• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, June 15, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

১৩ খন জিলাৰ ২০৮ টা সেৱাকেন্দ্ৰত এন আৰ চিৰ লেহেমীয়া উন্নীতকৰণৰ তদন্ত দাবী কংগ্ৰেছৰ

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
January 5, 2018 7:56 pm
এন আৰ চি
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ৰাজ্যৰ ১৩ খন জিলাৰ ২০৮ টা এন আৰ চি সেৱা কেন্দ্ৰত এন আৰ চি উন্নীতকৰণ লেহেমীয়া হোৱাৰ অভিযোগ উত্থাপন কৰি কংগ্ৰেছে ইয়াৰ এক তদন্তৰ দাবী কৰে আৰু এন আৰ চিৰ ৰাজ্যিক সমন্বয়ক প্ৰতীক হাজেলাক সাক্ষাৎ কৰি এই সন্দৰ্ভত এক স্মাৰকপত্ৰ প্ৰদান কৰে।

স্মাৰকপত্ৰখনত কোৱা হৈছে যে অসমৰ ১৩ খন জিলাৰ ২০৮ টা এন আৰ চি সেৱা কেন্দ্ৰ এলেকাত অতি কম সংখ্যক আবেদনৰহে সত্যাসত্য পৰীক্ষা কৰা হৈছে আৰু উক্ত অঞ্চলসমূহৰ কেৱল ১০ শতাংশ লোকহে এন আৰ চিৰ প্ৰথম খচৰাত অন্তৰ্ভুক্ত হৈছে।

Apply Now

কংগ্ৰেছে অভিযোগ কৰে যে সত্যাসত্য নিৰূপণ প্ৰক্ৰিয়া সঠিকভাৱে হোৱা হ’লে খচৰাৰ পৰা ৯০ শতাংশ লোকৰ নামেই বাদ পৰি নাথাকিলে হেঁতেন। কংগ্ৰেছে সঠিকভাৱে কাম আগনবঢ়াৰ অভিযোগ তোলা উক্ত এন আৰ চি সেৱা কেন্দ্ৰসমূহ থকা জিলা কেইখন হ’ল-দৰং, মৰিগাওঁ, নগাওঁ, গোৱালপাৰা, ধুবুৰী, কাছাৰ, কৰিমগঞ্জ, হাইলাকান্দি, কোকৰাঝাৰ, বৰপেটা, মানকাছাৰ, নলবাৰী আৰু বঙাইগাওঁ।

স্মাৰকপত্ৰখনত কোৱা হৈছে যে  উক্ত ১৩ খন জিলাত যিহেতু  বুজন সংখ্যক ধৰ্মীয় আৰু ভাষিক সংখ্যালঘু লোকে বাস কৰে সেয়ে এই জিলা সমূহত আবেদনকাৰীৰ তথ্য সমূহৰ সত্যাসত্য নিৰূপণক সাৱধানতা অৱলম্বন কৰা দৰকাৰ। কিন্তু কংগ্ৰেছে আশ্চৰ্য প্ৰকাশ কৰে যে এন আৰ চি উন্নীতকৰণৰ নিয়মীয়া নিৰীক্ষণ চলি থকাৰ মাজতো এই অঞ্চলসমূহত এন আৰ চি উন্নীতকৰণৰ ক্ষেত্ৰত হোৱা অতি লেহেমীয়া অগ্ৰগতি কিয় অনুসন্ধান কৰা নহ’ল।

এন আৰ চি উন্নীতকৰণৰ ক্ষেত্ৰত কংগ্ৰেছ দলে সম্পূৰ্ণ সহযোগিতা আগবঢ়োৱাৰ নিশ্চিতি দি স্মাৰকপত্ৰখনত বাকী থকা ১.৩৯ কোটি গৰাকী আবেদনকাৰীৰ সম্পূৰ্ণ নিখুঁট সত্যাসত্য নিৰূপণ, প্ৰথম প্ৰকাশিত খচৰাত নাম ঠিকনাৰ ক্ষেত্ৰত হোৱা অসংখ্য ভুল শুধৰোৱা আৰু সম্পূৰ্ণ খচৰা আৰু চূড়ান্ত নাগৰিকপঞ্জী শীঘ্ৰে প্ৰকাশ কৰাৰ  বাবেও তেওঁলোকে দাবী জনায়।

জ্যেষ্ঠ নেতা শৰৎ বৰকটকী, দ্বিজেন শৰ্মা আৰু বলীন কুলিয়ে কংগ্ৰেছৰ প্ৰতিনিধি দলটোৰ নেতৃত্ব দিয়ে।

 

প্ৰতীক হাজেলাৰ প্ৰতিক্ৰিয়া

এন আৰ চি সন্দৰ্ভত আজি কংগ্ৰেছ দলে দিয়া স্মাৰকপত্ৰ সন্দৰ্ভত ৰাজ্যিক সমন্বয়ক প্ৰতিক হাজেলাৰ প্ৰতিক্ৰিয়া জানিব খোজাত তেওঁ এন ই নাওক কয় যে, ‘প্ৰথম খচৰাত নাম ভুলকৈ অহা সকলে অনলাইনযোগে যাতে নিজৰ নাম শুধৰাব পাৰে তাৰ ব্যৱস্থা কৰাৰ বাবে চেষ্টা চলাই থকা হৈছে। পৰৱৰ্তী সময়ত প্ৰকাশ পাব লগা দ্বিতীয়খন খচৰা হ’ব চূড়ান্ত খচৰা। চূড়ান্ত খচৰাত নাম নথকা সকলে ন্যায়ালয়ত তেওঁলোকৰ আপত্তি দৰ্শাব পাৰিব।’

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

হৰমুজ প্ৰণালীত আৱদ্ধ ১৩ খন ভাৰতীয় জাহাজ! সাগৰত আবদ্ধ ৫৬২ ভাৰতীয় নাবিকৰ জীৱনলৈ ভাবুকি, অসুস্থ হৈ এজনৰ মৃত্যু

June 14, 2026 9:37 pm
ছ’চিয়েল মিডিয়াৰ পৰা ৰাজপথলৈ ‘ককৰোচ’ৰ সংগ্ৰাম! ‘নীট’ কেলেংকাৰীৰ প্ৰতিবাদত শিক্ষামন্ত্ৰীৰ পদত্যাগ বিচাৰি উত্তাল বেংগালুৰু

ছ’চিয়েল মিডিয়াৰ পৰা ৰাজপথলৈ ‘ককৰোচ’ৰ সংগ্ৰাম! ‘নীট’ কেলেংকাৰীৰ প্ৰতিবাদত শিক্ষামন্ত্ৰীৰ পদত্যাগ বিচাৰি উত্তাল বেংগালুৰু

June 14, 2026 8:58 pm
কাৰ্বি আংলঙত উদ্ধাৰ আহোম যুগৰ বিৰল পাণ্ডুলিপি; উন্মোচিত হ’ব ইতিহাসৰ বহুতো নতুন অধ্যায়

কাৰ্বি আংলঙত উদ্ধাৰ আহোম যুগৰ বিৰল পাণ্ডুলিপি; উন্মোচিত হ’ব ইতিহাসৰ বহুতো নতুন অধ্যায়

June 14, 2026 8:13 pm
বংগ ভৱনত গেৰুৱা মেজৰ কাপোৰ, বিদ্ৰোহী তৃণমূল সাংসদৰ নৈশভোজত পঞ্চব্যঞ্জনৰ ব্যৱস্থা

বংগ ভৱনত গেৰুৱা মেজৰ কাপোৰ, বিদ্ৰোহী তৃণমূল সাংসদৰ নৈশভোজত পঞ্চব্যঞ্জনৰ ব্যৱস্থা

June 14, 2026 7:13 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

হৰমুজ প্ৰণালীত আৱদ্ধ ১৩ খন ভাৰতীয় জাহাজ! সাগৰত আবদ্ধ ৫৬২ ভাৰতীয় নাবিকৰ জীৱনলৈ ভাবুকি, অসুস্থ হৈ এজনৰ মৃত্যু

June 14, 2026 9:37 pm
ছ’চিয়েল মিডিয়াৰ পৰা ৰাজপথলৈ ‘ককৰোচ’ৰ সংগ্ৰাম! ‘নীট’ কেলেংকাৰীৰ প্ৰতিবাদত শিক্ষামন্ত্ৰীৰ পদত্যাগ বিচাৰি উত্তাল বেংগালুৰু

ছ’চিয়েল মিডিয়াৰ পৰা ৰাজপথলৈ ‘ককৰোচ’ৰ সংগ্ৰাম! ‘নীট’ কেলেংকাৰীৰ প্ৰতিবাদত শিক্ষামন্ত্ৰীৰ পদত্যাগ বিচাৰি উত্তাল বেংগালুৰু

June 14, 2026 8:58 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd