• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, June 21, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

সৰভোগৰ মইনবড়ি সত্ৰৰ সত্ৰাধিকাৰ গণেশ চন্দ্ৰ অধিকাৰীক আমছুই প্ৰদান কৰিব সমন্বয় বঁটা

পুলেন্দ্ৰ দাস by পুলেন্দ্ৰ দাস
January 18, 2018 9:07 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বৰপেটা জিলাৰ অন্তৰ্গত সৰভোগৰ ঐতিহাসিক মইনবড়ি সত্ৰৰ বুঢ়া সত্ৰাধিকাৰ গণেশ চন্দ্ৰ অধিকাৰীক সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়ন চমুকৈ ‘আমছু’ই প্ৰদান কৰিব ‘সমন্বয় বঁটা’।

মইনবড়ি সত্ৰৰ সত্ৰাধিকাৰ গণেশ চন্দ্ৰ অধিকাৰী

অহা ২১ জানুৱাৰীত  আমছুৰ কেন্দ্ৰীয় সমিতিৰ উদ্যোগত হাউলীৰ ত্ৰিকন্যা বিবাহ ভৱনত অনুষ্ঠিত হ’বলগা এখন সভাত অধিকাৰীক এই বঁটা প্ৰদান কৰিব। অধিকাৰীৰ লগতে বিশিষ্ট শিক্ষাবিদ, অসমৰ সংখ্যালঘু তথা বৃহত্তৰ অসমীয়া জাতিৰ উত্তৰণৰ অন্যতম সেৱক এম মোজাম্মিল হুছেইনকো উক্ত সভাতে আমছুই ‘সমন্বয় বঁটা’ প্ৰদান কৰিব।

Apply Now

আমছুৰ ৰাজ্যিক সমিতিৰ সভাপতি আজিজুৰ ৰহমান, সাধাৰণ সম্পাদকদ্বয় ৰেজাউল কৰিম সৰকাৰ আৰু আইনুদ্দিন আহমেদৰ লগতে অভ্যৰ্থনা সমিতিয়ে জনোৱা অনুসৰি, আমছুৰ অন্যতম প্ৰতিষ্ঠাপক তথা সংখ্যালঘু আন্দোলনৰ গুৰি ধৰোতা বিশিষ্ট চিন্তাবিদ-সাংবাদিক-লেখক প্ৰয়াত তাজ উদ্দিন আহমেদ আৰু আমছুৰ প্ৰতিষ্ঠাপক প্ৰয়াত এম বি হামিদুৰ ৰহমানৰ স্মৃতি ৰক্ষাৰ্থে ২১ জানুৱাৰীত হাউলীত অনুষ্ঠিত হ’বলগা সভাত গণেশ চন্দ্ৰ অধিকাৰী আৰু এম মোজাম্মিল হুছেইনক ‘সমন্বয় বঁটা’ প্ৰদান কৰিব।

আমছুৰ বিষয়ববীয়াসকলে সদৰি কৰা মতে, মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাই অসমৰ বিভিন্ন জাতি-জনগোষ্ঠীৰ সমন্বয়ৰ মাধ্যমেৰে পঞ্চদশ শতিকাত গঢ়ি যোৱা বৃহত্তৰ অসমীয়া জাতিটোৰ বাবে গুৰুজনাৰ আদৰ্শ, দৰ্শনৰ ভেটিত আজি এক সমন্বয়-সম্প্ৰীতিৰ প্ৰতীক হিচাপে  শ্ৰীশ্ৰীনাৰায়ণ দাস ঠাকুৰ আতা স্থাপিত সৰভোগৰ মইনবড়ি সত্ৰৰ সত্ৰাধিকাৰ গণেশ চন্দ্ৰ অধিকাৰী অন্যতম। এনে এগৰাকী ব্যক্তিক সমন্বয় বঁটা প্ৰদান কৰিব ওলোৱাটো আমছুৰ বাবে আনন্দৰ বিষয় বুলি উল্লেখ কৰে।

উক্ত সভাতে ‘গণ অধিকাৰ চ’ছিয়েল চাৰ্কল’ৰ উদ্যোগত বিশিষ্ট চিন্তাবিদ-সাংবাদিক-লেখক প্ৰয়াত তাজ উদ্দিন আহমেদ আৰু আমছুৰ প্ৰতিষ্ঠাপক প্ৰয়াত এম বি হামিদুৰ ৰহমানৰ স্মৃতিত এখন স্মৃতিগ্ৰন্থও উন্মোচন কৰা হ’ব।

পুলেন্দ্ৰ দাস

পুলেন্দ্ৰ দাস

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

স্পেইনৰ প্ৰধানমন্ত্ৰীৰ পত্নীক দেশ এৰি যোৱাত নিষেধাজ্ঞা; পাছপ’ৰ্ট জমা দিবলৈ নিৰ্দেশ আদালতৰ

স্পেইনৰ প্ৰধানমন্ত্ৰীৰ পত্নীক দেশ এৰি যোৱাত নিষেধাজ্ঞা; পাছপ’ৰ্ট জমা দিবলৈ নিৰ্দেশ আদালতৰ

June 21, 2026 1:34 pm
মাত্ৰ ২৩ মাহতেই ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰী কীৰ ষ্টাৰমাৰে পদত্যাগ কৰাৰ সম্ভাৱনা, কোনে ল’ব পৰৱৰ্তী দায়িত্ব?

মাত্ৰ ২৩ মাহতেই ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰী কীৰ ষ্টাৰমাৰে পদত্যাগ কৰাৰ সম্ভাৱনা, কোনে ল’ব পৰৱৰ্তী দায়িত্ব?

June 21, 2026 1:08 pm
মাত্ৰ ১১টা বলতে অৰ্ধশতক! প্ৰতিশোধৰ মেচত বেটিং তাণ্ডৱেৰে বিশ্ব অভিলেখ ‘বিস্ময় বালক’ বৈভৱৰ

মাত্ৰ ১১টা বলতে অৰ্ধশতক! প্ৰতিশোধৰ মেচত বেটিং তাণ্ডৱেৰে বিশ্ব অভিলেখ ‘বিস্ময় বালক’ বৈভৱৰ

June 21, 2026 12:49 pm
‘নেইমাৰে ঘৰৰ পৰাই কাম কৰিছে’, ব্ৰাজিলৰ ৰাষ্ট্ৰপতিৰ মন্তব্যত বিশ্বজুৰি চৰ্চা

‘নেইমাৰে ঘৰৰ পৰাই কাম কৰিছে’, ব্ৰাজিলৰ ৰাষ্ট্ৰপতিৰ মন্তব্যত বিশ্বজুৰি চৰ্চা

June 21, 2026 12:36 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

স্পেইনৰ প্ৰধানমন্ত্ৰীৰ পত্নীক দেশ এৰি যোৱাত নিষেধাজ্ঞা; পাছপ’ৰ্ট জমা দিবলৈ নিৰ্দেশ আদালতৰ

স্পেইনৰ প্ৰধানমন্ত্ৰীৰ পত্নীক দেশ এৰি যোৱাত নিষেধাজ্ঞা; পাছপ’ৰ্ট জমা দিবলৈ নিৰ্দেশ আদালতৰ

June 21, 2026 1:34 pm
মাত্ৰ ২৩ মাহতেই ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰী কীৰ ষ্টাৰমাৰে পদত্যাগ কৰাৰ সম্ভাৱনা, কোনে ল’ব পৰৱৰ্তী দায়িত্ব?

মাত্ৰ ২৩ মাহতেই ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰী কীৰ ষ্টাৰমাৰে পদত্যাগ কৰাৰ সম্ভাৱনা, কোনে ল’ব পৰৱৰ্তী দায়িত্ব?

June 21, 2026 1:08 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd