধানমন্ত্ৰী কৌশল বিকাশ যোজনাৰ অধীনত বৃত্তিমুখী প্ৰশিক্ষণ সম্পূৰ্ণ বিনামূলীয়া হয়। কিন্তু সংস্থাটোৱে ইয়াৰ বাবদ মাচুল সংগ্ৰহ কৰিছিল। ভুক্তভোগী মহিলাকেইগৰাকীয়ে জনোৱা মতে সংস্থাটোৱে কৰ্মসংস্থাপন আৰু চিলাই মেচিন দিয়াৰ কথা দি হেনো এই ধন লৈছিল।

ইতিমধ্যে নিবনুৱা মহিলা সকলৰ পৰা লাখ লাখ টকা সৰকাই পলায়ন কৰা মিন্নাত উল্লাহ বৰভূঞাৰ বিৰুদ্ধে ভুক্তভোগী কেবাগৰাকীও মহিলাই হাতীগাঁও আৰক্ষী থানাত যোৱা ৭ মে’ত এখন এজাহাৰ দাখিল কৰে। মহিলাসকলৰ এজাহাৰৰ ভিত্তিত ১৯৩/২০১৮ নম্বৰত এটা গোচৰ ৰুজু কৰি আৰক্ষীয়ে মিন্নাত উল্লাহৰ সন্ধান উলিওৱাৰ চেষ্টা কৰি আছে যদিও বৰ্তমানেও তেওঁৰ কোনো শুংসুত্ৰ উলিয়াব পৰা নাই।

আনহাতে, অভিযুক্ত মিন্নাত উল্লাহ বৰভূঞাক কৰায়ত্ত কৰাত হাতীগাওঁ আৰক্ষীয়ে হেমাহি কৰাৰ অভিযোগ কৰে ভুক্তভোগী মহিলাসকলে।

ইপিনে, মিন্নাত উল্লাহ বৰভূঞাই অগ্ৰিম জামিন বিচাৰি আদালতত আবেদন কৰাৰ লগতে বুধবাৰে মিন্নাত উল্লাহ আদালতত হাজিৰ হোৱা কথা বুলি আৰক্ষীয়ে মহিলাসকলক জানিবলৈ দিয়ে। সেই মৰ্মে মহিলাসকলৰ একাংশ আজি আদালতত হাজিৰ হয় যদিও উপস্থিত নহ’ল মিন্নাত উল্লাহ বৰভূঞা।

 

অনিৰ্বাণ পাঠক

অনিৰ্বাণ পাঠক

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

“যি মতাদৰ্শই নাৰীৰ মুখ ঢাকিব বিচাৰে…” সংসদত বোৰ্খা পিন্ধাক লৈ তসলিমা নাচৰিনৰ বিস্ফোৰক মন্তব্য

“যি মতাদৰ্শই নাৰীৰ মুখ ঢাকিব বিচাৰে…” সংসদত বোৰ্খা পিন্ধাক লৈ তসলিমা নাচৰিনৰ বিস্ফোৰক মন্তব্য

June 22, 2026 9:39 pm
আইপিএলত ডাঙৰ চমক: ৰাজস্থানৰ নতুন অধিনায়ক হ’ব নেকি হাৰ্দিক পাণ্ডিয়া? মুম্বাইলৈ যাব পাৰে যশস্বী জয়চোৱাল

আইপিএলত ডাঙৰ চমক: ৰাজস্থানৰ নতুন অধিনায়ক হ’ব নেকি হাৰ্দিক পাণ্ডিয়া? মুম্বাইলৈ যাব পাৰে যশস্বী জয়চোৱাল

June 22, 2026 9:33 pm
ডিমা হাচাও : খুলি দিয়া হ’ল খাণ্ডং বান্ধৰ সাতখন গেট : কপিলী নদীৰ পাৰৰ ৰাইজৰ বাবে সতৰ্কবাণী প্ৰশাসনৰ

ডিমা হাচাও : খুলি দিয়া হ’ল খাণ্ডং বান্ধৰ সাতখন গেট : কপিলী নদীৰ পাৰৰ ৰাইজৰ বাবে সতৰ্কবাণী প্ৰশাসনৰ

June 22, 2026 9:22 pm
ন্যায়াধীশসকলৰ লণ্ডন ভ্ৰমণৰ মিছা খবৰ সামাজিক মাধ্যমৰ পৰা আঁতৰাবলৈ দিল্লী উচ্চ ন্যায়ালয়ৰ কঠোৰ নিৰ্দেশ

ন্যায়াধীশসকলৰ লণ্ডন ভ্ৰমণৰ মিছা খবৰ সামাজিক মাধ্যমৰ পৰা আঁতৰাবলৈ দিল্লী উচ্চ ন্যায়ালয়ৰ কঠোৰ নিৰ্দেশ

June 22, 2026 9:16 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

“যি মতাদৰ্শই নাৰীৰ মুখ ঢাকিব বিচাৰে…” সংসদত বোৰ্খা পিন্ধাক লৈ তসলিমা নাচৰিনৰ বিস্ফোৰক মন্তব্য

“যি মতাদৰ্শই নাৰীৰ মুখ ঢাকিব বিচাৰে…” সংসদত বোৰ্খা পিন্ধাক লৈ তসলিমা নাচৰিনৰ বিস্ফোৰক মন্তব্য

June 22, 2026 9:39 pm
আইপিএলত ডাঙৰ চমক: ৰাজস্থানৰ নতুন অধিনায়ক হ’ব নেকি হাৰ্দিক পাণ্ডিয়া? মুম্বাইলৈ যাব পাৰে যশস্বী জয়চোৱাল

আইপিএলত ডাঙৰ চমক: ৰাজস্থানৰ নতুন অধিনায়ক হ’ব নেকি হাৰ্দিক পাণ্ডিয়া? মুম্বাইলৈ যাব পাৰে যশস্বী জয়চোৱাল

June 22, 2026 9:33 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd