• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, July 8, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

১৯ জুনত ধোদাঙত মাজুলী জিলা প্ৰশাসনৰ ‘জন-প্ৰশাসন’ কাৰ্যসূচী

মিটু খাটনিয়াৰ by মিটু খাটনিয়াৰ
June 18, 2018 10:37 am
19regAnchor_191137

প্ৰতিনিধিত্বমূলক চিত্ৰ

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

জনসাধাৰণৰ কাষ চপাই নিয়াৰ উদ্দেশ্যে মাজুলী জিলা প্ৰশাসনে ৰূপায়ণ কৰি অহা অভিলাষী জনসংযোগী কাৰ্যসূচী ‘জন-প্ৰশাসন’ এইবাৰ ১৯ জুনত দক্ষিণ আঁহতগুৰি গাঁও পঞ্চায়ত এলেকাৰ ধোদাঙত অনুষ্ঠিত হ’ব।

ব্ৰহ্মপুত্ৰৰ দক্ষিণ পাৰে গোলাঘাট জিলাৰ সীমা সংলগ্ন ধোদাঙৰ নৱজ্যোতি হাইস্কুলত মঙলবাৰে পুৱা ৯.৩০ বজাৰ পৰা ‘জন-প্ৰশাসন’ কাৰ্যসূচী আৰম্ভ কৰা হ’ব। কাৰ্যসূচীৰ দিনা মাজুলীৰ উপায়ুক্ত দেৱপ্ৰসাদ মিশ্ৰই জিলাখনৰ ১৬টা চৰকাৰী বিভাগৰ মূৰব্বী বিষয়াৰ লগতে বেংকৰ কাৰ্যবাহীকো লগত লৈ এই কাৰ্যসূচীত ভাগ লৈ অঞ্চলবাসীৰ অভাৱ-অভিযোগৰ বুজ ল’ব।

Apply Now

মাজুলীৰ আৰক্ষী অধীক্ষক হীতেশ চন্দ্ৰ ৰায়, অতিৰিক্ত উপায়ুক্তদ্বয় নৰেণ দাস, চিন্ময় নাথ আৰু ৰাজহ চক্ৰ বিষয়া অজিত কুমাৰ শৰ্মাৰ লগতে তিনিগৰাকী সহকাৰী আয়ুক্তয়ো জিলা প্ৰশাসনৰ হৈ এই কাৰ্যসূচীত উপস্থিত থাকিব।

একেদৰে মাজুলী উন্নয়ন খণ্ডৰ ভাৰপ্ৰাপ্ত খণ্ড উন্নয়ন বিষয়াৰ লগতে স্বাস্থ্য, জলসম্পদ, পশুপালন তথা পশু চিকিৎসা, কৃষি তথা কৃষি অভিযান্ত্ৰিক শাখা, শিক্ষা, সমাজ কল্যাণ, জনস্বাস্থ্য কাৰিকৰী, মীন, খাদ্য আৰু অসামৰিক যোগান, ৰেচম, হস্ততাঁত আৰু বস্ত্ৰ বিভাগ, জিলা উদ্যোগ আৰু বাণিজ্য কেন্দ্ৰ, এপিডিচিএলৰ মূৰব্বীৰ সৈতে বিভাগীয় বিষয়া-কৰ্মচাৰীৰ দল আৰু বেংকৰ বিষয়াই ধোদাঙৰ জন প্ৰশাসনত অংশগ্ৰহণ কৰি ৰাইজক নিজ নিজ বিভাগৰ দ্বাৰা ৰূপায়িত আঁচনিৰ সা-সুবিধাৱলীৰ বিষয়ে অৱগত কৰিব।

তদুপৰি স্বাস্থ্য বিভাগে জন প্ৰশাসন কাৰ্যসূচীৰ অংশ হিচাপে ধোদাংবাসীৰ বাবে বিনামূলীয়া স্বাস্থ্য পৰীক্ষা শিবিৰ অনুষ্ঠিত কৰিব। একেদৰে পশু চিকিৎসা বিভাগৰ দলেও অঞ্চলটোৰ পোহনীয়া পশুধনৰ বাবে সেইদিনা বিশেষ পশু চিকিৎসা সেৱা তথা চিটা প্ৰদান কাৰ্যসূচী হাতত ল’ব।

সেইদিনাৰ জন প্ৰশাসনত মাজুলীৰ উপায়ুক্ত মিশ্ৰই বিভাগীয় মূৰব্বীসকলক ৰাইজৰ সন্মুখত লৈ গাঁও পঞ্চায়ত এলেকাটোত বিভাগসমূহে হাতত লোৱা চৰকাৰী আঁচনি সমূহৰ কাৰ্য ৰূপায়ণৰো খতিয়ান ল’ব।

মিটু খাটনিয়াৰ

মিটু খাটনিয়াৰ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

পৰাজয়ৰ মুখৰ পৰা আৰ্জেন্টিনাক ৰক্ষা কৰিলে মেছিয়ে, ইজিপ্তক হৰুৱাই আৱেগিক হৈ পৰিল লিয়োনেল

পৰাজয়ৰ মুখৰ পৰা আৰ্জেন্টিনাক ৰক্ষা কৰিলে মেছিয়ে, ইজিপ্তক হৰুৱাই আৱেগিক হৈ পৰিল লিয়োনেল

July 8, 2026 8:49 am
প্ৰিয়জনক চুমা খাওঁতে চকু নিজে নিজে কিয় বন্ধ হৈ যায় জানেনে?

প্ৰিয়জনক চুমা খাওঁতে চকু নিজে নিজে কিয় বন্ধ হৈ যায় জানেনে?

July 8, 2026 7:45 am
ঘৰৰ ফ্ৰিজটো বেয়া হ’বলৈ ধৰিছে নেকি? সহজেই বুজি লওক এইসমূহ লক্ষণ

ঘৰৰ ফ্ৰিজটো বেয়া হ’বলৈ ধৰিছে নেকি? সহজেই বুজি লওক এইসমূহ লক্ষণ

July 8, 2026 6:45 am
ভাৰতীয় পুতলা নিৰ্মাতাসকলক বিশ্বৰ বৃহৎ বজাৰ দখল কৰিবলৈ আহ্বান নিৰ্মলা সীতাৰমণৰ

ভাৰতীয় পুতলা নিৰ্মাতাসকলক বিশ্বৰ বৃহৎ বজাৰ দখল কৰিবলৈ আহ্বান নিৰ্মলা সীতাৰমণৰ

July 7, 2026 8:43 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

পৰাজয়ৰ মুখৰ পৰা আৰ্জেন্টিনাক ৰক্ষা কৰিলে মেছিয়ে, ইজিপ্তক হৰুৱাই আৱেগিক হৈ পৰিল লিয়োনেল

পৰাজয়ৰ মুখৰ পৰা আৰ্জেন্টিনাক ৰক্ষা কৰিলে মেছিয়ে, ইজিপ্তক হৰুৱাই আৱেগিক হৈ পৰিল লিয়োনেল

July 8, 2026 8:49 am
প্ৰিয়জনক চুমা খাওঁতে চকু নিজে নিজে কিয় বন্ধ হৈ যায় জানেনে?

প্ৰিয়জনক চুমা খাওঁতে চকু নিজে নিজে কিয় বন্ধ হৈ যায় জানেনে?

July 8, 2026 7:45 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd