• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, July 13, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

হাগ্ৰামা মহিলাৰীৰ উপস্থিতিত বি টি চিত সম্পন্ন ধৰ্মীয় সংখ্যালঘূ সংসদৰ শপত গ্ৰহণ অনুস্থান

ৰিনয় বসুমতাৰী by ৰিনয় বসুমতাৰী
May 10, 2018 6:57 pm
RMC oathtaking
91
VIEWS
Share on FacebookShare on Twitter

বৃহস্পপতিবাৰে বি টি চিৰ মুখ্য কাৰ্যবাহী বিষয়া হাগ্ৰামা মহিলাৰীৰ উপস্থিতিত ধৰ্মীয় সংখ্যালঘূ সংসদৰ শপত গ্ৰহণ অনুষ্ঠান কোকৰাঝাৰৰ বড়োলেণ্ড অতিথিশালাত অনুষ্ঠিত হয়।

নতুন সভাপতি আফজল হক সৰকাৰ, আইনাল হক আৰু ৰাজাউল হকক সাধাৰণ সম্পাদক হিচাপে লৈ গঠিত হোৱা ধৰ্মীয় সংখ্যালঘূ সংসদৰ ৭১ জনীয়া কমিটীখনে বৃহস্পতিবাৰে আনুষ্ঠানিকভাৱে শপত গ্ৰহণ কৰে।

শপত গ্ৰহণৰ পাছত ধৰ্মীয় সংখ্যালঘূ সংসদৰ নৱ নিৰ্বাচিত সভাপতি আফজল হকে কয় যে বি টি চি এলেকাত শান্তি, সম্প্ৰীতি আৰু সৰ্বতো প্ৰকাৰৰ বিকাশৰ বাবে কমিটাখনে কাম কৰি যাব।

হাগ্ৰামা মহিলাৰীয়ে কয় যে ধৰ্মীয় সংখ্যালঘূ সংসদ বড়োলেণ্ড আন্দোলনৰ সময়ৰ পৰাই বড়োসকলৰ সৈতে আছে আৰু আন্দোলনৰ সময়চোৱা আৰু বি টি চিৰ গঠনত ধৰ্মীয় সংখ্যালঘূ সংসদে যথেষ্ট অৱদান আগবঢ়াইছিল।তেওঁলোক এতিয়াও বড়োসকলৰ সৈতে আছে আৰু শান্তি, সম্প্ৰীতি আৰু বিকাশৰ বাবে কাম কৰি আছে বুলি বি টি চিৰ মুখ্য কাৰ্যবাহী বিষয়াগৰাকীয়ে মন্তব্য কৰে।

ধৰ্মীয় সংখ্যালঘূ সংসদৰ মুখ্য উপদেষ্টা বক্তৰ আহমেদ, ভূতপূৰ্ব সভাপতি গুলজাৰ মুল্লাহ হুছেইন, গোসাইগাঁওৰ বিধায়ক মাজেন্দ্ৰ নাৰ্জাৰী, প্ৰাক্তন বিধায়ক প্ৰদীপ কুমাৰ ব্ৰহ্মও এই অনুষ্ঠানত উপস্থিত আছিল।

Recent News

উদঘাটন হ’ল ভাইৰেল অৰ্চিতা ফুকনৰ ৰহস্য! প্ৰাক্তন প্ৰেমিকৰ কু-কাণ্ডৰ বলি অৰ্চিতা ফুকন

উদঘাটন হ’ল ভাইৰেল অৰ্চিতা ফুকনৰ ৰহস্য! প্ৰাক্তন প্ৰেমিকৰ কু-কাণ্ডৰ বলি অৰ্চিতা ফুকন

নয়ন অসমৰ অন্ত্যোষ্টিক্ৰিয়া চলি থকাৰ সময়তে আলফা(স্বা)ৰ শিবিৰত সেনাৰ মিছাইল আক্ৰমণ! নিহত কৰ্ণেল প্ৰদীপ অসম

নয়ন অসমৰ অন্ত্যোষ্টিক্ৰিয়া চলি থকাৰ সময়তে আলফা(স্বা)ৰ শিবিৰত সেনাৰ মিছাইল আক্ৰমণ! নিহত কৰ্ণেল প্ৰদীপ অসম

ভাৰতৰ বিৰুদ্ধে পাৰমাণৱিক অস্ত্ৰ ব্যৱহাৰৰ পৰিকল্পনা আছিল নেকি? ৬৩ দিনৰ যুদ্ধবিৰতিৰ পাছত পাকিস্তানৰ প্ৰধানমন্ত্ৰীয়ে কি ক’লে?

ভাৰতৰ বিৰুদ্ধে পাৰমাণৱিক অস্ত্ৰ ব্যৱহাৰৰ পৰিকল্পনা আছিল নেকি? ৬৩ দিনৰ যুদ্ধবিৰতিৰ পাছত পাকিস্তানৰ প্ৰধানমন্ত্ৰীয়ে কি ক’লে?

কংগ্ৰেছ নেতাৰ অধিক প্ৰশংসা! ৰাজস্থানৰ পাঠ্যপুথিত নিষিদ্ধ কৰা হ’ল কংগ্ৰেছৰ অৱদান সম্পৰ্কে থকা পাঠ

কংগ্ৰেছ নেতাৰ অধিক প্ৰশংসা! ৰাজস্থানৰ পাঠ্যপুথিত নিষিদ্ধ কৰা হ’ল কংগ্ৰেছৰ অৱদান সম্পৰ্কে থকা পাঠ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd