• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 3, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অৰুণাচল

হঠাতে কিয় ঘোলা হৈ পৰিল চিয়াং নদীৰ পানী?

এন ই নাও নিউজ ব্যুৰো by এন ই নাও নিউজ ব্যুৰো
December 4, 2017 8:10 pm
3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অৰুণাচল প্ৰদেশৰ এখন গুৰুত্বপূৰ্ণ নদী তথা ব্ৰহ্মপুত্ৰৰ উজনিৰ এটা প্ৰধান সুঁতি চিয়াং নদীৰ পানীত যোৱা কেইদিন মানৰ ভিতৰত দেখা দিয়া আকস্মিক পৰিৱৰ্তনে ইতিপূৰ্বে বেচ চৰ্চা লাভ কৰিছে। বিষয়টো কেৱল অসম-অৰুণাচলৰ মাজতে সীমাবদ্ধ থকা নাই। ভাৰতৰ সংবাদ মাধ্যমেও ইয়াক এক গুৰুত্বপূৰ্ণ খবৰ হিচাপে গ্ৰহণ কৰিছে। আনকি আন্তঃৰাষ্ট্ৰীয়ভাৱেও বিষয়টোৱে চৰ্চা লাভ কৰিছে। ভাৰতৰ কিছু সংবাদ মাধ্যমে চীনে নদীখনৰ পানী বোৱাই নিবৰ বাবে প্ৰায় দহ হাজাৰ কিলোমিটাৰ দীঘল সুৰংগ খন্দাৰ বাবে পানীত নিৰ্মাণস্থলৰ চিমেণ্ট-বালি মিহলি হৈ ঘোলা হোৱা বুলি বাতৰি পৰিৱেশন কৰিছিল। তাৰ প্ৰত্যুত্তৰত চীনৰ ৰাষ্ট্ৰ নিয়ন্ত্ৰিত এক সংবাদপত্ৰৰ জৰিয়তে কালি এই কথাৰ সত্যতা অস্বীকাৰ কৰিছিল। কিন্তু এতিয়াও চিয়াং নদীৰ পানী ঘোলা হৈয়ে থকাত বিষয়টো অধিক গুৰুত্বসহ ল’বলৈ বাধ্য হৈছে অৰুণাচল প্ৰদেশৰ চৰকাৰ। ৰাজ্যখনৰ মুখ্য মন্ত্ৰীয়ে এই প্ৰধান নদীখনত ইমান ঘোলা পানী অহাত নিজৰ গভীৰ উদ্বেগ প্ৰকাশ কৰিছে। লগতে তেওঁ ভাৰত চৰকাৰৰ সৈতে বিষয়টো সন্দৰ্ভত যোগাযোগ কৰি থকা বুলি কয়। ইতিপূৰ্বে পূব চিয়াং আৰু আপাৰ চিয়াং জিলাৰ প্ৰশাসনে প্ৰস্তুত কৰা গ্ৰাউণ্ড ৰিপ’ৰ্ট তেওঁ ভাৰত চৰকাৰলৈ প্ৰেৰণ কৰা বুলিও প্ৰকাশ কৰে। লগতে তেওঁ এই সন্দৰ্ভত চীনৰ সৈতে ভাৰতৰ চৰকাৰৰ কিবা যোগাযোগ কৰা হৈছে নেকি সেই কথা সুধি এখন পত্ৰ প্ৰেৰণ কৰাৰ কথাও জানিবলৈ দিয়ে। তেওঁ কয় যে নদীখনৰ পানী ঘোলা হোৱাৰ সৈতে নদীখনৰ ওপৰত চীনৰ কিবা কাৰ্য্যকলাপৰ সম্পৰ্ক থকা বুলি তেওঁ সন্দেহ কৰে। তেওঁ বিষয়টো আলোচনা কৰিবলৈ গৃহ মন্ত্ৰী ৰাজনাথ সিঙক লগ কৰাৰো সম্ভাৱনা আছে।

আনহাতে nenow.in ৰ হাতত চিয়াং নদী আৰু চিয়ম (Siyom) নদীৰ সংযোগস্থলৰ এটা আছুতীয়া ভিডিঅ’ ফুটেজ আহি পৰিছে, যিটো অসম কৃষি বিশ্ববিদ্যালয়ৰ অধ্যাপক ড০ অতুল বৰগোহাঁয়ে সংগ্ৰহ কৰিছে। এই ভিডিঅ’ ফুটেজত দেখা গৈছে যে চিয়ম নদীখনৰ পানী ফটফটীয়া পৰিষ্কাৰ হোৱাৰ পৰিৱৰ্তে চিয়াং নদীৰ পানী এতিয়াও ঘোলা হৈয়ে আছে।

Apply Now

কোৱা প্ৰয়োজন যে চীনে নদীখনত সুৰংগ খন্দা বা তেনেকুৱা কিবা নিৰ্মাণ কাৰ্য্য চলোৱাৰ বাতৰিক অসত্য বুলি কোৱাৰ বিপৰীতে ভাৰত চৰাকাৰে কোনো স্থিতি স্পষ্ট কৰা নাই। আনকি অসম-অৰুণাচলৰ জনসাধাৰণক এক দোধোৰ-মোধোৰ অৱস্থাত ৰাখি কেন্দ্ৰীয় চৰকাৰে চিয়াং নদীখনৰ পানী প্ৰকৃততেই ক্ষতিকৰভাৱে দূষিত হৈছে নে নাই বা তাৰ পানী ব্যৱহাৰৰ উপযোগী হৈ আছে নে নাই, ব্যৱহাৰ কৰিলে কেনেকৈ কৰিব লাগিব –এই ধৰণৰ কোনো নিৰ্দেশনা বা পৰামৰ্শ প্ৰকাশ কৰা নাই। আনকি আজি অসমত চৰকাৰী পানী যোগান ব্যৱস্থাটোতো ইয়াৰ প্ৰভাৱ পৰে।

এন ই নাও নিউজ ব্যুৰো

এন ই নাও নিউজ ব্যুৰো

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ইজৰাইলী বাহিনীৰ আক্ৰমণত নিহত পেলেষ্টাইনী ফুটবল দলৰ গ’লৰক্ষক চেলিম আল-আছকাৰ

ইজৰাইলী বাহিনীৰ আক্ৰমণত নিহত পেলেষ্টাইনী ফুটবল দলৰ গ’লৰক্ষক চেলিম আল-আছকাৰ

July 3, 2026 1:28 pm
ভাৰত নহয়, নিজৰ সেনা আৰু নেতাইহে ধ্বংস কৰিছে পাকিস্তানক: ছিংগাপুৰৰ প্ৰাক্তন ৰাষ্ট্ৰদূতৰ বিস্ফোৰক মন্তব্য

ভাৰত নহয়, নিজৰ সেনা আৰু নেতাইহে ধ্বংস কৰিছে পাকিস্তানক: ছিংগাপুৰৰ প্ৰাক্তন ৰাষ্ট্ৰদূতৰ বিস্ফোৰক মন্তব্য

July 3, 2026 1:17 pm
অসম প্ৰকাশন পৰিষদৰ ‘গ্ৰন্থবৰ্ষ ২০২৫ ফেল’শ্বিপ’ ঘোষণা, ৪৯ গৰাকী লেখকলৈ এই বিশেষ সন্মান

অসম প্ৰকাশন পৰিষদৰ ‘গ্ৰন্থবৰ্ষ ২০২৫ ফেল’শ্বিপ’ ঘোষণা, ৪৯ গৰাকী লেখকলৈ এই বিশেষ সন্মান

July 3, 2026 1:08 pm
ইউক্ৰেইনৰ কিয়েভত মাৰাত্মক আক্ৰমণ ৰাছিয়াৰ, নিহত ২৭ জন; খৰখেদাকৈ দেশলৈ উভতিল জেলেনস্কি

ইউক্ৰেইনৰ কিয়েভত মাৰাত্মক আক্ৰমণ ৰাছিয়াৰ, নিহত ২৭ জন; খৰখেদাকৈ দেশলৈ উভতিল জেলেনস্কি

July 3, 2026 12:26 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ইজৰাইলী বাহিনীৰ আক্ৰমণত নিহত পেলেষ্টাইনী ফুটবল দলৰ গ’লৰক্ষক চেলিম আল-আছকাৰ

ইজৰাইলী বাহিনীৰ আক্ৰমণত নিহত পেলেষ্টাইনী ফুটবল দলৰ গ’লৰক্ষক চেলিম আল-আছকাৰ

July 3, 2026 1:28 pm
ভাৰত নহয়, নিজৰ সেনা আৰু নেতাইহে ধ্বংস কৰিছে পাকিস্তানক: ছিংগাপুৰৰ প্ৰাক্তন ৰাষ্ট্ৰদূতৰ বিস্ফোৰক মন্তব্য

ভাৰত নহয়, নিজৰ সেনা আৰু নেতাইহে ধ্বংস কৰিছে পাকিস্তানক: ছিংগাপুৰৰ প্ৰাক্তন ৰাষ্ট্ৰদূতৰ বিস্ফোৰক মন্তব্য

July 3, 2026 1:17 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd