• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 9, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

হাফলঙত বিজেপি চৰকাৰৰ সফলতাক লৈ সংবাদমেল ৰাজ্যিক বিজেপিৰ মুখপাত্ৰ ৰামকৃষ্ণ ঘোষৰ

পংকজ কুমাৰ দেব by পংকজ কুমাৰ দেব
June 26, 2018 6:19 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

মঙ্গলবাৰে ৰাজ্যৰ অন্যান্য জিলাৰ লগতে ডিমা হাচাও জিলাৰ হাফলংত কেন্দ্ৰীয় চৰকাৰৰ চাৰি বছৰীয়া আৰু ৰাজ্য চৰকাৰৰ দুই বছৰীয়া কাৰ্যকালৰ উন্নয়নমূলক কামকাজৰ সামগ্ৰিক খতিয়ান এক সংবাদ মেলৰ যোগেদি তুলি ধৰে ৰাজ্যিক বিজেপিৰ মুখপাত্ৰ ৰামকৃষ্ণ ঘোষে।

হাফলংৰ হোটেল ল্যাণ্ডমাৰ্কত সংবাদ মেলত ডিমা হাচাও বিজেপিৰ সভাপতি নিপ’লাল হোজাইৰ লগতে উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্ত শাসিত পৰিষদৰ চিইএম দেবলাল গাৰ্লচাও উপস্থিত থাকে।

Apply Now

ৰামকৃষ্ণ ঘোষে কেন্দ্ৰীয় চৰকাৰৰ বিভিন্ন নতুন নতুন আঁচনি ক্ৰমে স্বচ্ছ ভাৰত অভিযান, অটল পেনচন, জনধন যোজনা, প্ৰধানমন্ত্ৰী উজালা যোজনাৰ লগতে প্ৰধানমন্ত্ৰী আৱাস যোজনা, স্কিল ডেভেলপমেন্টৰ  লগতে দুখীয়া ৰাইজৰ কাৰণে চৰকাৰৰ নতুন নতুন আঁচনিৰ কথাও উল্লেখ কৰি কয় যে চৰকাৰ চবকা সাথ চবকা বিকাশৰ লক্ষ্য আগত ৰাখি কাম কৰিছে।

জি এচ টিৰ কথা উল্লেখ কৰি তেওঁ কয় যে আগতে সত্তৰবিধ টেক্স দিব লগা হৈছিল। এতিয়া এবিধ টেক্স দিব লাগে। আনহাতে উদ্যোগীকৰণত বৰ্তমান চৰকাৰে অধিক গুৰুত্ব দিছে।

কিন্তু ডিমা হাচাও জিলাৰ জাতিঙ্গা-হাৰাঙ্গাজাও ৰাষ্ট্ৰীয় ঘাইপথ মৰণফান্দত পৰিণত হোৱা আৰু কেন্দ্ৰ তথা ৰাজ্য চৰকাৰে কোনো ব্যৱস্থা নোলোৱা সন্দৰ্ভত বিজেপিৰ মুখপাত্ৰ ঘোষে কয় যে অৱশ্যেই চৰকাৰে ব্যৱস্থা ল’ব।

লগতে ছোটওয়াপুত থকা পলিটেকনিক ভৱন নিৰ্মাণৰ ক্ষেত্ৰটো চৰকাৰে পদক্ষেপ ল’ব বুলি কয় ৰামকৃষ্ণ ঘোষে। আনহাতে কংগ্ৰেছ চৰকাৰৰ দিনৰ হাতত লোৱা আঁচনিৰ ৰূপায়নটো বিজেপি চৰকাৰে গুৰুত্ব দিব বুলি আশ্বাস প্ৰদান কৰে ঘোষে।

তেওঁ কয় যে কংগ্ৰেছ দলে যোৱা পোন্ধৰ বছৰে উন্নয়নৰ হকে কোনো কাম কৰা নাই।

চিইএম দেবলাল গাৰ্লচাই হাফলং পলিটেকনিক প্ৰতিষ্ঠানৰ নিৰ্মাণ কাম নোহোৱাৰ কাৰণে আগৰ কংগ্ৰেছ চৰকাৰক দোষাৰোপ কৰি কয় যে যি ঠিকাদাৰে কামৰ দায়িত্ব লাভ কৰিছিল সেই ঠিকাদাৰে অলপ কাম কৰি গুচি যায়। এতিয়া নতুন কৰি ডিপিআৰ প্ৰস্তুত কৰি নতুনকৈ নিবিদা আহ্বান কৰাৰ কাম অগ্ৰসৰ হৈছে।

পংকজ কুমাৰ দেব

পংকজ কুমাৰ দেব

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

গলব্লাডাৰত ১১ মিলিমিটাৰৰ পাথৰ লৈ দিলজিৎ দোছাঞ্জ, চাইলেণ্ট ষ্টোনক অৱহেলা কৰাটো কিমান বিপজ্জনক জানক

গলব্লাডাৰত ১১ মিলিমিটাৰৰ পাথৰ লৈ দিলজিৎ দোছাঞ্জ, চাইলেণ্ট ষ্টোনক অৱহেলা কৰাটো কিমান বিপজ্জনক জানক

July 9, 2026 7:39 am
নতুনকৈ ওজন বঢ়াব বিচৰাসকলৰ বাবে প্ৰটিন পাউডাৰ বাছনি আৰু ব্যৱহাৰৰ সহজ উপায়

নতুনকৈ ওজন বঢ়াব বিচৰাসকলৰ বাবে প্ৰটিন পাউডাৰ বাছনি আৰু ব্যৱহাৰৰ সহজ উপায়

July 9, 2026 6:45 am
লণ্ডনৰ সন্মানীয় ফেল’শ্বিপ লাভ কৰিলে গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ ‘প্ৰফেচৰ অৱ্ প্ৰেক্টিছ’ ড° বিভৱ কুমাৰ তালুকদাৰে

লণ্ডনৰ সন্মানীয় ফেল’শ্বিপ লাভ কৰিলে গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ ‘প্ৰফেচৰ অৱ্ প্ৰেক্টিছ’ ড° বিভৱ কুমাৰ তালুকদাৰে

July 8, 2026 9:16 pm
ঠিকাদাৰৰ বাবে অসম চৰকাৰৰ নতুন জিএছটি নিয়মক লৈ তীব্ৰ প্ৰতিক্ৰিয়া

ঠিকাদাৰৰ বাবে অসম চৰকাৰৰ নতুন জিএছটি নিয়মক লৈ তীব্ৰ প্ৰতিক্ৰিয়া

July 8, 2026 9:06 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

গলব্লাডাৰত ১১ মিলিমিটাৰৰ পাথৰ লৈ দিলজিৎ দোছাঞ্জ, চাইলেণ্ট ষ্টোনক অৱহেলা কৰাটো কিমান বিপজ্জনক জানক

গলব্লাডাৰত ১১ মিলিমিটাৰৰ পাথৰ লৈ দিলজিৎ দোছাঞ্জ, চাইলেণ্ট ষ্টোনক অৱহেলা কৰাটো কিমান বিপজ্জনক জানক

July 9, 2026 7:39 am
নতুনকৈ ওজন বঢ়াব বিচৰাসকলৰ বাবে প্ৰটিন পাউডাৰ বাছনি আৰু ব্যৱহাৰৰ সহজ উপায়

নতুনকৈ ওজন বঢ়াব বিচৰাসকলৰ বাবে প্ৰটিন পাউডাৰ বাছনি আৰু ব্যৱহাৰৰ সহজ উপায়

July 9, 2026 6:45 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd