• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, July 28, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

স্বাস্থ্য হৈ পৰিছে এবিধ লাভজনক সামগ্ৰীঃ অধ্যাপক এম জে দত্ত

এন ই নাও নিউজ by এন ই নাও নিউজ
December 21, 2017 1:34 pm
নেচনেল ইউনিভাৰ্ছিটি অফ ছিংগাপুৰৰ অধ্যাপক মোহন জে দত্তই ভাষণ দিয়াৰ এটি মুহূৰ্ত

নেচনেল ইউনিভাৰ্ছিটি অফ ছিংগাপুৰৰ অধ্যাপক মোহন জে দত্তই ভাষণ দিয়াৰ এটি মুহূৰ্ত

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বুধবাৰে গুৱাহাটীত নেচনেল ইউনিভাৰ্ছিটি অফ ছিংগাপুৰৰ অধ্যাপক মোহন জে দত্তই মত প্ৰকাশ কৰে যে এক ব্যক্তিগত অধিকাৰ হিচাপে স্বাস্থ্যৰ মৰ্যাদা ক্ৰমান্বয়ে হ্ৰাস পাইছে।

নেচনেল ইউনিভাৰ্ছিটি অফ ছিংগাপুৰৰ কমিউনিকেশ্যন এণ্ড নিউ মিডিয়া বিভাগৰ মুৰব্বী অধ্যাপক মোহন জে দত্তই গুৱাহাটী বিশ্ববিদ্যালয়ত ড০ অনামিকা ৰয় স্মাৰক নেচনেল মিডিয়া বক্তৃতা প্ৰদান কৰিবলৈ উপস্থিত হৈছিল।

Apply Now

ইউনিচেফ আৰু গুৱাহাটী বিশ্ববিদ্যালয়ৰ সহযোগত ড০ অনামিকা ৰয় স্মাৰক ন্যাসে আয়োজন কৰা ‘’গ্ল’বেল হেল্থ ইনইকুৱেলিটিছঃ কমিউনিকেশ্যন এডভোকেচি এণ্ড ছচিয়েল চেঞ্জ’’ শীৰ্ষক বক্তৃতা প্ৰদান কৰিছিল অধ্যাপক মোহন জে দত্তই।

‘’আমি আজি ‘’স্বাস্থ্য’’ বুলি কওঁতে স্বাস্থ্যসেৱা ব্যৱস্থাৰ ধাৰণাটো সীমিত ৰূপত দেখা পাওঁ যিয়ে লাভ আৰু ধন আহৰণৰ সৈতে জড়িত হৈ পৰিছে,’’-অধ্যাপক দত্তই কয়।

ব্যক্তিগত স্বাস্থ্যক পৰিৱৰ্তন প্ৰক্ৰিয়াৰ মাজেৰে ধন আহৰণৰ বাবে ৰাজহুৱা সম্পদ ব্যৱহাৰ জৰিয়তে স্বাস্থ্য সম্পৰ্কীয় বৈষম্যসমূহ আঁতৰ কৰাৰ ক্ষেত্ৰত যোগাযোগ ব্যৱস্থাত গুৰুত্ব  আৰোপ কৰি দত্তই কয়,’’ গোটেই যোগাযোগ প্ৰক্ৰিয়াটোৰ পৰিৱৰ্তনৰ প্ৰয়োজন আছে কিয়নো যোগাযোগেই হৈছে বৰ্তমান সময়ত তথ্য সৰবৰাহৰ একমাত্ৰ উপায়, সেয়েহে আমি সেই তথ্যসমূহক যোগাযোগৰ মাধ্যমেৰে সৰবৰাহ কৰাত গুৰুত্ব দিয়া উচিত।‘’

ন্যাসৰ উপাধ্যক্ষ ৰজত বৰণ মহন্তই তেওঁৰ আদৰণি ভাষণত চিকিৎসাজনিত অৱহেলা বিপজ্জনকভাৱে বৃদ্ধি পোৱাৰ কথা উল্লেখ কৰি ইয়ে ‘’চিকিৎসাজনিত সন্ত্ৰাসবাদ’ৰ জন্ম দিছে বুলি অভিহিত কৰে।

উদ্বোধনী ভাষণত গুৱাহাটী বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড০ মৃদুল হাজৰিকাই কয়,’’ বৈষম্যতা নিজেই এটা বিপজ্জনক বাচ্য যিয়ে অপৰাধৰ মাত্ৰা বৃদ্ধি কৰিছে আৰু ইয়াক স্থায়ী সামাজিক পৰিৱৰ্তনৰ জৰিয়তে আঁতৰ কৰিব পৰা যায় যিটো আমাৰ জীৱনৰ আৰম্ভণিতে সম্ভৱ।‘’

অসমত থকা ইউনিচেফৰ যোগাযোগ বিষয়া বীনা কুমাৰীয়ে তেওঁৰ বিশেষ মন্তব্যত আটাইতকৈ বেছি স্বাস্থ্যজনিত সমস্যাত ভূগি থকা গ্ৰাম্য অসমৰ ছবি এখন দাঙি ধৰে।

ন্যাসে ২০১৫ চনৰ জুলাইত চিকিৎসাজনিত অৱহেলাৰ ফলত মৃত্যু বৰণ কৰা ড০ অনামিকা ৰয়ৰ স্মৃতিত এই বক্তৃতা অনুষ্ঠানৰ আয়োজন কৰিছিল।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

প্ৰণৱ দলে আৰু আদিত চন্দ্ৰ ৰাভাৰ মুক্তিৰ দাবীত ডিফুত উত্তাল প্ৰতিবাদ: বানপানীক ৰাষ্ট্ৰীয় দুৰ্যোগ ঘোষণাৰ দাবী

প্ৰণৱ দলে আৰু আদিত চন্দ্ৰ ৰাভাৰ মুক্তিৰ দাবীত ডিফুত উত্তাল প্ৰতিবাদ: বানপানীক ৰাষ্ট্ৰীয় দুৰ্যোগ ঘোষণাৰ দাবী

July 27, 2026 8:50 pm
চৰকাৰে প্ৰতিশ্ৰুতি ভংগ কৰাৰ অভিযোগ: পুনৰ দেশজুৰি প্ৰতিবাদৰ হুংকাৰ চিজেপিৰ

চৰকাৰে প্ৰতিশ্ৰুতি ভংগ কৰাৰ অভিযোগ: পুনৰ দেশজুৰি প্ৰতিবাদৰ হুংকাৰ চিজেপিৰ

July 27, 2026 8:23 pm
‘ককৰোচ’ মন্তব্যৰ তীব্ৰ প্ৰতিক্ৰিয়া আৰু ছাত্ৰ আন্দোলনৰ মাজতে স্থগিত ৰখা হ’ল মুখ্য ন্যায়াধীশ সূৰ্য কান্ত উপস্থিত থাকিবলগীয়া স্মাৰক বক্তৃতা

‘ককৰোচ’ মন্তব্যৰ তীব্ৰ প্ৰতিক্ৰিয়া আৰু ছাত্ৰ আন্দোলনৰ মাজতে স্থগিত ৰখা হ’ল মুখ্য ন্যায়াধীশ সূৰ্য কান্ত উপস্থিত থাকিবলগীয়া স্মাৰক বক্তৃতা

July 27, 2026 6:10 pm
বিহাৰত ছাত্ৰৰ প্ৰতিবাদত AK-৪৭ চলালে আৰক্ষীয়ে: উচ্চতম ন্যায়ালয়ত আৱেদন দাখিল

বিহাৰত ছাত্ৰৰ প্ৰতিবাদত AK-৪৭ চলালে আৰক্ষীয়ে: উচ্চতম ন্যায়ালয়ত আৱেদন দাখিল

July 27, 2026 3:37 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

প্ৰণৱ দলে আৰু আদিত চন্দ্ৰ ৰাভাৰ মুক্তিৰ দাবীত ডিফুত উত্তাল প্ৰতিবাদ: বানপানীক ৰাষ্ট্ৰীয় দুৰ্যোগ ঘোষণাৰ দাবী

প্ৰণৱ দলে আৰু আদিত চন্দ্ৰ ৰাভাৰ মুক্তিৰ দাবীত ডিফুত উত্তাল প্ৰতিবাদ: বানপানীক ৰাষ্ট্ৰীয় দুৰ্যোগ ঘোষণাৰ দাবী

July 27, 2026 8:50 pm
চৰকাৰে প্ৰতিশ্ৰুতি ভংগ কৰাৰ অভিযোগ: পুনৰ দেশজুৰি প্ৰতিবাদৰ হুংকাৰ চিজেপিৰ

চৰকাৰে প্ৰতিশ্ৰুতি ভংগ কৰাৰ অভিযোগ: পুনৰ দেশজুৰি প্ৰতিবাদৰ হুংকাৰ চিজেপিৰ

July 27, 2026 8:23 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd